• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

1 hour ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

14 minutes ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

49 minutes ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

58 minutes ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

2 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

2 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

3 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

4 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

4 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

4 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

4 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

5 hours ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

editor by editor
March 31, 2026
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
0
SHARES
375
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা শোৱাৰ সময়ত সদায়ে নাকে শব্দ দিয়ে? টোপনিত নাকে শব্দ দিয়াৰ বাবে বহুতেই অস্বস্তিতো ভূগে৷ কিন্তু কিয় এই সমস্যা হয়? বহুতেই টোপনিত নাক বাজিলে তাক সাধাৰণ সমস্যা বুলিয়েই ধৰি লয়৷ সাধাৰণতে ঘুমন্ত অৱস্থাত নাক,মুখ, ডিঙিৰ পৰা আৰম্ভ কৰি শ্বাসনলীৰ কোনো অংশত বায়ুৱে বাধা পালেই এনে শব্দ তৈয়াৰ হয়৷ কিন্তু বহুতেই নাজানে এই নাক বজাৰ নেপথ্যত থাকিব পাৰে ভিটামিন ডিৰ ঘাটিও৷ যি বেছিভাগ মানুহেই বুজিব নোৱাৰে৷ বিশেষজ্ঞৰ মতে বৰ্তমান বহু মানুহৰ শৰীৰত ভিটামিন ডিৰ মাত্ৰা কম৷ এই ভিটামিনে কেৱল হাড়েই মজবুত নাৰাখে, ইয়াৰ সৈতে পেশী, শ্বাসনলী আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতেও যুক্ত৷

কেনেকৈ ভিটামিন ডিৰ ঘাটি বাবে নাক বাজে? চিকিৎসকৰ বাখ্যা অনুসৰি ভিটামিন ডিয়ে শৰীৰৰ বিভিন্ন পেশীক শক্তিশালী কৰি ৰাখে৷ ইয়াৰ মাজত আছে ডিঙি আৰু শ্বাসনলীৰ পেশী৷ যেতিয়া ভিটামিন ডি কমি যায় তেতিয়া এই পেশীসমূহ ঢিলা হৈ পৰে৷ ফলত টোপনিৰ সময়ত শ্বাসনলী আংশিকভাৱে বন্ধ হৈ যায় আৰু বতাহ চলাচলৰ সময়ত শব্দ তৈয়াৰ হয়৷

ইয়াৰোপৰি ভিটামিন ডি কম থাকিলে শৰীৰৰ ভিতৰত ফোলাভাৱ বাঢ়িব পাৰে৷ ইয়াৰ প্ৰভাৱ নাক আৰু ডিঙিৰ ভিতৰত পৰে৷ ফলত শ্বাস লোৱা আৰু কঠিন হৈ পৰে আৰু নাকে শব্দ দিয়াৰ সমস্যা বাঢ়ে৷ এইক্ষেত্ৰত কেৱল নাকে শব্দ দিয়াই নহয় আৰু অন্য অন্য লক্ষণেও দেখা দিব পাৰে৷

চিকিৎসকে জনোৱা অনুসৰি ভিটামিন ডৰ ঘাটি হ’লে কেৱল নাকে শব্দ দিয়াই নহয় আৰু কিছু সমস্যাই দেখা দিয়ে৷ যেনে ক্লান্ত অনুভৱ হোৱা, ঠিকমতে টোপনি নোহোৱা, পেশিত বিষ বা দুৰ্বলতা, বাৰে বাৰে চৰ্দি কাঁহ হোৱা, মন বেয়া হোৱা বা মনোযোগ কমি যোৱা৷

কেনেকৈ ভিটামিন ডিৰ ঘাটি পূৰণ কৰিব? ভিটামিন ডিৰ মাত্ৰা বঢ়োৱা খুবেই কঠিন কামো নহয়৷ বিশেষজ্ঞৰ মতে প্ৰতিদিনে ২০-৩০ মিনিট ৰ’দত থকা খুবেই দৰকাৰী৷ কণীৰ কুহুম, সামুদ্ৰিক মাছ, মাছৰুমৰ দৰে খাদ্য ভাল৷ প্ৰয়োজনত চিকিৎসকৰ পৰামৰ্শত ভিটামিন ডিৰ ছাপ্লিমেণ্ট লোৱাও জৰুৰী৷ যদি নিয়মিত নাকে শব্দ দিয়াৰ সমস্যা থাকে বা টোপনি ভাঙি যোৱাৰ সমস্যা থাকে বা পুৱা উঠিয়েই ক্লান্ত লাগে তেন্তে এই বিষয়টোক সাধাৰণ সমস্যা বুলি নাভাৱিব৷ চিকিৎসকৰ পৰামৰ্শত ভিটামিন এ ৰ মাত্ৰাও পৰীক্ষা কৰোৱাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷

নাকে শব্দ দিয়াটো কেৱল বিৰক্তিকৰ অভ্যাসেই নহয়, বহু সময়ত ই শৰীৰৰ ভিতৰত সমস্যা থকাৰো ইংগিত দিয়ে৷ ভিটামিন ডিৰ ঘাটি সেই সমস্যাসমূহৰ মাজত অন্যতম৷ সেয়ে টোপনিৰ সমস্যা হলে কেৱল অভ্যাসেই নহয়, শৰীৰৰ পুষ্টিৰ দিশতো নজৰ দিয়া জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

March 31, 2026
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
Next Post
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.