• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…

2 years ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

10 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

30 minutes ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

1 hour ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

2 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

3 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

6 hours ago
নিলামৰ পাছত ২০২৬ আই পি এলত কোন দল সবাতোকৈ শক্তিশালী , চাওক তালিকা…

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

আজিৰে পৰা পুহ মাহ আৰম্ভ, অহা ৩০ দিনলৈ ভুলতো নকৰিব এই ৬ টা কাম

9 hours ago
কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

কাইলৈৰ পৰা পুহ মাহ, কিছু ৰাশিৰ জীৱনত পৰিব গভীৰ প্ৰভাৱ, সলনি হৈ পৰিব ভৱিষ্যত

20 hours ago
‘শ্ৰীকৃষ্ণৰ মহা প্ৰয়াণৰ পাছত যদুকুল ধ্বংস হৈছিল,গতিকে সকলো সাৱধান হোৱা, কৃষ্ণ এতিয়া নাই!’ কাক উদ্দেশ্য কৰি এই পোষ্ট কণ্ঠশিল্পী মানস ৰবীনৰ?

21 hours ago
১০ কেজি ওজনৰ টিউমানৰ গুচাবলৈ গৈছিল, কিন্তু অপাৰেচন কৰিবলৈ গৈ চিকিৎসক হতভম্ব, লগতে ওলাল…

বুধবাৰ ভগৱান গণেশৰ দিন, গণেশৰ খুবেই প্রিয় হয় এই ৩ ৰাশি, গণেশৰ কৃপাত অজস্ৰ সম্পত্তি গঢ়িব পাৰে

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…

editor by editor
January 23, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…
0
SHARES
824
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বলিউডত কেইবাটাও প্ৰেমিক যুটি প্ৰায়ে চৰ্চাত থাকে। অমিতাভ বচ্চনৰ পৰা ৰণবীৰ সিঙৰ লৈকে সকলো তাৰকাৰ প্ৰেমে বিভিন্ন প্ৰসংগক লৈ সংবাদ শিৰোনাম দখল কৰে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত এক খবৰত প্ৰকাশ পাইছে যে, বলিউদ তাৰকাসকলে তেওঁলোকৰ পত্নীক মৰমত কি বুলি মাতে।

প্ৰকাশিত খবৰ অনুসৰি, ৰণবীৰ সিঙে তেওঁৰ মৰমৰ পত্নী দিপীকাক মৰমতে ‘টিটলি’ বুলি মাতে। অমিতাভ বচ্চনে পত্নী জয়া বচ্চনক মৰমতে ‘মেডাম’ নাইবা ‘দেৱী জী’ বুলি সম্বোধন কৰে। ইফালে কেটৰীণাক স্বামী বিকি কৌশলে ‘পেনিক বটন’ বুলি মাতি বেচি ভাল পায়।

অভিষেক বচ্চনে তেওঁৰ মোহময়ী পত্নীক ঐশ্বৰ্যা ৰায়ক ‘ৱাইফী’ নাইবা ‘ঐৰ্শ্ব’ বুলি মাতে। ইফালে কিছুদিনৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা সিদ্ধাৰ্থ মলহোট্টাই তেওঁৰ পত্নী কিৰাৱা আদৱানিক ‘বেবী’ বুলি মাতে। আনহাতে বছৰ বছৰ ধৰি সুখৰ সংসাৰ অতিবাহিত কৰা অজয়ে তেওঁৰ মৰমৰ পত্নী কাজলক নাম কাঢ়িয়ে মাতে। অভিনেতা শ্বাহৰুখ খানেও তেওঁৰ পত্নী গৌৰী খানক গৌৰী বুলিলে সম্বোধন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট
জীৱনশৈলী

December 17, 2025
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

December 17, 2025
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ
জীৱনশৈলী

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

December 17, 2025
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে
জীৱনশৈলী

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

December 17, 2025
Next Post
৩৩ কিঃগ্ৰাঃৰ স্বৰ্ণমুকুট নে কোটি টকাৰ চেক! সকলো স্পষ্ট কৰিলে মুকেশ আম্বানীয়ে

প্ৰধানমন্ত্ৰীৰ সূৰ্যোদয় যোজনা ঘোষণাৰ পাছতেই মেজিক! হোৰাহোৰে বাঢ়িছে এইকেইটা কোম্পানীৰ ষ্টক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন