• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনৰ আন এক অধ্যায়ৰ আৰম্ভণি… কেটৰিনা আৰু বিকিয়ে শ্বেয়াৰ কৰিলে সুখবৰ

জীৱনৰ আন এক অধ্যায়ৰ আৰম্ভণি… কেটৰিনা আৰু বিকিয়ে শ্বেয়াৰ কৰিলে সুখবৰ

1 year ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

11 minutes ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

36 minutes ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

1 hour ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

2 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

3 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

4 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

5 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

5 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

5 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

6 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

19 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱনৰ আন এক অধ্যায়ৰ আৰম্ভণি… কেটৰিনা আৰু বিকিয়ে শ্বেয়াৰ কৰিলে সুখবৰ

জীৱনৰ আন এক অধ্যায়ৰ আৰম্ভণি... কেটৰিনা আৰু বিকিয়ে শ্বেয়াৰ কৰিলে সুখবৰ

editor by editor
September 24, 2025
in জীৱনশৈলী
0
জীৱনৰ আন এক অধ্যায়ৰ আৰম্ভণি… কেটৰিনা আৰু বিকিয়ে শ্বেয়াৰ কৰিলে সুখবৰ
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ জনপ্ৰিয় জুঁটি কেটৰিণা কাইফ আৰু বিকিয়ে তেওঁলোকৰ প্ৰথম সন্তানৰ আগমনৰ সংবাদ ঘোষণা কৰিছে৷ ইনষ্টাগ্ৰামত এখন বিশেষ ফটো শ্বেয়াৰ কৰি তেওঁলোকে জনাইছে- আমাৰ জীৱনৰ আন এক অধ্যায় আৰম্ভ হ’বলৈ ওলাইছে৷ ছবিত দেখা গৈছে কেটৰিণাৰ বেবী বাম্প হাতেৰে চুই আছে বিকিয়ে৷ এই পোষ্টৰ মাধ্যমেৰে তেওঁলোকে নিশ্চিত কৰিছে যে তেওঁলোকৰ সংসাৰলৈ নতুন সদস্য আহিছে৷ সূত্ৰৰ খবৰ অনুসৰি কেটৰিনা বৰ্তমান ৮ মাহৰ অন্তঃসত্ত্বা আৰু অক্টোবৰৰ শেষ বা নৱেম্বৰৰ আৰম্ভণিতেই মাতৃ হব কেটৰীণা৷

বিকি-কেটৰ এই ঘোষণাৰ পাছতেই বহুজনে তেওঁলোকক শুভেচ্ছাৰে ওপচায়ো দিছে৷ কেটৰিনা আৰু বিকিয়ে ২০২১ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানত বিবাহ বন্ধনত আৱদ্ধ হয়৷ বলীউডৰ অন্যতম প্ৰশংসিত জুটি হিচাপে পৰিচিত তেওঁলোক৷ বিগত তিনি বছৰ তেওঁলোকে বিভিন্ন ৰোমান্সৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰো কৰিছে৷ ইয়াৰ পৰাই বুজিব পাৰি যে দুয়োৱে সুখৰ সংসাৰ কটাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
Next Post
জুবিন সঁচাকৈয়ে ভগৱান আছিল, আমি চিনি পোৱা নাছিলো, জুবিনৰ শেষ সপোন কি আছিল? কি কৈছে গৰিমা গাৰ্গে?

জুবিন সঁচাকৈয়ে ভগৱান আছিল, আমি চিনি পোৱা নাছিলো, জুবিনৰ শেষ সপোন কি আছিল? কি কৈছে গৰিমা গাৰ্গে?

জুবিন দাৰ গান শুনি যৌৱন পাৰ কৰিছো, জুবিন দাৰ গান শুনিয়েই মানুহ হৈছো…জুবিন গাৰ্গক লৈ কি কৈছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

জুবিন দাৰ গান শুনি যৌৱন পাৰ কৰিছো, জুবিন দাৰ গান শুনিয়েই মানুহ হৈছো...জুবিন গাৰ্গক লৈ কি কৈছে মন্ত্ৰী পীয়ুষ হাজৰিকাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.