• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহাৰঃ পৰাজয়ৰ গৌৰৱ জয়ৰ গ্লানি

বিহাৰঃ পৰাজয়ৰ গৌৰৱ জয়ৰ গ্লানি

5 years ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 hour ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

2 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

2 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

3 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

4 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

5 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

5 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

6 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

6 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

7 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

7 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

বিহাৰঃ পৰাজয়ৰ গৌৰৱ জয়ৰ গ্লানি

editor by editor
November 11, 2020
in লেখা
0
বিহাৰঃ পৰাজয়ৰ গৌৰৱ জয়ৰ গ্লানি
0
SHARES
676
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

—পৰেশ মালাকাৰ

বিহাৰৰ নিৰ্বাচনৰ ফলাফল কি শ্বাসৰুদ্ধকাৰী, শেষ মুহূৰ্তলৈ! এই নিৰ্বাচনত হেনো এন ডি এ জিকিছে৷ কথাটো সঁচানে? তেওঁলোক কিমানখন আসনত জিকিছে? হয়, এখনত জিকিলেও জিকা৷ কিন্তু সংখ্যাৰ, মানে পৰিমাণৰ গুণগত পাৰ্থক্য নাই জানো? সকলোৱে ধৰিয়ে লৈছিল যে বিহাৰৰ নিৰ্বাচনত এইবাৰ এন ডি এ জিকিব৷ নিৰ্বাচনৰ আগলৈ তাত বামপন্থী দলবোৰৰ বাহিৰে কোনো ৰাজনৈতিক দলে কুৰুং কাৰাঙেই কৰা নাছিল৷ কি আৰ জে ডি, কি কংগ্ৰেছ সকলো নিমাত নিশ্চুপ হৈ আছিল৷ লালু প্ৰসাদ জে’লত৷ লালুৰ দুই পুত্ৰৰ মাজত, পৰিয়ালৰ মাজত নানানটা খামখেয়ালি৷ আৰু বিজেপিৰ সহায়ত সুবিধাবাদী নীতিশ শাসনৰ গাদীত৷ কেউফালে  হতাশা আৰু নিৰাশা৷ তেনে এক পৰিৱেশত বিহাৰৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ কিন্তু যেই নিৰ্বাচনৰ দিন চমু চাপি আহিল ,বিজেপি বিৰোধী দলবোৰৰ মাজত মহাজোঁট হ’ল, তেজশ্বী যাদৱে নিৰ্বাচনী সভাবোৰত বক্তৃতা দিবলৈ আৰম্ভ কৰিলে, বিহাৰৰ সাধাৰণ মানুহৰ মাজত, বিশেষকৈ নিম্নবৰ্গৰ মানুহৰ মাজত, যুৱকসকলৰ মাজলৈ কিবা এটা উত্তেজনা,  কিবা এটা শিহৰণ আহিল৷ কিবা এটা ঢৌৰ সৃষ্টি হ’ল৷ কি আছিল এই ঢৌ?  এই ঢৌ আছিল বিহাৰৰ বঞ্চিত জনগণৰ ঢৌ৷ তেজস্বীয়ে তাৰ নেতৃত্বহে দিছিল৷ আগতে, ভাতৰ লগত পানী খোৱাৰ দৰে এন ডি এ জিকাটো  খাটাং আৰু সহজ আছিল৷ কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত, দ্ৰুতগতিত  নিৰ্বাচনৰ পট পৰিৱৰ্তন ঘটিছিল৷ তাৰ প্ৰতিফলন ঘটিছিল এক্সিট পলত৷ এতিয়া বিহাৰৰ নিৰ্বাচনৰ ফলাফল ওলাল৷  বিহাৰৰ নিৰ্বাচনত ইভিএমৰ জালিয়াতি হৈছেনে? জয়ৰ ব্যৱধান যেতিয়া সৰহসংখ্যক ভোটত হয়, তেতিয়া ইভিএমৰ জালিয়াতিৰ সম্ভাৱনা ক্ষীণ৷ কিন্তু সীমিত পৰিসৰত যান্ত্ৰিক খেলিমেলি কৰিব নোৱাৰি বুলি ক’ব নোৱাৰি৷ বিহাৰত তেনে হোৱা নাই বুলি কোনেও ক’ব নোৱাৰে৷ হৈছে খাটাং৷ শুনা কথা, কালি হেনো শেষ মূহুৰ্তলৈ বহু আৰ জে ডি প্ৰাৰ্থীক জিকাৰ প্ৰমাণপত্ৰ দিয়া হোৱা নাছিল৷ আন এটা কথা, বীৰদৰ্পে ভাষণ দিবলৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ কালি কিয় দিল্লী দৰবাৰলৈ মানে বিজেপিৰ অফিচলৈ নগ’ল? এন ডি এৰ এই জয় পৰাজয়ৰ নামান্তৰহে৷ প্ৰকৃততে কি হৈছে? বিজেপি কেন্দ্ৰত ক্ষমতাত আছে৷ তেওঁলোকৰ হাতত তিনিপাট অস্ত্ৰ আছে- এপাট হিন্দুত্ব, এপাট উচ্চতম ন্যায়ালয় আৰু আনপাট নিৰ্বাচন আয়োগ৷ ৰাহুল গান্ধীৰ বাহিৰে ৰাষ্ট্ৰীয় পৰ্যায়ত বিজেপিৰ বিৰুদ্ধে মাত মতা মানুহ নোহোৱা হৈছে৷ ভাৰতৰ সাধাৰণ মানুহে কিন্তু সংগ্ৰাম কৰি আছে৷ তেওঁলোকে যাকে য’তে যেনেকৈ পাইছে, তাকে ভৰসাত লৈছে৷ আৰু কি হৈছে? নীতিহীন নীতিশ আকৌ বিহাৰৰ মুখ্মন্ত্ৰী হ’ব পাৰে৷ কিন্তু বিহাৰত নীতিশৰ ৰাজনীতিৰ বেলি  লহিয়াইছে৷ বিহাৰত জনতাৰ সংগ্ৰামৰ নেতৃত্ব দিছে বামপন্থী দল আৰু তেজস্বী যাদৱে৷  কংগ্ৰেছো ইয়াৰ লগত চামিল হ’ব লাগিব৷ তেওঁলোকে  নিজকে সংশোধন কৰিব লাগিব৷ এই তিনি শক্তিৰ মাজৰ ঐক্য ঘণীভূত হ’লে জনসাধাৰণৰ মাজত আকৌ নতুন আশাৰ সঞ্চাৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bihar election
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?
জীৱনশৈলী

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

March 12, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
গুৱাহাটীত চাইবাৰ অপৰাধীৰ দৌৰাত্ম্য

গুৱাহাটীত চাইবাৰ অপৰাধীৰ দৌৰাত্ম্য

ডিজিটেল মিডিয়াত লংগৰ লাগিল

ডিজিটেল মিডিয়াত লংগৰ লাগিল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.