জে পি নড্ডা, অমিত শ্বাহৰ নতুন ধামাকা। ব্ৰহ্মপুত্ৰৰ বান সমস্যা সমাধানৰ উপায় পুখুৰী। পুখুৰী খান্দি বান সমস্যা সমাধান কৰিব বিজেপিয়ে।