• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰহস্যময় এখন গাঁও: ৫০ বছৰ হ’লেই অন্ধ হয় সকলো পুৰুষ; কাৰণ জানি আচৰিত হ’ব

ৰহস্যময় এখন গাঁও: ৫০ বছৰ হ’লেই অন্ধ হয় সকলো পুৰুষ; কাৰণ জানি আচৰিত হ’ব

4 years ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 hour ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

2 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

19 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

19 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

20 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

20 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

21 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

22 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

23 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

23 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

24 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰহস্যময় এখন গাঁও: ৫০ বছৰ হ’লেই অন্ধ হয় সকলো পুৰুষ; কাৰণ জানি আচৰিত হ’ব

editor by editor
February 17, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত
0
ৰহস্যময় এখন গাঁও: ৫০ বছৰ হ’লেই অন্ধ হয় সকলো পুৰুষ; কাৰণ জানি আচৰিত হ’ব
0
SHARES
424
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বত এনে এখন গাঁও আছে যিখন গাঁৱত ৫০ বছৰৰ স্পৰ্শ কৰিলেও সললো পুৰুষ অন্ধ হৈ পৰে৷ এই ৰহস্যময় গাঁওখন আছে লেটিন আমেৰিকাৰ দেশ পেৰুত৷ উত্তৰ আমেৰিকাৰ পেৰুৰ পাহাৰীয়া অঞ্চলৰ অতি দুৰ্গম অঞ্চলত অৱস্থিত এই গাঁওখন৷

এতিয়া প্ৰশ্ন হয়, কিয় এই গাঁওখনৰ পুৰুষসকল ৫০ বছৰ হ’লেই অন্ধ হৈ পৰে? ইয়াৰ কাৰণ জানিলে আপুনিও অবাক হৈ পৰিব৷

লেটিন আমেৰিকাৰ এই ক্ষুদ্ৰ দেশখন ফুটবলৰ বাবে পৃথিৱী বিখ্যাত৷ ফুটবলৰ বাবে বিখ্যাত এই দেশখন অন্ধ গাঁওখনৰ বাবেও এতিয়া বিশ্বজুৰি বিখ্যাত হ’বলৈ আৰম্ভ কৰিছে৷

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি এই গাঁওখনত ৩৬০ গৰাকী লোকে বাস কৰে৷ আৰু ইয়াৰে প্ৰায় ৭৫ শতাংশ মানুহেই অন্ধ৷ গাঁওখনৰ পুৰুষসকল ৫০ৰ পাৰ ৬০ বছৰ হ’লেই অন্ধ পৰে৷

বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে প্ৰায় ৩ হাজাৰ উচ্চতাত অৱস্থিত গাঁওখনৰ মানুহসকল এক জিনগত ৰোগত আক্ৰান্ত হৈ আহিছে৷ জন্মগত এই ৰোগক ‘ৰেটিনাইটিছ’ বুলি কোৱা হয়৷ এই ৰোগত আক্ৰান্ত হ’লে মানুহৰ এটা বয়সৰ পৰা দৃষ্টি শক্তি লয় পায়৷

জানিব পৰা মতে মাত্ৰ সাতটা পৰিয়ালে গাঁওখন আৰম্ভ কৰিছিল৷ তেতিয়াৰ পৰাই গাঁওখনৰ লোকসকল এই জন্মগত ৰোগৰ দ্বাৰা আক্ৰান্ত হৈ আহিছে৷

দুৰ্গম গাঁওখনলৈ চিকিৎসক যাবলৈ কোনো বাট পথ নাই৷ বৰ্তমানলৈকে গাঁওখন বৰ্হিবিশ্বৰ সৈতে প্ৰায় সংযোগ বিচ্ছিন্ন৷ যাৰবাবে এতিয়ালৈকে গাঁওখনলৈ চিকিৎসক যাব পৰা নাই অথবা গঞাই চিকিৎসাৰ বাবে ওলাই আহিব পৰা নাই৷

অৱশ্যে এতিয়া গাঁওখনলৈ সংযোগী পথ নিৰ্মাণৰ বাবে সাজু হৈছে পেৰু চৰকাৰ৷ বিশেষকৈ গাঁওখনৰ লগতে তাৰ আশে পাশে সোণ আৰু ৰূপৰ সন্ধান লাভ কৰিছে৷ সোণ ৰূপ খনন কৰা এটা প্ৰতিষ্ঠানে অঞ্চলটোত খননৰ বাবে চুক্তিৱদ্ধ হৈছে৷

পথ নিৰ্মাণৰ পিছতে গাঁওখন বৰ্হিবিশ্বৰ সৈতে সংযোগ স্থাপন হ’ব আৰু গঞাই চিকিৎসা লাভ কৰিব বুলি আশা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalblind gaonperu
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ
জীৱনশৈলী

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

March 13, 2026
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ
জীৱনশৈলী

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

March 13, 2026
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

March 12, 2026
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

March 12, 2026
Next Post
সাৱধান! এইবোৰ আচৰণে আপোনাৰ সন্তানক ধ্বংস কৰিব…

সাৱধান! এইবোৰ আচৰণে আপোনাৰ সন্তানক ধ্বংস কৰিব...

ৰাজ্যত কৰুণ ঘটনা, একেটা পৰিয়ালৰে ৪ সদস্যৰ বিহপান কৰি আত্মহত্যাৰ চেষ্টা

ৰাজ্যত কৰুণ ঘটনা, একেটা পৰিয়ালৰে ৪ সদস্যৰ বিহপান কৰি আত্মহত্যাৰ চেষ্টা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.