সংসদৰ ভিতৰে-বাহিৰে দীর্ঘদিন ধৰি ধুবুৰী-ফুলবাৰী সংযোগী দলঙৰ দাবী কৰি আহিছিল ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। আজি প্ৰধামন্ত্ৰী মোদীক ধন্যবাদ আজমলৰ।