• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিন ৰুটি বনাই বিক্ৰি কৰি পৰিয়াল চলাইছিল, আজি কিমান কোটি টকাৰ মালিক মনোজ তিৱাৰী?

এদিন ৰুটি বনাই বিক্ৰি কৰি পৰিয়াল চলাইছিল, আজি কিমান কোটি টকাৰ মালিক মনোজ তিৱাৰী?

3 years ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

8 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

8 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

9 hours ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

10 hours ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

11 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

12 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

12 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

13 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

14 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

14 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

15 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এদিন ৰুটি বনাই বিক্ৰি কৰি পৰিয়াল চলাইছিল, আজি কিমান কোটি টকাৰ মালিক মনোজ তিৱাৰী?

editor by editor
December 16, 2022
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
এদিন ৰুটি বনাই বিক্ৰি কৰি পৰিয়াল চলাইছিল, আজি কিমান কোটি টকাৰ মালিক মনোজ তিৱাৰী?
0
SHARES
495
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভোজপুৰী তাৰকা গায়ক, অভিনেতা আৰু বিজেপি নেতা মনোজ তিৱাৰীয়ে পত্নী সুৰভি তিৱাৰীয়ে তৃতীয়বাৰৰ বাবে পিতৃ হোৱাৰ খবৰ শ্বেয়াৰ কৰাৰ পাছতেই আৰম্ভ হৈছে চৰ্চা৷ মনোজ তিৱাৰীৰ পত্নী সুৰভিয়ে এজনী কন্যা সন্তান জন্ম দিছে। এয়া মনোজৰ তৃতীয় কন্যা। পূৰ্বেও সুৰভি-মনোজৰ এগৰাকী কন্যা সন্তান আছে৷ ভোজপুৰী অভিনেতা তিৱাৰীৰ ব্যক্তিগত জীৱনটো যদি চোৱা যায়, এই সফলতাৰ আঁৰত আছে এক কঠিন যুঁজ। জীৱনৰ বহু উত্থান-পতনৰ মাজেৰে আহি মনোজ আজিৰ স্থানত উপনীত হৈছে। এই ভাগ্য সলনিৰ আঁৰত আছে মনোজ তিৱাৰীৰ এটা বিশেষ গান৷ সেই গানেই এটা ৰাতিৰ ভিতৰতেই সলনি কৰি দিছিল মনোজ তিৱাৰীৰ ভাগ্য।

সফলতাৰ আঁৰৰ কথা কওঁতে এক সাক্ষাৎকাৰত মনোজ তিৱাৰীয়ে প্ৰকাশ কৰা মতে, তেওঁ কেৰিয়াৰ আৰম্ভ কৰোতে পোনতে বেনাৰসৰ গংগা ঘাটত গান গাইছিল। প্ৰথমে গংগা আৰতিৰ বাবে মনোজ তিৱাৰীক মাতি অনা হৈছিল তেতিয়াই তেওঁৰ ভাগ্য সলনি হয়৷ তাৰপাছতেই ১৯৯৫ চনৰ পৰা তিৱাৰীয়ে সৰু সৰু অনুষ্ঠানত গান গাবলৈ আৰম্ভ কৰে। গান গাই থাকিল কিন্তু বিশেষ জনপ্ৰিয়তা লাভ নকৰিলে মনোজে৷ সংগ্ৰাম চলি থকাৰ মাজতেই তিৱাৰীয়ে মুকলি কৰিলে এটা গানৰ এলবাম৷ ‘বাগালৱালী’ নামৰ গানৰ এলবাটো মুকলি হোৱাৰ লগে লগেই ভোজপুৰী সংগীতক্ষেত্ৰত চিনাকী নাম হৈ পৰিল মনোজ তিৱাৰী৷ কেৱল বিহাৰতেই নহয়, ভাৰতৰ অলিয়ে গলিয়ে চলিবলৈ ধৰিল ‘বাগালৱালী’৷ এটা ৰাতিৰ ভিতৰতেই মনোজ হৈ পৰিল চুপাৰষ্টাৰ৷

বাগালবালী এলবামৰ আন এটা গান ‘এ চম্পা চামেলি কালি আলবেলি’ যথেষ্ট ভাইৰেল হৈছিল। ইয়াৰ পিছত, অভিনেতাজনৰ ‘আপ ৱালি কে চক্কৰ মে লাইকা খুব পিটেইল বা’ গানটো ভাইৰেল হৈ পৰে। তেওঁ ভোজপুৰী সংগীতক্ষেত্ৰৰ প্ৰথম তাৰকা গায়ক, যিয়ে টি-চিৰিজৰ বাবে গান গাইছিল। টি চিৰিজত গান গোৱাৰ সুযোগ সহজে পোৱা নাছিল তিৱাৰীয়ে৷ তাৰ আঁৰত আছে তেওঁৰ কঠোৰ অধ্যৱসায়৷ মনোজ তিৱাৰীয়ে ভোজপুৰী সংগীতক্ষেত্ৰত কাম

মনোজ তিৱাৰীয়ে তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ যেতিয়া দিল্লীলৈ প্ৰথম আহিছিল, জীৱিকাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল। দিল্লীলৈ যোৱাৰ পিছত, তেওঁ লোধি ৰোডত অৱস্থিত এটা টি-চিৰিজ কোম্পানীত কাম কৰিবলৈ লয় মনোজে৷ তেতিয়াই গুলচন কুমাৰে তেওঁক গান গোৱাৰ সুযোগ দিয়ে৷ এই সুযোগেই সলাইছিল মনোজৰ ভাগ্য৷ দেশৰ ভিতৰতেই চিনাকি নাম হৈ পৰিল মনোজ৷ মনোজ তিৱাৰীয়ে এই সন্দৰ্ভত কয়, ‘মই এনে এটা পৰিয়ালৰ পৰা আহিছো, য’ত মই দিনহাজিৰাও কৰিছিলো৷ আনৰ বাবে ৰুটি তৈয়াৰ কৰিছিলো। কেৱল এয়াই নহয়, বিদ্যালয়লৈ যাবলৈ ৪ কিলোমিটাৰ খোজেৰে গৈচিলো৷ সংগ্ৰামৰ সেই দিনবোৰ কিমান দিন ৰে’লৱে প্লেটফৰ্মত শুইছো হিচাপ নাই৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!
জীৱনশৈলী

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

May 2, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

May 2, 2026
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

May 2, 2026
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

May 2, 2026
Next Post
এয়া সঁচাকৈয়ে উত্তৰণেই নে? গৱেষণাগাৰতেই তৈয়াৰ হ’ব হাজাৰ হাজাৰ শিশু, জন্মৰ পুৰ্বেই জানিব গাৰ বৰণ, বুদ্ধিমত্তা…

এয়া সঁচাকৈয়ে উত্তৰণেই নে? গৱেষণাগাৰতেই তৈয়াৰ হ’ব হাজাৰ হাজাৰ শিশু, জন্মৰ পুৰ্বেই জানিব গাৰ বৰণ, বুদ্ধিমত্তা...

পঞ্চভূতত বিলীন হ’ল শিৱনাথ বৰ্মন! বৰ্মনৰ মৃত্যুত পতা নহ’ব আদ্যশ্ৰাদ্ধ, কৰা নহ’ব কোনো বৈদিক নীতি নিয়ম…

পঞ্চভূতত বিলীন হ’ল শিৱনাথ বৰ্মন! বৰ্মনৰ মৃত্যুত পতা নহ’ব আদ্যশ্ৰাদ্ধ, কৰা নহ’ব কোনো বৈদিক নীতি নিয়ম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.