• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ

কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ

2 weeks ago
পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

পাক ৰমনীৰ মোহত বন্দী সেনা জোৱান! গোপনীয় তথ্য সৰ্পি হ’ল গ্ৰেপ্তাৰ

40 mins ago
কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

2 hours ago
কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

3 hours ago
ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

4 hours ago
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

4 hours ago
দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?

5 hours ago
বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

বক্স অফিচত চুপাৰ হিট ‘লোকেল উৎপাত’, প্ৰথম এসপ্তাহৰ সংগ্ৰহ কিমান?

7 hours ago
স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

স্কিজ’ফ্ৰেনিয়া মানসিক ৰোগ হয় নে? ইয়াৰ চিকিৎসা আছেনে?

8 hours ago
পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

পকা আম খোৱাৰ আগতে এইবোৰ কৰিবলৈ কেতিয়াও পাহৰি নাযাব

1 day ago
অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

1 day ago
পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

পেগাচাছ গোচৰ! আকৌ কি ক’লে দেশৰ উচ্চতম ন্যায়ালয়ে?

1 day ago
‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

‘বিজেপিয়ে ২৫ বছৰলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে’, প্ৰধানমন্ত্ৰী মোদী

1 day ago
  • About
  • Advertise
  • Careers
Saturday, May 21, 2022
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ

editor by editor
May 10, 2022
in বিবিধ, বিশ্ব
0
কে’বা নিযুত পূৰ্বৰ বৃহদাকাৰ ছাৰ্কৰ দাঁত আৱিষ্কাৰ এটি ৬ বছৰীয়া শিশুৰ
0
SHARES
56
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটি ছবৰীয়া শিশুৱে সাগৰৰ পাৰত সাগৰীয় শামুকৰ খোলা বিচাৰি থাকোতে কে’বা নিযুত বছৰ পুৰণি বিশাল মেগালোডন ছাৰ্কৰ এটা দাঁত উদ্ধাৰ কৰিছে৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰৰ মতে চামি শ্বেলটন নামৰ শিশুটোৱে সদায় পৰিয়ালৰ সৈতে গ্ৰেট ব্ৰিটেইনৰ সাগৰৰ পাৰত সাগৰীয় শামুকৰ খোলা বিচাৰি যায়৷

সাগৰৰ পাৰত সাগৰীয় শামুকৰ খোলা বিচাৰি থাকোতেই ৬ বছৰীয়া চামি শ্বেলটনে প্ৰায় চাৰি ইঞ্চিৰ বৃহদাকাৰৰ মেগালোডন ছাৰ্কৰ এটা দাঁত আৱিষ্কাৰ কৰে৷

 

লগতে পঢ়ক গৰমত ব্ৰা পিন্ধাটো অস্বস্তিকৰ নেকি? ব্ৰাৰ জোখ লোৱাৰ সময়ত কি কৰিব?

উল্লেখ্য যে প্ৰতি বছৰে ব্ৰিটেইনৰ সাগৰৰ পাৰত প্ৰকাণ্ড প্ৰাণীবোৰৰ কিছুমান দাঁত পোৱা যায়৷ কিন্তু ইমান পুৰণি অৰ্থাৎ কে’বা নিযুত বছৰৰ পুৰণি দাঁত সাধাৰণতে আৱিষ্কাৰ কৰা নাযায়৷ শিশুটোৱে যিটো দাঁত আৱিষ্কাৰ কৰিছে সেইটো বৰ্তমানৰ প্ৰকাণ্ড সাগৰীয় প্ৰাণী বগা হাঙৰতকৈ প্ৰায় তিনিগুণ ডাঙৰ বুলি প্ৰকাশ পাইছে।

সেয়েহে কে’বা নিযুত বছৰৰ পূৰ্বে পৃথিৱীৰ পৰা বিলুপ্ত হোৱা প্ৰকাণ্ড মেগালোডন ছাৰ্কৰ দাঁত লাভ কৰা চেমি শ্বেলটন নামৰ শিশুটিক সৌভাগ্যৱান বুলি সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷

প্ৰকাশিত খবৰৰ মতে চেমিয়ে দাঁতটো লাভ কৰি ঘৰলৈ লৈ যোৱাৰ লগতে সহপাঠীসকলক দেখুওৱাবলৈ স্কুললৈও লৈ গৈছিল৷

 

লগতে পঢ়ক পিঠিৰ শালমইনাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? চাওক দুটামান ঘৰুৱা উপায়…

ইফালে এই দাঁতটো লাভ কৰি চামিয়ে আনন্দত আত্মহাৰা হোৱা বুলি প্ৰকাশ কৰিছে তেওঁৰ দেউতাক পিটাৰ শ্বেল্টনে৷ পিটাৰ শ্বেলটনে প্ৰকাশ কৰিছে তেওঁ পুত্ৰ চামিয়ে শোৱাৰ সময়ত সদায়ে দাঁতটো নিজৰ কাষতে বিচনাতে থৈ লয়৷

‘‘সঁচাকৈয়ে আমি সাগৰৰ পাৰত শামুকৰ ধুনীয়া খোলাবোৰ বিচাৰি আছিলো আৰু তেতিয়াই আমি এই মেগালোডন দাঁতটো পাইছিলো। এইটো ডাঙৰ আৰু অতি গধুৰ আছিল। এইটো এটা বিশেষ বস্তু বুলি বুজি পালেও সাগৰৰ পাৰত আনক নেদেখুওৱালৈকে মই ইয়াৰ তাৎপৰ্য অনুভৱ কৰিব পৰা নাছিলো৷’’ চামিৰ দেউতাক পিটাৰে সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে এই মেগালোডন ছাৰ্কৰ দাঁত লাভ কৰাটো সমুদ্ৰ তীৰৰ এক সৰ্বশ্ৰেষ্ঠ আৱিস্কাৰ বুলিয়ে বিবেচিত হৈ আহিছে৷ ইয়াৰ পূৰ্বে এজন যুৱকে ৱেষ্ট ৰুণ্টনত সমুদ্ৰ তীৰত ভ্ৰনণ কৰি থাকোতে হাঙৰ দাঁতৰ টুকুৰা আৰু জীৱাশ্ম আৱিস্কাৰ কৰিছিল৷

 

লগতে পঢ়ক বিৰোধীক প্ৰচণ্ড আঘাত অৰবিন্দ কেজৰিৱালৰ; ২০২৪ত মহাজোঁটত নাথাকে আপ-এ

মেগালোডন হৈছে মেকেৰেল ছাৰ্কৰ এক বিলুপ্ত প্ৰজাতি সাগৰীয় প্ৰাণী, যি প্ৰায় ২৩ৰ পৰা ৩.৬ নিযুত বছৰ আগতে পৃথিৱীত বাস কৰিছিল৷ পূৰ্বতে ইয়াক বৃহৎ বগা হাঙৰৰ প্ৰজাতিৰ সাগৰীয় প্ৰাণী বুলি ভবা হৈছিল।

এই মেলাগোডন ছাৰ্ক হৈছে পৃথিৱীৰ ইতিহাসত আটাইতকৈ ডাঙৰ আৰু শক্তিশালী চিকাৰী প্ৰাণী, যিটোক ইয়াৰ জীৱাশ্মবোৰ অধ্যয়নৰ পৰা জানিব পৰা গৈছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammegalodon shark
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ
বিশ্ব

কেচিনোৰ প্ৰাক্তন সহকৰ্মীক উপেক্ষা! কোনে ক্ষতিপূৰণ ভৰিলে ৭২ লাখ টকাৰ

May 21, 2022
কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?
বিবিধ

কণ্ঠ শিল্পী কণিকা কাপুৰৰ দ্বিতীয় বিবাহ! কি ক’লে ভাৱী স্বামীক?

May 21, 2022
ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক
ভাৰত

ভাৰতৰ কিশোৰ দবাৰুৰ প্ৰদৰ্শনত স্তম্ভিত বিশ্ববাসী! পৰাস্ত কৰিলে বিশ্ব দবা চেম্পিয়নক

May 21, 2022
কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?
ৰাজনীতি

কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?

May 21, 2022
Next Post
বিদ্যুতৰ মহিমা! বিয়া মণ্ডপত লাগিল অথন্তৰ; আন্ধাৰতে চাৰি কইনা-দৰাৰ সাল সলনি

বিদ্যুতৰ মহিমা! বিয়া মণ্ডপত লাগিল অথন্তৰ; আন্ধাৰতে চাৰি কইনা-দৰাৰ সাল সলনি

মোগল সাম্ৰাজ্যৰ ধ্বজাবাহক কুটুব মিনাৰ; নাম সলনিৰ দাবী হিন্দুত্ববাদীৰ

মোগল সাম্ৰাজ্যৰ ধ্বজাবাহক কুটুব মিনাৰ; নাম সলনিৰ দাবী হিন্দুত্ববাদীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: [email protected]

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.