• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোক কেৱল ২৫লাখৰ দৰকাৰ…! ট্ৰফী নহয়, ধনৰ বাবেহে বিগবছত যুঁজ বলীউড অভিনেতা ৰণবীৰৰ

মোক কেৱল ২৫লাখৰ দৰকাৰ…! ট্ৰফী নহয়, ধনৰ বাবেহে বিগবছত যুঁজ বলীউড অভিনেতা ৰণবীৰৰ

2 years ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

13 minutes ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

55 minutes ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

2 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

4 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

4 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

5 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

6 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

6 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

6 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

7 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মোক কেৱল ২৫লাখৰ দৰকাৰ…! ট্ৰফী নহয়, ধনৰ বাবেহে বিগবছত যুঁজ বলীউড অভিনেতা ৰণবীৰৰ

মোক কেৱল ২৫লাখৰ দৰকাৰ...! ট্ৰফী নহয় ধনৰ বাবেই বিগ বছত যুঁজ বলীউড অভিনেতা ৰণবীৰৰ

editor by editor
July 25, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
মোক কেৱল ২৫লাখৰ দৰকাৰ…! ট্ৰফী নহয়, ধনৰ বাবেহে বিগবছত যুঁজ বলীউড অভিনেতা ৰণবীৰৰ
0
SHARES
659
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগ বছ অটিটি ছিজন-৩ প্ৰায় শেষ পৰ্যায়ত৷ এই ছিজন শেষ হ’বলৈ মাজত মাত্ৰ ৮দিন বাকী৷ এই পৰিস্থিতিত প্ৰতিযোগীসকলৰ মাজত শ্ব’ত জয়ী হোৱাৰ প্ৰৱল উত্তেজনা দেখা গৈছে৷ এইবাৰ বিগ বছৰ ঘৰৰ এজন সদস্যই ইতিমধ্যেই সিদ্ধান্ত লৈছে যে তেওঁ এই শ্ব’ৰ পৰা কেৱল অৰ্থ জিকিব খোজে৷ যিকোনো প্ৰকাৰে এই ছিজনত বিজয়ী হ’ব খোজে৷ এই প্ৰতিযোগীগৰাকী আন কোনো নহয় তেওঁ বলীউড অভিনেতা ৰণবীৰ শোৰে৷

বিগ বছ অটিটি-৩ৰ ফাইনেললৈ মাজত মাত্ৰ ৮দিন বাকী৷ সমাপ্তিৰ দিন যিমানেই আগুৱাই আহিছে প্ৰতিযোগী আৰু দৰ্শকৰ মাজত উত্তেজনা বাঢ়িছে৷ অনুষ্ঠানৰ সাম্প্ৰতিক পৰ্বত ৰণবীৰ শোৰেকে আৰমান মালিকক বচাবলৈ ঘৰৰ অইন তিনি সদস্যক মনোনীত কৰাৰ বিশেষ ক্ষমতা তেওঁক দিয়া হৈছিল৷ যিহেতু ছানা মকবুল এগৰাকী বহিৰাগত সেয়ে তেওঁক মনোনিত কৰিব নোৱাৰি৷ ৰণবীৰে বিশাল পাণ্ডে, লাভকেশ কাটাৰিয়া আৰু শিৱানী কুমাৰীক মনোনয়নৰ বাবে বাচি লয়৷ এই মনোনয়ন প্ৰক্ৰিয়াৰ পূৰ্বে ৰণবীৰ শোৰে আৰু আৰমান মালিকৰ এক কথোপকথনৰ ক্লিপ ভাইৰেল হৈ পৰিছে৷

ট্ৰফি এৰি মই ২৫লাখ টকা জিকিবলৈ আগ্ৰহী

ৰণবীৰ আৰু আৰমানে আলোচনা কৰা অনুসৰি তেওঁলোকে শ্ব’ত জিকিব নোৱাৰিলেও এজনে আনজনৰ মন জিকিব খোজে৷ ৰণবীৰে আৰমানক স্পষ্টৰূপত জনাই যে তেওঁ বিগ বছ অটিটি-৩ৰ ট্ৰফি নহয় ২৫ লাখ টকা নগদ পুৰস্কাৰ জয় কৰিবলৈ আগ্ৰহী৷

আৰমানকো ধনৰ প্ৰয়োজন

আৰমানেও ৰণবীৰক কয়, ‘মই বিচাৰো ট্ৰফীটো তোমাৰ হাতলৈ আহক৷’ উত্তৰত ৰণবীৰে কয়, ‘আৰু মই বিচাৰো ট্ৰফীটো যদি মোৰ হাতলৈ নাহে তেন্তে ট্ৰফী তোমাৰ হাতত থাকক৷ মই ট্ৰফীতকৈ ২৫লাখ টকাৰ বাবেহে বেছি আগ্ৰহী৷ ট্ৰফীতকৈ মোক ২৫লাখ ধনৰহে বেছি প্ৰয়োজন৷’

শ্ব’ শেষ হ’লে কি কৰিব ৰণবীৰে?

আৰমানে কয়, ‘ট্ৰফী দিয়েই ধন আহিব৷’ এই প্ৰসংগত ৰণবীৰে কয়, ‘ট্ৰফীৰে কি হ’ব মোক ধনৰহে বহু বেছি প্ৰয়োজন৷’ ফাইনেলৰ দিন গণি আছে ৰণবীৰে৷ কিছুদিন পূৰ্বে এক এপিছোডত ৰণবীৰে ঘৰৰ পৰা বাহিৰ হোৱাৰ লগে লগে ঠাণ্ডা বিয়েৰ খোৱাৰো পৰিকল্পনা কৰা শুনা গৈছে৷ তেওঁ লগতে কৈছে যে, ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ লগে লগে তেওঁ ফোন বন্ধ কৰিব৷ নিজৰ ঘৰলৈ যাব, ভাল চিনেমা চাব আৰু ঘৰত বহি ঠাণ্ডা বিয়েৰ পান কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?
জীৱনশৈলী

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

March 27, 2026
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?
বিনোদন

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
Next Post
ডিভোৰ্চৰ এসপ্তাহ পাৰ হ’ল… নাতাশাৰ ইনষ্টাগ্ৰাম পোষ্টত প্ৰেমভৰা কমেণ্ট দি কি ক’লে হাৰ্দিক পাণ্ডিয়াই?

ডিভোৰ্চৰ এসপ্তাহ পাৰ হ’ল... নাতাশাৰ ইনষ্টাগ্ৰাম পোষ্টত প্ৰেমভৰা কমেণ্ট দি কি ক’লে হাৰ্দিক পাণ্ডিয়াই?

২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

২০২৫ পৰ্যন্ত কন্যাত থাকিব কেতু, সাফল্যই খেদি ফুৰিব এই তিনি ৰাশিৰ জাতকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.