• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা এই ঠাইত চলিব নোৱাৰিব অলা, উবেৰ, ৰেপিডো! পাছে কিয়?

আজিৰে পৰা এই ঠাইত চলিব নোৱাৰিব অলা, উবেৰ, ৰেপিডো! পাছে কিয়?

1 year ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

28 minutes ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

1 hour ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

9 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

10 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

10 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

11 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

12 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

12 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

13 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

14 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

15 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজিৰে পৰা এই ঠাইত চলিব নোৱাৰিব অলা, উবেৰ, ৰেপিডো! পাছে কিয়?

editor by editor
June 16, 2025
in বিবিধ, ভাৰত
0
আজিৰে পৰা এই ঠাইত চলিব নোৱাৰিব অলা, উবেৰ, ৰেপিডো! পাছে কিয়?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা এই ঠাইত চলিব নোৱাৰিব অলা, উবেৰ, ৰেপিডো! পাছে কিয়?

ভাড়াত পোৱা দুচকীয়া বাহনৰ ক্ষেত্ৰত আহিছে এক বিশেষ সিদ্ধান্ত। আজি ১৬ জুনৰ পৰা দেশৰ এই ঠাইত চলিব নোৱাৰিব অলা, উবেৰ, ৰেপিডো । কৰ্নাটক চৰকাৰৰ এই সিদ্ধান্ত।

কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ পৰা এই আঘাত লাভ কৰিছে ৰেপিডো, অলা আৰু উবেৰৰ দৰে কোম্পানীয়ে। আদালতে কয় যে চৰকাৰে নিয়ম-নিৰ্দেশনা নির্ধাৰণ নকৰালৈকে বাইক টেক্সি চলোৱাটো আইন বিৰোধী৷

বাইক টেক্সিক আইনীভাৱে স্বীকৃতি দিয়াৰ লগতে হালধীয়া নম্বৰ প্লেট থকা বাহনসমূহক পৰিবহণ বাহন হিচাপে পঞ্জীয়ন কৰাৰ দাবীত অলা, উবেৰ ইণ্ডিয়া আৰু ৰেপিডোৱে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

কিন্তু আদালতে এই কোম্পানীসমূহৰ অন্তৱৰ্তীকালীন সকাহৰ আবেদন নাকচ কৰে। ন্যায়াধীশ বি.এম. শ্যাম প্ৰসাদৰ বিচাৰপীঠে কয় যে স্পষ্ট নিয়ম অবিহনে বাইক টেক্সি সেৱাক বৈধ বুলি গণ্য কৰিব নোৱাৰি। মটৰ গাড়ী আইনৰ অধীনত বাইক টেক্সিৰ বাবে গাইডলাইন বনাব পৰাকৈ চৰকাৰক তিনি মাহৰ সময় দিছে আদালতে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bike ServiceBike Taxi ServiceOlaRapidouber
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ
ভাৰত

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

August 27, 2026
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

August 27, 2026
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick
বিনোদন

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

August 26, 2026
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
Next Post
৭২ ঘণ্টীয়া যুদ্ধৰ পৰিণতি, ইৰাণৰ ৪০৬, ইজৰাইলৰ ১৬ নিহত

৭২ ঘণ্টীয়া যুদ্ধৰ পৰিণতি, ইৰাণৰ ৪০৬, ইজৰাইলৰ ১৬ নিহত

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ শ্ৰমিক নিহত, অন্য ১২ শ্ৰমিকৰ অৱস্থা সংকটজনক

ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ, ৬ শ্ৰমিক নিহত, অন্য ১২ শ্ৰমিকৰ অৱস্থা সংকটজনক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.