• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জ্যোতিষীয়ে কৈছে বাবেই সলনি ড্ৰেছ, পিন্ধনত ধুতি-পাঞ্জাৱী, হাতত গীতা লৈ মনোনয়ন দাখিল

জ্যোতিষীয়ে কৈছে বাবেই সলনি ড্ৰেছ, পিন্ধনত ধুতি-পাঞ্জাৱী, হাতত গীতা লৈ মনোনয়ন দাখিল

2 years ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

10 minutes ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

1 hour ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

10 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

10 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

11 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

11 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

14 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

14 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

16 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

16 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

16 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জ্যোতিষীয়ে কৈছে বাবেই সলনি ড্ৰেছ, পিন্ধনত ধুতি-পাঞ্জাৱী, হাতত গীতা লৈ মনোনয়ন দাখিল

জ্যোতিষীয়ে কৈছে বাবেই সলনি ড্ৰেছ, পিন্ধনত ধুতি-পাঞ্জাৱী, হাতত গীতা লৈ মনোনয়ন দাখিল

editor by editor
April 29, 2024
in ভাৰত, ৰাজনীতি
0
জ্যোতিষীয়ে কৈছে বাবেই সলনি ড্ৰেছ, পিন্ধনত ধুতি-পাঞ্জাৱী, হাতত গীতা লৈ মনোনয়ন দাখিল
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পিন্ধনত গেৰুৱা ৰঙৰ পাঞ্জাৱী আৰু বগা ধুতি৷ হাতত গীতা৷ ডিঙিত গলবস্ত্ৰ আৰু কঁপালত গেৰুৱা তিলক৷ মুঠতে মন্দিৰত পুজাৰ বাবে ওলোৱাৰ ধৰণেৰে ৰাস্তাৰে যাত্ৰা৷ উদ্দেশ্য পূজাৰ বাবে নহয় উদ্দেশ্য হৈছে বিষ্ণুপুৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা৷ এই যাত্ৰাৰ আঁৰত আছে জ্যোতিষীৰ পৰামৰ্শ৷ আগন্তুক ২৫ মেত ষষ্ঠ দফাত বিষ্ণুপুৰ লোকসভাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ সোমবাৰে সেই লোকসভা সমষ্টিৰ বাবেই মনোনয়ন দাখিল কৰিছে বিজেপি প্ৰাৰ্থী সৌমিত্ৰই৷

প্ৰাৰ্থী সৌমিত্ৰৰ এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰামতে জ্যোতিষীৰ পৰামৰ্শ অনুসৰিয়েই এই পোছাক পৰিধান কৰিছিল বিজেপি প্ৰাৰ্থীয়ে৷ কিন্তু সৌমিত্ৰৰ যুক্তি বেলেগ৷ তেওঁ কয়, ‘ধুতি হৈছে জাতীয় সাজ৷ আৰু গীতা সত্যৰ প্ৰতীক৷ যিকোনো পৰিস্থিতিতেই গীতাই সাৰথি৷ যুদ্ধই হওক বা সত্যই হওক৷ সেয়ে গীতা হাতত ৰাখিছিলো৷ অৱশ্যে আমি সনাতনী সকলে জ্যোতিষশাস্ত্ৰ মানি চলো৷ জ্যোতিষৰ পৰামৰ্শ অনুসৰিয়ে দিনৰ ১২ বাজি ৪ মিনিটত মনোনয়ন জমা দিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
Next Post
তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিলে কি গুৰুত্বপূৰ্ণ কাম কৰিব মোদীয়ে? নমোৱে জনাইছে বৃহৎ প্লেনৰ কথা

তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিলে কি গুৰুত্বপূৰ্ণ কাম কৰিব মোদীয়ে? নমোৱে জনাইছে বৃহৎ প্লেনৰ কথা

এই ৪ অভ্যাসেই দিয়ে সফলতাৰ গেৰেণ্টি, আপোনাৰ যদি এই ৪ অভ্যাস আছে সফল হ’বই

এই ৪ অভ্যাসেই দিয়ে সফলতাৰ গেৰেণ্টি, আপোনাৰ যদি এই ৪ অভ্যাস আছে সফল হ’বই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.