• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যসভাত হ্ৰাস পাবলৈ ধৰিছে বিজেপিৰ শক্তি, এতিয়াৰ পৰা কিদৰে পাছ কৰাব এখন বিল !

ৰাজ্যসভাত হ্ৰাস পাবলৈ ধৰিছে বিজেপিৰ শক্তি, এতিয়াৰ পৰা কিদৰে পাছ কৰাব এখন বিল !

2 years ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

45 minutes ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

60 minutes ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

2 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

3 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

4 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

5 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

5 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

14 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

15 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

15 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

17 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰাজ্যসভাত হ্ৰাস পাবলৈ ধৰিছে বিজেপিৰ শক্তি, এতিয়াৰ পৰা কিদৰে পাছ কৰাব এখন বিল !

editor by editor
July 15, 2024
in ভাৰত, ৰাজনীতি, লেখা
0
ৰাজ্যসভাত হ্ৰাস পাবলৈ ধৰিছে বিজেপিৰ শক্তি, এতিয়াৰ পৰা কিদৰে পাছ কৰাব এখন বিল !
0
SHARES
393
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যসভাত হ্ৰাস পাবলৈ ধৰিছে বিজেপিৰ শক্তি, এতিয়াৰ পৰা কিদৰে পাছ কৰাব এখন বিল !

কেৱল লোকসভাতে নহয়, ৰাজ্যসভাতো বিজেপি আৰু এন ডি এৰ সংখ্যাগত শক্তি হ্ৰাস পাইছে। ৰাজ্যসভাত বিজেপিৰ চাৰিজন মনোনীত সদস্যই শনিবাৰে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ লগে লগে উচ্চ সদনত অৰ্থাৎ ৰাজ্যসভাত বিজেপিৰ শক্তি ৮৬ আৰু এন ডি এৰ শক্তি ১০১ লৈ হ্ৰাস পাইছে। ১৯খন আসন খালী হোৱাৰ বাবে ৰাজ্যসভাত বৰ্তমান সদস্যৰ সংখ্যা ২২৬। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ৰাজ্যসভাত বিজেপিৰ অশান্তি বাঢ়িব নেকি, কম সংখ্যাৰ বাবে এন ডি এৰ লোকচান হব নেকি? গুৰুত্বপূৰ্ণ আইন প্ৰণয়ন কৰিবলৈ এন ডি এৰ হাতত শক্তি তথা সমৰ্থক আছে নে নাই?

এই ক্ষেত্ৰত কবলৈ গলে, বিজেপিৰ অৱস্থা এতিয়াও শক্তিশালী৷ সংখ্যাৰ খেলত বিজেপি এতিয়াও আগবাঢ়ি আছে। আগন্তুক বাজেট অধিবেশনত ৭ জন অৰাজনৈতিক মনোনীত সদস্য, ২ জন নিৰ্দলীয় আৰু এ আই এ ডি এম কে আৰু ৱাই এছ আৰ চি পিৰ দৰে বন্ধুত্বপূৰ্ণ দলৰ সহযোগত গুৰুত্বপূৰ্ণ আইন প্ৰণয়ন কৰিব পৰাকৈ এন ডি এৰ হাতত এতিয়াও সংখ্যা আছে। কিন্তু আনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ মনোনীত শ্ৰেণীৰ অন্তৰ্গত খালী পদসমূহ অতি সোনকালে পূৰণ কৰাটো গুৰুত্বপূৰ্ণ হ’ব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰকাশিত বাতৰি অনুসৰি ৰাজ্যসভাৰ সাংসদ ৰাকেশ সিনহা, ৰাম শকাল, সোনাল মানসিং আৰু মহেশ জেঠমালানী চাৰিজন মনোনীত সদস্য। শনিবাৰে আটাইকেইজনে অৱসৰ গ্ৰহণ কৰে। ৰাজ্যসভাৰ বাবে মনোনীত হোৱাৰ পিছত আনুষ্ঠানিকভাৱে বিজেপিৰ সৈতে জড়িত হৈ পৰে। মনোনীত শাখাৰ আন এগৰাকী ৰাজ্যসভাৰ সদস্য হৈছে বিজেপিৰ অংশ গোলাম আলী। ২০২৮ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ অৱসৰ ল’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjpBJP CandidateIndian Politicsrajyasabha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
Next Post
দুজনকৈ কিশোৰ ছাত্ৰৰ নিথৰ দেহ উদ্ধাৰক লৈ হাহাকাৰ, চকু-জিভা-বুকুত চুৰিৰে আঘাত

দুজনকৈ কিশোৰ ছাত্ৰৰ নিথৰ দেহ উদ্ধাৰক লৈ হাহাকাৰ, চকু-জিভা-বুকুত চুৰিৰে আঘাত

১৬ বাৰৰ বাবে কোপা আমেৰিকা আৰ্জেণ্টিনাৰ হাতত, খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি, আন এগৰাকীয়ে ল’লে সন্যাস

১৬ বাৰৰ বাবে কোপা আমেৰিকা আৰ্জেণ্টিনাৰ হাতত, খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি, আন এগৰাকীয়ে ল'লে সন্যাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.