• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ পৰা নিৰ্মূল কৰা হ’ব গঁড়ৰ চোৰাং চিকাৰ! কি এই operation falcon?

অসমৰ পৰা নিৰ্মূল কৰা হ’ব গঁড়ৰ চোৰাং চিকাৰ! কি এই operation falcon?

1 year ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

4 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

4 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

5 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

5 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

5 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

8 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

8 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

9 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

9 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ পৰা নিৰ্মূল কৰা হ’ব গঁড়ৰ চোৰাং চিকাৰ! কি এই operation falcon?

অসমৰ পৰা নিৰ্মূল কৰা হ’ব গঁড়ৰ চোৰাং চিকাৰ! কি এই operation falcon?

editor by editor
August 12, 2025
in অসম, উত্তৰ-পূব, জীৱনশৈলী
0
অসমৰ পৰা নিৰ্মূল কৰা হ’ব গঁড়ৰ চোৰাং চিকাৰ! কি এই operation falcon?
0
SHARES
149
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এশিঙীয়া গঁড়ৰ দেশ অসম৷ গঁড়ৰ চোৰাং চিকাৰ নিৰ্মূল কৰাৰ বাবে হাতত লোৱা হৈছিল অপাৰেচন ফেলকন৷ অসম আৰক্ষী আৰু বন বিভাগৰ সহযোগিতামূলক প্ৰচেষ্টা অপাৰেচন ফেলকন৷ ২টা গঁড়ৰ দুৰ্ভাগ্যজনক হত্যাই দুয়োটা বিভাগকে চোৰাং চিকাৰ বিৰোধী কৌশলৰ ওপৰত পুনৰ বিবেচনা কৰিবলৈ প্ৰেৰণা যোগাইছিল৷ ২০২৪ চনত চোৰাংচিকাৰীৰ বিৰুদ্ধে আৰম্ভ কৰা হয় অপাৰেচন ফেলকন৷ উপলব্ধ সকলো সম্পদ ব্যৱহাৰ কৰি চোৰাংচিকাৰীক খেদি পঠিওৱা হয়৷ বন কৰ্মীসকলৰ সমন্বয় আৰু মনোবলৰ বাবে বহু চোৰাং চিকাৰী এতিয়া কাৰাগাৰৰ ভিতৰত আছে৷ জিলা অনুসৰি অপাৰেচন ফেলকনৰ অধীনত গ্ৰেপ্তাৰৰ সংখ্যাঃ উদালগুৰি ১, দৰং ৮, নগাঁও ৬, বিশ্বনাথ ১৮, ডিব্ৰুগড় ১, শোণিতপুৰ ২, কাৰ্বি আংলং ৫ আৰু কাছাৰ ১৷ স্থল আৰু ডিজিটেল বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰৰ জৰিয়তে চোৰাংচিকাৰীক ট্ৰেক কৰা হৈছিল৷

এই অপাৰেচনৰ অধীনত
১) আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগ চিনাক্ত কৰা হৈছে
২) ম্যানমাৰৰ জৰিয়তে অবৈধ ব্যৱসায়ৰ সৈতে জড়িত ছটা বৃহৎ গঁড়ৰ চোৰাংচিকাৰী চক্ৰ চিনাক্ত কৰা হৈছে
৩) গঁড় চিকাৰৰ ৯টা প্ৰচেষ্টা বিফল কৰা হৈছে

অসমৰ পৰা গঁড়ৰ চোৰাং চিকাৰ নিৰ্মূল নকৰালৈকে অপাৰেচন ফেলকন অব্যাহত থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
Next Post
জন্মাষ্টমীলৈ মাজত মাত্ৰ কেইটামান দিন! টকা-পইছা-সৌভাগ্য-সন্মানৰ সুখসাগৰত ভাহিব ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৪ৰাশি

জন্মাষ্টমীলৈ মাজত মাত্ৰ কেইটামান দিন! টকা-পইছা-সৌভাগ্য-সন্মানৰ সুখসাগৰত ভাহিব ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় এই ৪ৰাশি

কৃষ্ণা চতুৰ্থীত ধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ

কৃষ্ণা চতুৰ্থীত ধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.