• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

45 minutes ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

1 minute ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

24 minutes ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

2 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

3 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

3 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

4 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

17 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

17 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

17 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

18 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

18 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

'ৰক্ষকৰ জোলোঙাৰ পৰা যেতিয়া ভক্ষক ওলায়' 

editor by editor
August 20, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বিহাৰৰ ভাগলপুৰ জিলাৰ চুলতানগঞ্জৰ ষ্টেচন ৰোডত বুধবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। কোচিং চেণ্টাৰলৈ গৈ থকা দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক এজন যুৱকে পি*ষ্টল দেখুৱাই বাইকত উঠাই লৈ যোৱাৰ অভিযোগ উঠিছে। ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, টিউচনলৈ যোৱাৰ পথত কমলেশ নামৰ যুৱকজনে পি*ষ্টল দেখুৱাই জোৰকৈ তেওঁক বাইকত উঠাই লৈ যায়। পিছত তেওঁক এটা কোঠালৈ লৈ গৈ ধ*ৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগো উত্থাপন হৈছে।
ঘটনাৰ কিছু সময় পিছত ছাত্ৰীগৰাকীৰ চেতনা ঘূৰি আহি নিজকে মুৰাৰ্কা কলেজৰ ওচৰৰ ৰেলৱে ক্ৰছিঙৰ সমীপত পৰি থকা অৱস্থাত উদ্ধাৰ। তাৰ পৰা কোনোমতে নিজৰ ঘৰলৈ গৈ পৰিয়ালৰ লোকক সমগ্ৰ ঘটনাটো জনায়। ঘটনাৰ পিছতে পৰিয়ালৰ লোক আৰু স্থানীয় বাসিন্দাসকলে অভিযুক্তৰ ঘৰত উপস্থিত হয়। সেই সময়ত অভিযুক্তৰ জ্যেষ্ঠ ভাতৃ দুৰ্গেশে ঘৰৰ ছাদৰ পৰা অ*স্ত্ৰ দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ উঠিছে।
ইফালে, আৰক্ষীৰ তদন্তত পোহৰলৈ অহা মতে, অভিযুক্ত দুজনৰ পিতৃ উদয় যাদৱ সমস্তিপুৰত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত। তেওঁৰ মূল ঘৰ কথৰাত যদিও কেইবছৰমান পূৰ্বে চুলতানগঞ্জত এটা ঘৰ নিৰ্মাণ কৰিছিল আৰু বৰ্তমান তেওঁৰ পৰিয়াল তাতেই থাকে। পুত্ৰক আৰক্ষীয়ে আটক কৰাৰ খবৰ পোৱাৰ পিছত উদয় যাদৱে আৰক্ষীক ফোন কৰা বুলি জানিব পৰা গৈছে।
ষ্টেচন হাউছৰ বিষয়া ধনঞ্জয় কুমাৰে জনোৱা মতে, আটক কৰা অভিযুক্তসকলক সোধা-পোছা কৰি থকা হৈছে। আনহাতে, আইন-শৃংখলা সদৰৰ DSP নৱনীত কুমাৰে কয় যে এই ঘটনাৰ সন্দৰ্ভত FIR ৰুজু কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আৰক্ষীৰ মতে, অভিযুক্তসকলৰ বিৰুদ্ধে পূৰ্বেও অপৰাধমূলক গোচৰ থকাৰ তথ্য পোহৰলৈ আহিছে। প্ৰায় দুবছৰ পূৰ্বে কমলেশক কোনো লোকে ডিঙিত আঘাত কৰি ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল বুলি জানিব পৰা গৈছে। চিকিৎসাৰ পিছত তেওঁ সুস্থ হৈ উঠে। সেই ঘটনাৰ সন্দৰ্ভতো তেওঁৰ জ্যেষ্ঠ ভাতৃ দুৰ্গেশৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি
অসম

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

August 20, 2026
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু
বিশ্ব

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন
ৰাজনীতি

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

August 20, 2026
Next Post
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.