• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৬ বাৰৰ বাবে কোপা আমেৰিকা আৰ্জেণ্টিনাৰ হাতত, খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি, আন এগৰাকীয়ে ল’লে সন্যাস

১৬ বাৰৰ বাবে কোপা আমেৰিকা আৰ্জেণ্টিনাৰ হাতত, খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি, আন এগৰাকীয়ে ল’লে সন্যাস

2 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

11 minutes ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

13 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

13 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

13 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

14 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

15 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

15 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

16 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

17 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

18 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

19 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

১৬ বাৰৰ বাবে কোপা আমেৰিকা আৰ্জেণ্টিনাৰ হাতত, খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি, আন এগৰাকীয়ে ল’লে সন্যাস

editor by editor
July 15, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
১৬ বাৰৰ বাবে কোপা আমেৰিকা আৰ্জেণ্টিনাৰ হাতত, খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি, আন এগৰাকীয়ে ল’লে সন্যাস
0
SHARES
268
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ বাৰৰ বাবে কোপা আমেৰিকা আৰ্জেণ্টিনাৰ হাতত, খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি, আন এগৰাকীয়ে ল’লে সন্যাস

১২০ মিনিটৰ ৰুদ্ধশ্বাস যুঁজ, কিন্তু সেই যুঁজৰ পৰিনাম বহু মিঠা। ১৬ সংখ্যক বাৰৰ বাবে কোপা আমেৰিকা খিতাপ দখল আৰ্জেণ্টিৰ। মিয়ামিৰ হাৰ্ড ৰক ষ্টেডিয়ামত আৰ্জেণ্টিনা আৰু কলম্বিয়াৰ মাজত অনুষ্ঠিত হয় কোপা আমেৰিকাৰ অন্তিমখন খেল আছিল আজি। য’ত লিয়নেল মেছিৰ দল আৰ্জেণ্টিনাই কলম্বিয়াক পৰাস্ত কৰি ১৬ সংখ্যক বাৰৰ বাবে এই খিতাপ দখল কৰিছে।

চূড়ান্ত খেলখনত আৰ্জেণ্টিনাই ১-০ গ’লত জয়লাভ কৰে। এটা সময়ত কলম্বিয়াৰ আধিপত্য মেচখনত দেখা গৈছিল যদিও মেচখনৰ শেষত আৰ্জেণ্টিনাই গ’ল দি ফাইনেলত জয়লাভ কৰিছিল।

চূড়ান্ত খেলখনত আৰ্জেণ্টিনা আৰু কলম্বিয়াৰ মাজত কঠোৰ প্ৰতিযোগিতাৰ সৃষ্টি হয়। প্ৰথম ৯০ মিনিট এটাও গ’ল নপৰাকৈ থাকে। পাছত ৩০ মিনিট বঢ়াই দিয়া হয়। খেলখনৰ ১১১ মিনিটত কোনো এটা দলৰ পৰা কোনো গ’ল দেখা নাযায়। ইয়াৰ পাছতে খেলখনৰ ১১২ মিনিটত এটা গ’ল দি আৰ্জেণ্টিনাক চেম্পিয়ন কৰি তুলিলে লাউটাৰো মাৰ্টিনেজে। ইয়াৰ লগে লগে কলম্বিয়াই দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰাৰ আশা শেষ হৈ পৰে

খেল আৰম্ভ হোৱাৰ ৩৫ মিনিট পিছতেই আঘাতপ্ৰাপ্ত হয় আৰ্জেণ্টিনাৰ তাৰকা খেলুৱৈ তথা বিশ্বৰ শীৰ্ষ বাছনিৰ অন্যতম মেছি। চিকিৎসা কৰি খেলি থাকিলেও বুজা গৈছিল যে তেওঁ যথেষ্ট অসুবিধাত আছিল। খেল চলি থকাৰ ৬৬ মিনিটত পুনৰ সেই স্থানতে আঘাত পাই মেছিয়ে। তাৰপিছত আৰু খেলিবলৈ সক্ষম নহ’ল মেছি। খেলপথাৰ এৰিয়ে হুকহুকাই কান্দি উঠে মেছিয়ে।

আনহাতে কোপা আমেৰিকাৰ খিতাপ জয় কৰাৰ পাছত আৰ্জেণ্টিনাৰ এঞ্জেল ডি মাৰিয়াৰ কেৰিয়াৰৰো অন্ত পৰিল। যোৱা বছৰ এঞ্জেল ডি মাৰিয়াই অৱসৰৰ কথা ঘোষণা কৰিছিল, তাৰ পিছত এইখন আছিল তেওঁৰ শেষ প্ৰতিযোগিতা। আৰ্জেণ্টিনা চেম্পিয়ন হোৱাৰ লগে লগে আপ এঞ্জেল ডি মাৰিয়াই নিজৰ কেৰিয়াৰৰ অন্ত পেলায়।

এঞ্জেল ডি মাৰিয়াই নিজৰ কেৰিয়াৰত আৰ্জেণ্টিনাৰ হৈ ১৪৪খন মেচ খেলিছিল। য’ত তেওঁ ৩১টা গ’ল দিছিল। ২০২২ চনত বিশ্বকাপ জয়ী, ২০২১ চনত কোপা আমেৰিকা জয়ী, ইয়াৰ উপৰিও ২০০৮ চনৰ অলিম্পিকত সোণৰ পদক লাভ কৰা দলত এঞ্জেল ডি মাৰিয়াও আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AmericaArgentinaArgentina Football TeamCopa AmericafootballFootball Competition
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

July 31, 2026
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?
জীৱনশৈলী

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

July 30, 2026
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং
বিনোদন

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

July 30, 2026
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ
উত্তৰ-পূব

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

July 30, 2026
Next Post
অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ, পুনৰ স্থান লাভ এইগৰাকী অসমীয়াৰ

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ, পুনৰ স্থান লাভ এইগৰাকী অসমীয়াৰ

বিদেশী টিভি অনুষ্ঠান চোৱাৰ অপৰাধত ৩০ ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড কিম জং উনৰ

বিদেশী টিভি অনুষ্ঠান চোৱাৰ অপৰাধত ৩০ ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড কিম জং উনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.