নিৰ্বাচন চমু চাপিছে, চকু গজিছে মন্ত্ৰী-বিধায়কৰ। সমষ্টিৰ সমস্যা এতিয়াহে জনপ্ৰতিনিধিৰ চকুত পৰিছে। আধাৰশিলাৰ ৰাজনীতি কৰা বুলি ক’লেহে বুকু ভাগি যায় জনপ্ৰতিনিধিৰ।