• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুজনকৈ কিশোৰ ছাত্ৰৰ নিথৰ দেহ উদ্ধাৰক লৈ হাহাকাৰ, চকু-জিভা-বুকুত চুৰিৰে আঘাত

দুজনকৈ কিশোৰ ছাত্ৰৰ নিথৰ দেহ উদ্ধাৰক লৈ হাহাকাৰ, চকু-জিভা-বুকুত চুৰিৰে আঘাত

2 years ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

6 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

56 minutes ago
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

1 hour ago
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

2 hours ago
২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

২০,০০০ গৰাকী যাত্ৰীলৈ এয়াৰলাইনছৰ বিনামূলীয়া বিমানৰ টিকট

3 hours ago
এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

এবছৰতে ৫৬জন bodybuilderৰ মৃ*ত্যু!

3 hours ago
শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

শুকাই গ’ল ভাইজানৰ চেহেৰা, কোনো মাৰাত্মক ৰোগত আক্ৰান্ত নেকি চলমান খান?

6 hours ago
তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

তৃষাক কৰা অপমান সহ্য নকৰিলে বিজয় থালাপতি! অৱশেষত গ্ৰেপ্তাৰ তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ DMKৰ নেতা উদয়ানিধি ষ্টেলিন

6 hours ago
নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

নাকৰ ভিতৰৰ নোম কটা উচিত নে অনুচিত? বিশেষজ্ঞই ক’লে এইদৰে…

7 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

8 hours ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

8 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

দুজনকৈ কিশোৰ ছাত্ৰৰ নিথৰ দেহ উদ্ধাৰক লৈ হাহাকাৰ, চকু-জিভা-বুকুত চুৰিৰে আঘাত

editor by editor
July 15, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
দুজনকৈ কিশোৰ ছাত্ৰৰ নিথৰ দেহ উদ্ধাৰক লৈ হাহাকাৰ, চকু-জিভা-বুকুত চুৰিৰে আঘাত
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুজনকৈ কিশোৰ ছাত্ৰৰ নিথৰ দেহ উদ্ধাৰক লৈ হাহাকাৰ, চকু-জিভা-বুকুত চুৰিৰে আঘাত

১৫ জুলাই সোমবাৰে পুৱা ৰাজধানী পাটনাত দুজন কিশোৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে আলোড়নৰ সৃষ্টি হয়। বিষয়টো বেউৰ থানা এলেকাৰ। দুয়োটা মৃতদেহ পেট্ৰ’ল পাম্পৰ সমীপত অৱস্থিত এটা গেৰেজৰ সমীপৰ পানীৰে ভৰা গাঁত এটাত উদ্ধাৰ হয়।

দুয়োগৰাকী ছাত্ৰৰ মৃতদেহৰ হাত-ভৰি বান্ধি থোৱা আছিল। দুয়োৰে শৰীৰত আঘাতৰ চিন আছিল। এজনৰ বয়স ১১ বছৰ আৰু আনজনৰ বয়স ১২ বছৰ। মৰ্নিং ৱাক কৰিবলৈ ওলাই যোৱাৰ সময়তে দুয়োৰে মৃতদেহ উদ্ধাৰ হয়।

ঘটনাৰ পিছতে লগে লগে এই ঘটনা সম্পৰ্কে আৰক্ষীক খবৰ দিয়া হয়। তথ্য পোৱাৰ লগে লগে কিশোৰ দুটিৰ আৰু স্থানীয় লোক উভয়ৰে পৰিয়ালৰ সদস্যও সেই স্থানত উপস্থিত হয়। স্থানীয় ৰাইজে ক্ষোভিত হৈ ঘটনাস্থলীৰ সমীপতে ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।

উভয় দুয়ো কিশোৰ গৰ্ডানীবাগ থানা এলেকাৰ সৰিষ্টাবাদ স্থানীয় বাসিন্দা ১২ বছৰীয়া বিবেক কুমাৰ আৰু ১১ বছৰীয়া প্ৰত্যুষ কুমাৰ বুলি জানিব পৰা গৈছে। বিবেকে চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ বিপৰীতে প্ৰত্যুষ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।

কালি নিশাৰে পৰা সন্ধানহীন হৈ আছিল দুয়ো ছাত্ৰ। পৰিয়ালৰ লোকে জনোৱা মতে, দুয়োটা কিশোৰ নিৰুদ্দেশৰ তথ্য নিশা গাৰ্ডনিবাগ আৰক্ষী থানাক দিয়া হৈছিল। অভিযোগৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

বিবেকৰ পিতৃ বিনোদ কুমাৰে অভিযোগ উত্থাপন কৰিছে যে দুয়োটি কিশোৰৰ চকু উলিয়াই দিছে হত্যাকাৰীয়ে। লগতে জিভা আৰু বুকুত ছুৰীৰে আঘাত কৰা চিন আছে। আনহাতে, দুয়োকে প্ৰথমে মাৰপিট কৰি তাৰ পিছত হত্যা কৰি মৃতদেহ পানীত পেলাই দিয়াৰ সম্ভাৱনাও আছে।

বাতৰি লিখাৰ সময়লৈকে আৰক্ষীৰ কোনো আনুষ্ঠানিক বিবৃতি অহা নাই। অৱশ্যে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হয়। আৰক্ষীয়ে ৰাইজক শান্ত কৰাৰ চেষ্টা চলাই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: biharmurder casepatnaTen boy killed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’
বিবিধ

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

August 4, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

August 4, 2026
Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত
বাণিজ্য

Daburৰ ঘিউ-মৌ ক্ৰয় কৰে নেকি? Daburৰ 100% purityক লৈ  FSSAIৰ বৃহৎ সিদ্ধান্ত

August 4, 2026
‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’
জীৱনশৈলী

‘CJPৰ আন্দোলনত ভাগ ল’বলৈ পুনম পাণ্ডে-উৰ্ফি জাভেদে লাভ কৰিছিল বৃহৎ ধন’

August 4, 2026
Next Post
১৬ বাৰৰ বাবে কোপা আমেৰিকা আৰ্জেণ্টিনাৰ হাতত, খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি, আন এগৰাকীয়ে ল’লে সন্যাস

১৬ বাৰৰ বাবে কোপা আমেৰিকা আৰ্জেণ্টিনাৰ হাতত, খেলৰ মাজতে হুকহুকাই কান্দি উঠে মেছি, আন এগৰাকীয়ে ল'লে সন্যাস

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ, পুনৰ স্থান লাভ এইগৰাকী অসমীয়াৰ

অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰিলে টিম ইণ্ডিয়াৰ, পুনৰ স্থান লাভ এইগৰাকী অসমীয়াৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.