• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বক্ৰী চলন এৰি চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিছে বুধে, চকুত লগা উন্নতি, অৰ্থসুখ বাঢ়িব এই ৫ৰাশিৰ

বক্ৰী চলন এৰি চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিছে বুধে, চকুত লগা উন্নতি, অৰ্থসুখ বাঢ়িব এই ৫ৰাশিৰ

6 months ago
মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

2 hours ago
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

2 hours ago
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

3 hours ago
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

5 hours ago
আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

আজিয়েই সেইদিন! শতভিষাত প্ৰৱেশ বুধৰ, ৩ৰাশিয়ে সুফল পাব, দূৰ হ’ব সকলো অভাৱ

6 hours ago
প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

প্লেটলেট কাউণ্ট ঠিকে ৰাখিবলৈ কেৱল ঔষধেই যথেষ্ট নহয়, আৰু কি কি নিয়ম মানি চলাটো প্ৰয়োজন?

7 hours ago
আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

আগন্তুক সপ্তাহত সূৰ্যৰ গোচৰ, শুক্ৰাদিত্য ৰাজযোগ, চকুত লগা উন্নতি এই ৫ৰাশিৰ

7 hours ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

1 day ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

1 day ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

1 day ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

2 days ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বক্ৰী চলন এৰি চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিছে বুধে, চকুত লগা উন্নতি, অৰ্থসুখ বাঢ়িব এই ৫ৰাশিৰ

বক্ৰী চলন এৰি চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিছে বুধে, চকুত লগা উন্নতি, অৰ্থসুখ বাঢ়িব এই ৫ৰাশিৰ

editor by editor
August 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বক্ৰী চলন এৰি চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিছে বুধে, চকুত লগা উন্নতি, অৰ্থসুখ বাঢ়িব এই ৫ৰাশিৰ
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বহুদিন বক্ৰী চলনত থকাৰ পাছত এইবাৰ মাৰ্গী হৈছে বুধ৷ অৰ্থাৎ বিপৰীতমুখী চলন এৰি এইবাৰ চিধা পথেৰে গমন কৰিবলৈ আৰম্ভ কৰিছে সূৰ্যৰ নিকটতম গ্ৰহ বুধে৷ ১১ আগষ্টৰ পৰা কৰ্কট ৰাশিত বুধৰ মাৰ্গী চলন আৰম্ভ হৈছে৷ জ্যোতিষ গণনা অনুসৰি যেতিয়া কোনো গ্ৰহি বক্ৰী চলন এৰি চিধা পথলৈ আহে তেতিয়াই সেই গ্ৰহৰ শুভ প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষমতা বাঢ়ি যায়৷ বুধৰ এই মাৰ্গী চলনৰ ফলত নানান দিশৰ পৰা লাভৱান হব কোনো কোনো ৰাশিৰ জাতক৷ জানি থওক মাৰ্গী বুধৰ প্ৰভাৱত সাফল্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

মেষ ৰাশি

মেষ ৰাশিৰ চতুৰ্থ ঘৰত মাৰ্গী হৈছে বুধ৷ মাৰ্গী বুধৰ এই উপস্থিতিয়ে লাভজনক প্ৰভাৱ পেলাব মেষ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত পিতৃ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্কৰ উন্নতি হব৷ সম্পত্তি সংক্ৰান্তিয় বিষয়ত সাফল্য পাব৷ বুধৰ চিধা চলনৰ শুভ প্ৰভাৱত সমাজত প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ ঘনিষ্ঠতা বাঢ়িব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ দ্বিতীয় ঘৰত অৱস্থান কৰিছে মাৰ্গী বুধে৷ এই পৰিস্থিতিত লেখাপঢ়াত ভাল ফল কৰাৰ সুযোগ পাব মিথুন ৰাশিৰ জাতকে৷ এই সময়ত কথাৰ মাধুৰ্য আৰু বুদ্ধি বাঢ়িব৷ ফলত বহুতৰে সৈতে আপোনাৰ সম্পৰ্কৰ উন্নতি হব৷ আত্মীয়ৰ সৈতে সম্পৰ্ক আৰু মধুৰ হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ একাদশ ঘৰত মাৰ্গী হৈছে বুধ৷ কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধে চিধা পথ এৰাৰ ফলত নানান দিশৰ পৰা লাভৱান হব এই ৰাশিৰ জাতক৷ এই সময়ত অতিৰিক্ত উপাৰ্জন কৰাৰ সুযোগ পাব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ চাকৰিত পদোন্নতি আৰু দৰমহা বৃদ্ধি হব পাৰে৷ সন্তানৰ দিশৰ পৰা কোনো সুখবৰ পাব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিত দশম গোচৰ কৰিছে মাৰ্গী বুধে৷ এই পৰিস্থিতিত আপুনি কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ ব্যৱসায়তো বৃহৎ সাফল্য লাভ কৰিব পাৰিব তুলা ৰাশিৰ জাতকে৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ কৰ্মক্ষেত্ৰত যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ পাৰ্টনাৰৰ সৈতেও কোৱালিটি টাইম কটাব৷

ধনু ৰাশি

ধনু ৰাশিৰ অষ্টম ঘৰত মাৰ্গী হৈছে বুধ৷ ইয়াৰ প্ৰভাৱত হঠাৎ নানান দিশৰ পৰা লাভৱান হব ধনু ৰাশিৰ জাতক৷ অলপ পৰিশ্ৰম কৰিয়েই বৃহৎ সাফল্য লাভ কৰিব পাৰিব৷ ইয়াৰোপৰি সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷ কেৰিয়াৰত নিজৰ এক বিশেষ পৰিচিতি গঢ়ি তুলিব পাৰিব৷ আৰ্থিকভাৱেও লাভৱান হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?
জীৱনশৈলী

মাহত সৰ্বোচ্চ লাভ কৰিব পাৰে প্ৰায় ১.৭৬ লাখ পেঞ্চন, অষ্টম দৰমহা কমিছনত কিমান বাঢ়িব পেঞ্চন?

February 7, 2026
শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ
জীৱনশৈলী

শিৱৰাত্ৰিত মঙ্গল, বুধ, চন্দ্ৰৰ বিশেষ গোচৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ

February 7, 2026
স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?
জীৱনশৈলী

স্থান সলনি কৰিব কেতুৱে, ব্যাপক অৰ্থলাভ কৰিব এই ৪ৰাশিৰ জাতকে, লিষ্টত আছেনে আপুনি?

February 7, 2026
ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ
জীৱনশৈলী

ইচ্ছাৰ বিৰুদ্ধে সন্তানধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব! ৩০ সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি ছুপ্ৰিম কৰ্টৰ

February 7, 2026
Next Post
অসমৰ পৰা নিৰ্মূল কৰা হ’ব গঁড়ৰ চোৰাং চিকাৰ! কি এই operation falcon?

অসমৰ পৰা নিৰ্মূল কৰা হ’ব গঁড়ৰ চোৰাং চিকাৰ! কি এই operation falcon?

জন্মাষ্টমীলৈ মাজত মাত্ৰ কেইটামান দিন! টকা-পইছা-সৌভাগ্য-সন্মানৰ সুখসাগৰত ভাহিব ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৪ৰাশি

জন্মাষ্টমীলৈ মাজত মাত্ৰ কেইটামান দিন! টকা-পইছা-সৌভাগ্য-সন্মানৰ সুখসাগৰত ভাহিব ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৪ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.