• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাল্টিভিটামিন টেবলেটে লিভাৰৰ কি ক্ষতি কৰে? কি ৰোগ হ’ব পাৰে? দৈনিক খালে কি কি অসুবিধা?

মাল্টিভিটামিন টেবলেটে লিভাৰৰ কি ক্ষতি কৰে? কি ৰোগ হ’ব পাৰে? দৈনিক খালে কি কি অসুবিধা?

1 year ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

14 minutes ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

1 hour ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

2 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

4 hours ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

5 hours ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

6 hours ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

6 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

7 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

7 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

8 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

8 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাল্টিভিটামিন টেবলেটে লিভাৰৰ কি ক্ষতি কৰে? কি ৰোগ হ’ব পাৰে? দৈনিক খালে কি কি অসুবিধা?

মাল্টিভিটামিন টেবলেটে লিভাৰৰ কি ক্ষতি কৰে? কি ৰোগ হ’ব পাৰে? দৈনিক খালে কি কি অসুবিধা?

editor by editor
August 12, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
মাল্টিভিটামিন টেবলেটে লিভাৰৰ কি ক্ষতি কৰে? কি ৰোগ হ’ব পাৰে? দৈনিক খালে কি কি অসুবিধা?
0
SHARES
338
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাৰ্বোহাইড্ৰেট, স্বাস্থ্যকৰ ফেট, প্ৰটিনৰ ওপৰিও শৰীৰ সুস্থ ৰাখিবলৈ ভিটামিন জৰুৰী৷ আপোনাৰ শৰীৰত ভিটামিনৰ চাহিদা কিমান সেয়া চিকিৎসকেহে কব পাৰে৷ দৈনিক খোৱাবোৱাৰ পৰা ভিটামিন শৰীৰত প্ৰৱেশ কৰাটো ভাল৷ কিন্তু এতিয়াৰ যি খাদ্যভাষ তাত ভিটামিন বাদেই শৰীৰৰ বাবে প্ৰয়োজনীয় খনিজ উপাদানসমূহৰো ঘাটিহে হৈছে৷ সেয়ে মাল্টিভিটামিনৰ টেবলেট অথৱা বিভিন্ন ধৰণৰ ছাপ্লিমেণ্ট খোৱাৰ অভ্যাস বহুতেই কৰিছে৷ মূৰৰ বিষ, মূৰ ঘূৰোৱা, অতিৰিক্ত ক্লান্তিভাৱ থাকিলে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ বহুতেই মাল্টিভিটামিনৰ টেবলেটো খায়৷ ডোজ নজনাকৈ দৈনিক এটাকৈ টেবলেট বহুতেই গ্ৰহণ কৰি আহিছে৷ ইয়াৰ ফলত শৰীৰত ক্লান্তিভাৱ কমে ঠিকেই কিন্তু অন্য ধৰণৰ সমস্যাই দেখা দিয়ে৷ দিনৰ পাছত দিন মাল্টিভিটামিন খালে তাৰ কিছু পাৰ্শ্বপ্ৰতিক্ৰিয়াই দেখা দিয়ে৷ দৈনিক খালে ই লিভাৰৰ জটিল ৰোগৰ কাৰণ হৈ উঠিব পাৰে৷

মাল্টিভিটামিন ছাপ্লিমেণ্টে কেনেকৈ লিভাৰৰ ক্ষতি কৰে?

ভিটামিন এ, ডি, ই আৰু কে হৈছে ফেট ছলিউবল ভিটামিন, অৰ্থাৎ এইসমূহ চৰ্বিত দ্ৰৱণীয়৷ এই ভিটামিনসমূহৰ মাত্ৰা বেছি হলে সেইসমূহ লিভাৰত গৈ জমা হৈ থাকে৷ দিনৰ পাছত দিন অতিৰিক্ত ভিটামিন এ বা ডি লিভাৰত জমা হৈ থাকিলে তাৰ পৰা লিভাৰৰ কোষৰ ক্ষয় হবলৈ আৰম্ভ হয়৷ বিষক্ৰিয়াও হব পাৰে৷ ইয়াৰ ফলত লিভাৰৰ আকাৰ বাঢ়ি যায় তাত প্ৰদাৰ আৰম্ভ হয়৷ আনকি এইসমূহ পাৰ্শ্বপ্ৰতিক্ৰিয়াত লিভাৰ ক্ষত বা চিৰোচিছ অথৱা অন্য কোনো জটিল ৰোগো হব পাৰে৷
কিছু ভিটামিন যেনে নিয়াছিন ভিটামিন বি3 য়ে কোলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ঠিকেই কিন্তু অতিৰিক্ত পৰিমাণে খালে ই লিভাৰৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰে৷ যদিও ই এক পানীত দ্ৰৱণীয় ভিটামিন তথাপিও ইয়াক অতিৰিক্ত পৰিমাণে খালে লিভাৰৰ উৎসেচকসমূহৰ মাত্ৰা বঢ়াই দিব পাৰে৷ ইয়াৰ ফলত লিভাৰৰ নানান অসুখে দেখা দিব পাৰে৷ সেই কাৰণেই যিকোনো ভিটামিন ছাপ্লিমেণ্ট লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লোৱা একান্তই জৰুৰী৷

লিভাৰৰ কি কি ক্ষতি হব পাৰে?

  1. হজম প্ৰক্ৰিয়া দুৰ্বল হৈ পৰিব পাৰে৷ খাদ্য ঠিকমতে হজম নোহোৱাৰ ফলত গেছৰ সমস্যা বাঢ়িব পাৰে৷
  2. পেটৰ ওপৰত সোঁফালে বিষ অনুভৱ কৰিব পাৰে৷ অলপ খাদ্য গ্ৰহণ কৰিলেই পেট ফোলাৰ দৰে সমস্যাই দেখা দিব পাৰে৷
  3. যিসমূহ ছাপ্লিমেণ্টত ভিটামিন এ আৰু আয়ৰণৰ মাত্ৰা বেছি সেইসমূহ উচ্চ মাত্ৰাত খালে লিভাৰত বিষক্ৰিয়া হব পাৰে৷ ফলত লিভাৰৰ স্বাভাৱিক কাম কৰাৰ ক্ষমতা ব্যাহত হব পাৰে৷ তেজত বিলিৰুবিন জমা হৈ জণ্ডিছৰ লক্ষণে দেখা দিব পাৰে৷
  4. শৰীৰ ভিতৰত ৰক্তক্ষৰণো হব পাৰে৷ নাকেৰে তেজ ওলোৱা, লেট্ৰিনত তেজ যোৱাৰ দৰে সমস্যাই দেখা দিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

September 18, 2026
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
Next Post
বক্ৰী চলন এৰি চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিছে বুধে, চকুত লগা উন্নতি, অৰ্থসুখ বাঢ়িব এই ৫ৰাশিৰ

বক্ৰী চলন এৰি চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিছে বুধে, চকুত লগা উন্নতি, অৰ্থসুখ বাঢ়িব এই ৫ৰাশিৰ

অসমৰ পৰা নিৰ্মূল কৰা হ’ব গঁড়ৰ চোৰাং চিকাৰ! কি এই operation falcon?

অসমৰ পৰা নিৰ্মূল কৰা হ’ব গঁড়ৰ চোৰাং চিকাৰ! কি এই operation falcon?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.