• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিমানত সন্তান গোলাক লৈ বিপদত ভাৰতী! সহযাত্ৰীৰ ‘অমানৱিক আচৰণত কঁপি উঠিল কমেডিয়ান ভাৰতী…

বিমানত সন্তান গোলাক লৈ বিপদত ভাৰতী! সহযাত্ৰীৰ ‘অমানৱিক আচৰণত কঁপি উঠিল কমেডিয়ান ভাৰতী…

3 years ago
কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

16 minutes ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

57 minutes ago
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

2 hours ago
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

3 hours ago
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

3 hours ago
AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

AIIMS ত ওলাইছে চাকৰি, ১৪৮৪ টা পদৰ বাবে কৰক আবেদন

4 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

5 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

16 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

16 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

17 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

18 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিমানত সন্তান গোলাক লৈ বিপদত ভাৰতী! সহযাত্ৰীৰ ‘অমানৱিক আচৰণত কঁপি উঠিল কমেডিয়ান ভাৰতী…

editor by editor
January 22, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত
0
বিমানত সন্তান গোলাক লৈ বিপদত ভাৰতী! সহযাত্ৰীৰ ‘অমানৱিক আচৰণত কঁপি উঠিল কমেডিয়ান ভাৰতী…
0
SHARES
44k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশত কমেডিয়ানৰ নাম ল’লেই মনত ভাঁহি উঠে ভাৰতী সিং৷ ভাৰতী সিঙ এতিয়া বলীউডৰ প্ৰায়সমূহ শ্ব’তেই এগৰাকী এংকৰ হিচাপে ভাগ লোৱা দেখা যায়৷ বিগত বৰ্ষত মাতৃও হৈছে ভাৰতী৷ কিছুদিন পূৰ্বে দেশৰ আগশাৰীৰ ৰিয়েলিটি শ্ব’ত ভাৰতীৰ পূত্ৰ গোলাক দেখা গৈছিল৷ অৱশ্যে ভাৰতীয় ইউটিউব চেনেলত প্ৰায় প্ৰতিদিনেই দেখা যায় ভাৰতীৰ পূত্ৰ গোলা ওৰফে লক্ষ্য সিং লিম্বাচিয়াক৷ শেহতীয়াকৈ ভাৰতীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ই সামাজিক মাধ্যমত তোলপাৰ লগাইছে৷ সদায়ে মানুহৰ প্ৰশংসাকেই কৰা ভাৰতীয়ে কিন্তু শেহতীয়া ব্লগটোত আক্ষেপ প্ৰকাশ কৰা দেখা গৈছে৷

ভিডিঅ’টোত ভাৰতীয়ে বিমান যাত্ৰাৰ সময়ত কিছু যাত্ৰীৰ ব্যৱহাৰ সন্দৰ্ভত মন্তব্য কৰিছে৷ সন্তানক লৈ বিমান যাত্ৰাত বিপাঙত পৰা ভাৰতীয়ে সহযাত্ৰীৰ পৰা সহায় বিচাৰিও বিমুখ হৈছিল৷ কি হৈছিল বিমান যাত্ৰাত ভাৰতীৰ সৈতে?

ভাৰতীয়ে কৈছে, ‘মই আৰু গোলা প্ৰথম চীটত আছিলো৷ গোলাৰ পৰিচৰ্যাৰ বাবে ৰখা কৰ্মী দুগৰাকী আছিল চতুৰ্থ শাৰীত৷ আমাৰ কাষতেই এহাল দম্পতী আছিল৷ মই তেওঁলোকক অনুৰোধ কৰিছিলো যে গোলাৰ পৰিচৰ্যাকাৰীকেইগৰাকীৰ বাবে মই চীটটো সলাব নেকি বুলি সুধিছিলো৷ তেওঁলোকে কিন্তু পোনচাটেই কঁকালৰ বিষৰ দোহাই দি চীট নসলাও বুলি জনাই৷ আচলতে হঠাতেই মিছাকৈ কি ক’ব ভাৱি নাপায়েই তেওঁ তেনেকৈ কৈ উঠিল৷ অৱশ্যে সেয়া তেওঁলোকৰ ব্যক্তিগত কথা৷’

ইয়াৰোপৰি ভাৰতীয়ে সকলোকে আহ্বান জনাই কয়, কণমানি সন্তান লগত থাকিলে বহু অসুবিধাও থাকে৷ কণমানি সন্তান থকা কোনো মাতৃ দেখিলে আপোনালোকেই অনুগ্ৰহ কৰি সহায় কৰিব৷ এনেকৈ সাহায্য বিচাৰিলে বিমুখ নকৰিব৷ এই যাত্ৰাতেই মই দুই যুৱককো লগ পালো৷ তেওঁলোকৰ সৈতে চীট সালসলনি কৰিলো৷ কোৱা মাত্ৰকেই তেওঁলোকে চীটটো সলাই ল’লে৷ তেওঁলোকক মই কেইবাবাৰো ধন্যবাদ দিছো৷ ভাল মানুহ এই পৃথিৱীত আছে৷ মই যুৱক দুজনক কি বুলি ধন্যবাদ জনাম ভাৱিয়েই পোৱা নাই৷’

ভাৰতীৰ এই ভিডিঅ’ দেখা মাত্ৰকেই ভাৰতীৰ অনুৰাগীসকলে সামাজিক মাধ্যমত লিখিছে, সঁচাকৈয়ে পৃথিৱীত মানৱীয়তাৰ অভাৱ ঘটিছে৷ কিন্তু এটা কথাও নিশ্চয় ক’ব লাগিব যে এমুঠিমান ভাল মানুহ আছে বাবেই শৃংখলাবদ্ধভাৱে আমাৰ সমাজখন চলি আছে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
জীৱনশৈলী

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

June 29, 2026
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?
বিনোদন

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

June 29, 2026
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!
জীৱনশৈলী

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

June 29, 2026
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ
জীৱনশৈলী

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

June 29, 2026
Next Post
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিটাকৈ বিস্ফোৰণত কঁপিছে জম্মু-কাশ্মীৰ…আহত ১০গৰাকী সেনা-আৰক্ষী

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত তিনিটাকৈ বিস্ফোৰণত কঁপিছে জম্মু-কাশ্মীৰ...আহত ১০গৰাকী সেনা-আৰক্ষী

নিশা পৰ্যাপ্ত টোপনি হোৱাৰ পাছতো ঘনাই হামি আহে? এয়াও হাৰ্ট এটেকৰেই লক্ষণ!

নিশা পৰ্যাপ্ত টোপনি হোৱাৰ পাছতো ঘনাই হামি আহে? এয়াও হাৰ্ট এটেকৰেই লক্ষণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.