• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

3 months ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

3 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

4 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

5 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

6 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

7 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

9 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

9 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

10 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা

শিক্ষা, আৰক্ষী বিভাগত বৃহৎ নিয়োগ, মহিলাসকলৰ বাবে ৩৩% সংৰক্ষণৰ ঘোষণা

editor by editor
June 22, 2026
in নিয়োগ, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
শীঘ্ৰেই ১ লাখ চৰকাৰী পদত নিযুক্তিৰ ঘোষণা
0
SHARES
592
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত নিৰ্বাচনৰ আগেয়ে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ২ লাখ নতুনকৈ চৰকাৰী চাকৰিত নিযুক্তিৰ কথা ঘোষণা কৰিছিল। আগন্তুক বাজেট অধিৱেশনৰ পিছতেই নতুন কাৰ্যকালৰ প্ৰথম পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ আশা প্ৰকাশ কৰা হৈছে। সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত বিগত নিৰ্বাচনত বিজেপিয়ে দুৰ্দান্ত ফলাফল দেখুৱাই চৰকাৰ গঠন কৰাৰ দুমাহ পূৰ্ণ নৌহওতেই ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আনিছে এক সুখবৰ। চুবুৰীয়া ৰাজ্যখনত শীঘ্ৰেই বৃহৎ চৰকাৰী নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰিছে বিজেপিৰ নেতৃত্বত গঠন কৰা নতুন চৰকাৰখনে। ৰাজ্যখনত ১ লাখ চৰকাৰী পদত নিযুক্তি দিয়া হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। পশ্চিমবংগত চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা যুৱ-যুৱতীসকলৰ বাবে সেয়ে দীৰ্ঘসময়ৰ মূৰত আহিছে ভাল খবৰ। সোমবাৰে বিধানসভাত নৱগঠিত চৰকাৰখনে দাখিল কৰা প্ৰথম বাজেটত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়।

কি কি বিভাগত হ’ব নিযুক্তি?

ৰাজ্যখনৰ বাজেট ভাষণত বিত্তমন্ত্ৰী স্বপন দাসগুপ্তই জনোৱা মতে, মুঠ ১ লাখ নতুন চৰকাৰী পদত নিযুক্তি দিয়া হ’ব। ইয়াৰে সৰ্বাধিক পদ শিক্ষা আৰু আৰক্ষী বিভাগত পূৰণ কৰা হ’ব। তথ্য অনুসৰি, ৫০ হাজাৰ শিক্ষক পদ আৰু ২০ হাজাৰ আৰক্ষী পদত নিয়োগ প্ৰক্ৰিয়া অতি শীঘ্ৰেই সম্পন্ন কৰা হ’ব। বাকী থকা ৩০ হাজাৰ পদ ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত পূৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

মহিলাসকলৰ বাবে ৩৩ % সংৰক্ষণ

চৰকাৰে মহিলা সশক্তিকৰণৰ লক্ষ্যৰে চৰকাৰী চাকৰিত মহিলাসকলৰ বাবে ৩৩ % সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ ফলত চৰকাৰী বিভাগসমূহত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও, ৰাজ্যৰ প্ৰতিটো আৰক্ষী থানাত মহিলা হেল্প ডেস্ক স্থাপনৰো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বাজেটত উল্লেখ কৰা হৈছে।

চৰকাৰী কৰ্মচাৰীৰ DA ২০ % বৃদ্ধিৰ ঘোষণা

বিভিন্ন বিভাগত খালী থকা পদসমূহ পূৰণৰ ঘোষণা কৰাৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবেও আনিছে ভাল খবৰ। বাজেটত দৈনিক ভাট্টা ২০ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ DA ১৮ %ৰ পৰা বৃদ্ধি হৈ ৩৮% হ’বগৈ। ইয়াৰ লগতে চিভিক ভলান্টিয়াৰ, গৃহৰক্ষী জোৱান আৰু গ্ৰীন আৰক্ষীৰ মাহিলী ভাট্টাও ২,০০০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শুভেন্দু অধিকাৰী চৰকাৰৰ এই ঘোষণাই ৰাজ্যৰ চাকৰিপ্ৰত্যাশী যুৱসমাজ আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?
জীৱনশৈলী

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

September 18, 2026
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!
জীৱনশৈলী

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

September 18, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

September 18, 2026
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?
নিয়োগ

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

September 18, 2026
Next Post
বেছি ঘাম ওলোৱা মানেই দেহৰ চৰ্বি কমা নেকি?

বেছি ঘাম ওলোৱা মানেই দেহৰ চৰ্বি কমা নেকি?

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি পোৱা এটা মেকুৰী

ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নিযুক্তি পোৱা এটা মেকুৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.