বোকাখাতৰ সম্ভাব্য প্ৰাৰ্থী প্ৰণৱ দলেক লৈ বিশ্বজুৰি চৰ্চা। ৰাইজে আগবঢ়াইছে ১০০ বিঘাৰ খেতি। শিপিনীয়ে বৈ আছে গুটি ফুলৰ গামোচা। জ্ঞানপীঠ বঁটা বিজয়ী অমিতাভ ঘোষেও প্ৰণৱক জনালে শুভেচ্ছা।