গুৱাহাটীৰ ভূতনাথত ওলাইছে লোকেল দাদা। বাইক ভেঁটি মানুহ কোবাই লোকেল দাদাৰূপী ফপৰা গেঙে। ফাপৰে ধৰা ফপৰা গেঙৰ অতপালিত অতিষ্ঠ ভূতনাথবাসী।