উজনিত বিজেপি নেতা-মন্ত্ৰী-কৰ্মীৰ সন্দেহজনক গতিবিধি। বৃহস্পতিবাৰে নিশা শিৱসাগৰত দুখনকৈ বাহন আবদ্ধ কৰে গাঁওবাসীয়ে। ৭ জনকৈ বিজেপি নেতা-কৰ্মীক আবদ্ধ। সময় উকলাৰ পাছতো কিয় নৈশ বিচৰণ?