• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মদৰ গিলাচত চুমুক দিয়া কোন এই জয়া! জয়াৰ চৰিত্ৰহননত ব্যস্ত কিয় বিজেপিৰ আইটি চেল?

মদৰ গিলাচত চুমুক দিয়া কোন এই জয়া! জয়াৰ চৰিত্ৰহননত ব্যস্ত কিয় বিজেপিৰ আইটি চেল?

4 years ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

27 minutes ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

50 minutes ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

1 hour ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

13 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

14 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

15 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

15 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

16 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

16 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

17 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

18 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মদৰ গিলাচত চুমুক দিয়া কোন এই জয়া! জয়াৰ চৰিত্ৰহননত ব্যস্ত কিয় বিজেপিৰ আইটি চেল?

editor by editor
September 13, 2022
in অসম, ৰাজনীতি
0
মদৰ গিলাচত চুমুক দিয়া কোন এই জয়া! জয়াৰ চৰিত্ৰহননত ব্যস্ত কিয় বিজেপিৰ আইটি চেল?
0
SHARES
617
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমত দুখনমান ফ’টো ভাইৰেল কৰা হৈছে৷ এখন ফ’টোত এগৰাকী যুৱতীয়ে হাতত বিলাতী মদৰ গিলাচ লৈ চুমুক দি থকা দেখা গৈছে৷ আনখনত এজন যুৱকক হাতৰে খামুচি ধৰি থকা দেখা গৈছে৷

ভাইৰেল হোৱা ফ’টো দুখনত থকা যুৱতীগৰাকী হৈছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে ধনৰ বিনিময়ত চাকৰি দিয়াৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন কৰা জয়া কলিতা৷

উল্লেখ্য যে কিছুদিন পূৰ্বে জয়া কলিতাই এটা ফেচবুক পোষ্টৰ জৰিয়তে বিজেপি সভাপতি ভৱেশ কলিতাই ফোনযোগে তেওঁক ৩ লাখ টকাত চাকৰি দিয়াৰ প্ৰস্তাৱ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ এই অভিযোগৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ ভাবুকি প্ৰদান কৰে৷

লগতে পঢ়ক অতি হৃদয় বিদাৰক ঘটনা! স্কুল বাছৰ ভিতৰত শ্বাসৰুদ্ধ হৈ ৪ বছৰীয়া ছাত্ৰীৰ কৰুণ মৃত্যু

ইয়াৰ পাছতে যুৱতীগৰাকীৰ বিৰুদ্ধে বিজেপিৰ আইটি চেলে সন্মান হানিকৰ, আপত্তিজনক অপপ্ৰচাৰ আৰু চৰিত্ৰহনন কৰাৰ অভিযোগ উত্থাপন কৰিছে খোদ যুৱতীগৰাকীয়ে৷

উল্লেখ্য যে ভৱেশ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পাছতে সামাজিক মাধ্যমৰ চাইট ফেচবুকত যুৱতীগৰাকীৰ দুখনমান ফ’টো ভাইৰেল কৰি বিজেপিৰ আইটি চেলে চৰিত্ৰ হনন কৰাৰ লগতে সন্মান হানিকৰ মন্তব্য কৰা দেখা গৈছে৷

যুৱতীগৰাকীয়ে বিলাতী সুৰাৰ গিলাচ লৈ চুমুক দি থকা আৰু এগৰাকী যুৱকৰ সৈতে থকা দুখন ফ’টো ভাইৰলে কৰি বিভিন্ন মন্তব্য কৰা দেখা গৈছে৷ আনফালে ফ’টো থকা যুৱকজনক ড্ৰাগছ মাফিয়া বুলি মন্তব্য কৰি জয়াৰ প্ৰেমিক বুলি কোৱা হৈছে৷

লগতে পঢ়ক অ’টোচালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণ কৰি কেজৰিৱালৰ চমক! ‘অভিনয়’ আখ্যা বিজেপিৰ

ইফালে বিজেপিৰ আইটি চেলে চৰিত্ৰহনন কৰাৰ অভিযোগ কৰি জয়া কলিতাই তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে৷

স্মৰ্তব্য যে ভিক্টৰ দাস নামৰ এজন যুৱকে ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াৰ কেলেংকাৰি হোৱাৰ অভিযোগ উত্থাপন কৰাৰ পাছৰে ৰাজ্যত বিষয়টোৱে ব্যাপকৰূপত চৰ্চা লাভ কৰি আছে৷ ইয়াৰ মাজতেই জয়া কলিতা নামৰ যুৱতীগৰাকীয়ে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি ৰাজ্যিক বিজেপিক ব্যতিব্যস্ত কৰি তোলা দেখা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assambjp
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ
অসম

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

March 20, 2026
হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ
অসম

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

March 20, 2026
ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ
অসম

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

March 20, 2026
Next Post
সাৱধান! অহা চাৰিদিন ধৰি অসমসহ উত্তৰ পূৰ্বাঞ্চলত হ’ব তীব্ৰ বৃষ্টিপাত, ধুমুহা-বজ্ৰপাত!

সাৱধান! অহা চাৰিদিন ধৰি অসমসহ উত্তৰ পূৰ্বাঞ্চলত হ’ব তীব্ৰ বৃষ্টিপাত, ধুমুহা-বজ্ৰপাত!

ট্ৰেন্স মহিলাৰে প্ৰেমত পৰিল স্বামী! সেই কথা জানিব পাৰি পত্নীয়ে দিলে বিয়া পাতি

ট্ৰেন্স মহিলাৰে প্ৰেমত পৰিল স্বামী! সেই কথা জানিব পাৰি পত্নীয়ে দিলে বিয়া পাতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.