৮০ৰ দশকতে ৰূপায়িত বোকাখাতৰ ডিফলুৰ জলসিঞ্চন আঁচনি মৃত্যুমুখত। জহি-খহি শেষ হৈ হ’ল কৃষকৰ সপোনস্বৰূপ জলসিঞ্চন আঁচনিখন। নিৰ্বিকাৰ বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা।