• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খেল দেখুৱাব বৃহস্পতিয়ে! বৃহস্পতিৰ কৃপাত কোন কোন ৰাশিৰ লাভৰ যোগ আছে? কি কৈছে জ্যোতিষশাস্ত্রই?

খেল দেখুৱাব বৃহস্পতিয়ে! বৃহস্পতিৰ কৃপাত কোন কোন ৰাশিৰ লাভৰ যোগ আছে? কি কৈছে জ্যোতিষশাস্ত্রই?

1 year ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

45 minutes ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

1 hour ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

1 hour ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

2 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

2 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

3 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

3 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

4 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

5 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

6 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

7 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খেল দেখুৱাব বৃহস্পতিয়ে! বৃহস্পতিৰ কৃপাত কোন কোন ৰাশিৰ লাভৰ যোগ আছে? কি কৈছে জ্যোতিষশাস্ত্রই?

খেল দেখুৱাব বৃহস্পতিয়ে! বৃহস্পতিৰ কৃপাত কোন কোন ৰাশিৰ লাভৰ যোগ আছে? কি কৈছে জ্যোতিষশাস্ত্রই?

editor by editor
August 11, 2025
in জীৱনশৈলী
0
খেল দেখুৱাব বৃহস্পতিয়ে! বৃহস্পতিৰ কৃপাত কোন কোন ৰাশিৰ লাভৰ যোগ আছে? কি কৈছে জ্যোতিষশাস্ত্রই?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিৰ গোচৰত লাভ পাব একাধিক ৰাশিৰ জাতক জাতিকাই৷ আসন্ন সময়তেই আছে বৃহস্পতিৰ গোচৰ৷ দেৱগুৰু বৃহস্পতিয়ে এইবাৰ নিজৰ উচ্চ ৰাশি কৰ্কটত গোচৰ কৰিব৷ যি সময়ত বৃহস্পতিৰ গোচৰ হব সেই সময়ত তাত চন্দ্ৰৰ আধিপত্য থাকিব৷ আৰু চন্দ্ৰৰ আধিপত্য থকা বৃহস্পতিৰ সৈতে চন্দ্ৰৰ ভাল সম্পৰ্ক৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভ পাব পাৰে৷ কোন কোন জাতক লাভাম্বিত হব?

বৃশ্চিক ৰাশি

আপোনাৰ ভাগ্যোদয়ৰ যোগ তৈয়াৰ হৈছে৷ আপুনি কামৰ সূত্ৰে যাত্ৰা কৰিব পাৰে৷ আপোনাৰ এই সময়ত ভাগ্যোদয়ৰ যোগ তৈয়াৰ হব৷ কৰোবালৈ কৰ্মসূত্ৰে যাতায়াত কৰিব পাৰে৷ এই সময়ত কেৱল উন্নতিয়েই নহয় সন্মানো লাভ কৰিব৷ অবিবাহিতসকলৰ বাবে বিবাহৰ যোগ তৈয়াৰ হব৷ গুৰুগ্ৰহে আপোনাৰ ৰাশিত পঞ্চমভাৱে থাকিব৷ এই সময়ত আপোনাৰ হাতলৈ আকস্মিক ধন সম্পত্তি আহিব পাৰে৷ সন্তানৰ সৈতে জড়িত ব্যক্তিয়ে কোনো ভাল খবৰ লাভ কৰিব পাৰে৷

তুলা ৰাশি

আপোনাৰ ৰাশিত বৃহস্পতিয়ে কেৰিয়াৰ আৰু ব্যৱসায়ৰ স্থানত গোচৰ কৰিব৷ তাৰফলত এই ৰাশিৰ জাতক জাতিকাই লাভ পাব৷ চাকৰিয়ালৰ প্ৰমোছনৰ যোগ তৈয়াৰ হব৷ ব্যৱসায়ীসকলে ব্যৱসায়ৰ দিশত ভাল লাভ পাব৷ আপোনাৰ জনপ্ৰিয়তা বাঢ়িব৷ ব্যৱসায়ত নতুন অংশীদাৰৰ কাম আৰম্ভ কৰাৰ সুযোগ পাব৷ এই সময়ত ব্যৱসায়ীয়ে কোনো ডাঙৰ অংশীদাৰৰ ডিল কৰিব পাৰে৷ আপুনি পিতৃ বা গুৰুৰ পৰা সহযোগিতা পাব৷

কৰ্কট ৰাশি

গুৰু গ্ৰহে আপোনাৰ ৰাশিত লগ্নভাৱে সঞ্চৰণ কৰিব৷ এই সময়ত আপুনি জনপ্ৰিয়তা লাভ কৰিব৷ আপুনি বহু বেছি জনপ্ৰিয় হোৱাৰো সুযোগ আছে৷ মান সন্মানৰ প্ৰাপ্তি হব৷ যিসকল বিবাহিত তেওঁলোকৰ দাম্পত্য জীৱন পূৰ্বতকৈ ভাল হব৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ৰোমান্স বাঢ়িব পাৰে৷ পাৰ্টনাৰশ্বিপৰ কামত লাভ হব৷

গোচৰ কেতিয়া হব?

গ্ৰহৰ অৱস্থানৰ ভিত্তিত বৃহস্পতিয়ে অক্টোবৰত গোচৰ কৰিব৷ তাৰ প্ৰভাৱত বহু ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
Next Post
এয়াৰ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকালৰ বাবে বাতিল দিল্লী-ৱাছিংটনৰ ডাইৰেক্ট ফ্লাইট

এয়াৰ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত, অনিৰ্দিষ্টকালৰ বাবে বাতিল দিল্লী-ৱাছিংটনৰ ডাইৰেক্ট ফ্লাইট

মাল্টিভিটামিন টেবলেটে লিভাৰৰ কি ক্ষতি কৰে? কি ৰোগ হ’ব পাৰে? দৈনিক খালে কি কি অসুবিধা?

মাল্টিভিটামিন টেবলেটে লিভাৰৰ কি ক্ষতি কৰে? কি ৰোগ হ’ব পাৰে? দৈনিক খালে কি কি অসুবিধা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.