• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৈশৱৰ এই অভ্যাসৰ বাবেই আজি তেওঁ সফল! নিজৰ গোপন ৰুটিন জনালে বিল গেটছে

শৈশৱৰ এই অভ্যাসৰ বাবেই আজি তেওঁ সফল! নিজৰ গোপন ৰুটিন জনালে বিল গেটছে

1 year ago
কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

22 minutes ago
বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

বৰপেটাৰ বিশাল জনসভাত ৰাইজলৈ প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগত অনুৰোধ

2 hours ago
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

4 hours ago
স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

স্বামীক এৰি জীৱন সংগী কৰিলে দেওৰেকক, তাৰ পিছত ঘটিল আচল ঘটনা

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

5 hours ago
LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

LinkedIn ৰ পৰা তথ্য চুৰি, পোহৰলৈ আহিছে ডাঙৰ তথ্য!

6 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

বিয়া পাতিলে ঠিকেই, কিন্তু দৰা দেখি সহ্য নহ’ল পিতৃৰ! শেষত কৰিলে বিয়া বাতিল

7 hours ago
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

7 hours ago
ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

ডালিম খাই বাকলি পেলাই দিয়ে নেকি? বাকলিৰো আছে চমৎকাৰী গুণ!

8 hours ago
জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

জীৱনত ৩ টা বস্তুক নকৰিব অৱহেলা, ধ্বংস হ’ব আপুনি!

9 hours ago
সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

সোমবাৰে ভুলতো নকৰিব এইবোৰ কাম, ক্ষুব্ধ হ’ব মহাদেৱ!

9 hours ago
Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

Daily Horoscope: আজি ৩ ৰাশিৰ ওপৰত কৃপা কৰিব মহাদেৱে, চাওক দৈনিক ৰাশিফল

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৈশৱৰ এই অভ্যাসৰ বাবেই আজি তেওঁ সফল! নিজৰ গোপন ৰুটিন জনালে বিল গেটছে

শৈশৱৰ এই অভ্যাসৰ বাবেই আজি তেওঁ সফল! নিজৰ গোপন ৰুটিন জনালে বিল গেটছে

editor by editor
December 17, 2024
in জীৱনশৈলী
0
শৈশৱৰ এই অভ্যাসৰ বাবেই আজি তেওঁ সফল! নিজৰ গোপন ৰুটিন জনালে বিল গেটছে
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাইক্ৰছফ্টৰ উদ্ভাৱক, ক’ ফাউণ্ডাৰ৷ বিশ্বৰ ধনীব্যক্তিৰ তালিকাৰ শীৰ্ষত তেওঁৰ নাম, যাৰ কথা কামে বাৰে বাৰে অনুপ্ৰাণিত কৰিছে বহু মানুহক৷ মাইক্ৰছফ্ট এই মুহূৰ্তত বিশ্বৰ ডাঙৰ সংস্থাসমূহৰ ভিতৰত অন্যতম৷ বিল গেটছৰ সাফল্য, কাম দেখি আজিও বহু ব্যক্তিয়ে তেওঁক অনুসৰণ কৰিব খোজে৷ একাধিকবাৰ তেওঁ তৰুণ প্ৰজন্মক দিছে সাফল্যৰ মন্ত্ৰ৷ উৎসাহিত কৰিছে কামৰ প্ৰতি৷ কৈছে যে কোনো বিষয়ত কৌতুহলী থাকিবলৈ হ’লে পড়াশুনা কৰাটো বহু দৰকাৰ৷

এবাৰ তেওঁ কৈছিল, তেওঁৰ শৈশৱৰ অন্যতম এক ৰুটিন বা অভ্যাসৰ কথা৷ যি অভ্যাসেই তেওঁক দিছে আজিৰ এই সাফল্য৷ কি সেই ৰুটিন? কি সেই অভ্যাস? বিল গেটছে তেওঁৰ এক সাম্প্ৰতিক ব্লগত লিখিছে সেই অভ্যাসৰ কথা৷ মাইক্ৰছফ্ট প্ৰধান গেটছে জনাইছে যে তেওঁ সৰুৰে পৰাই অস্থিৰ আছিল যিকোনো বিষয়ত৷ তেওঁ নিজকে বন্দী কৰিল পেলাইছিল এটা ঘৰত৷ পঢ়াশুনাত নিজকে ডুবাই দিছিল৷ ঘণ্টাৰ পাছত ঘণ্টা তেনেকৈয়ে কটাইছিল৷ নিজৰ ভাৱনা আৰু চিন্তাৰ মাজতেই থাকিছিল৷ তেওঁ কয় যে কেৱল সেই অস্থিৰ সময় কটাবলৈকে নহয়, তেওঁৰ জীৱনৰ সাফল্যৰ বিষয়তো এই অভ্যাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷

১৯৯০ চনৰ আশেপাশে এই অভ্যাস আছিল বিল গেটছৰ৷ মাইক্ৰছফ্টৰ দিনসমূহত তেওঁ প্ৰতি বছৰে থিংক উইক হৈছিল৷ ৱাছিংটনৰ এক স্থানলৈ গৈ তেওঁ নিজকে বন্দীও কৰি ৰাখিছিল৷ এটা ঘৰত সোমাই কিতাপৰ মাজত ডুব গৈছিল৷ টেকনিকেল কাগজ পত্ৰ আৰু গ্ৰন্থ লৈ কটাইছিল ঘণ্টাৰ পাছত ঘণ্টা৷ লিখি ভৰাইছিল বহু পৃষ্ঠা৷ ভৱিষ্যতে কামৰ পৰিকল্পনা কি সেইসমূহ বিষয়টো তেওঁ লিখি গৈছিল৷

সেই সময়ত তেওঁ কাৰো সৈতে কথা বতৰা পতা নাছিল৷ কেৱল যিয়ে খাদ্য দিবলৈ আহে তেওঁৰ সৈতেহে যোগাযোগ ৰাখিছিল৷ সেই সময়ত কোনো ইমেইলো চোৱা নাছিল বিল গেটছে৷ বৰ্তমানৰ স্মাৰ্ট ফোন আৰু প্ৰযুক্তিৰ যুগ হ’লেও তেওঁ এই অভ্যাস কৰিছিল৷ নিজকে সংযত কৰিছিল৷ প্ৰযুক্তিক অভ্যাসত পৰিণত কৰা নাছিল৷ তেওঁৰ শৈশৱৰ সৈতে বৰ্তমান সময়ৰ শিশুসকলৰ জীৱনযাত্ৰা অভ্যাসৰো তুলনা কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

কিছুদিন পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

April 6, 2026
চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ
জীৱনশৈলী

চুম্বনে উন্নত কৰিব আপোনাৰ স্বাস্থ্য! গৱেষণাত আহিছে পোহৰলৈ

April 6, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

April 6, 2026
কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?
বাণিজ্য

কিয় পেট্ৰ’ল-ডিজেলৰ মূল্য দেশৰ সকলো ৰাজ্যতে পৃথক পৃথক হয়?

April 6, 2026
Next Post
সাৱধান ১০ হাজাৰ পৰ্যন্ত ফাইন ভৰিব আপুনি! একাধিক বেংক একাউণ্ট হোল্ডাৰক লৈ বিশেষ নিয়ম RBIৰ

সাৱধান ১০ হাজাৰ পৰ্যন্ত ফাইন ভৰিব আপুনি! একাধিক বেংক একাউণ্ট হোল্ডাৰক লৈ বিশেষ নিয়ম RBIৰ

নতুন বছৰৰ আৰম্ভণিতেই দুই ৰাজযোগ! সমগ্ৰ বছৰ অৰ্থ সুখ আহিব এই ৪ৰাশিৰ জাতকলৈ

নতুন বছৰৰ আৰম্ভণিতেই দুই ৰাজযোগ! সমগ্ৰ বছৰ অৰ্থ সুখ আহিব এই ৪ৰাশিৰ জাতকলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.