• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণা চতুৰ্থীত ধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ

কৃষ্ণা চতুৰ্থীত ধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ

10 months ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

9 minutes ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

36 minutes ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

1 hour ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

2 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

3 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

4 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

5 hours ago
পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

6 hours ago
এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

এন ডি এ চৰকাৰৰ ১২ বছৰ সম্পূৰ্ণ, কহিমাত জনসম্পৰ্ক কাযসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

7 hours ago
বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

বতৰে ল’ব ৰূদ্ৰ ৰূপ, আজিৰে পৰা আহিব নেৰানেপেৰা বৰষুণ!

7 hours ago
আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

আজি সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মজয়ন্তী

9 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

৪০ মিনিটত আঠটা বৃহৎ ভূমিকম্প, জাৰি কৰিছে সতৰ্কবাণী

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৃষ্ণা চতুৰ্থীত ধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ

কৃষ্ণা চতুৰ্থীত ধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ

editor by editor
August 12, 2025
in জীৱনশৈলী
0
কৃষ্ণা চতুৰ্থীত ধৃতি যোগ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ হ’ব ৫ ৰাশিৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৩ আগষ্ট ২০২৫ বুধবাৰে চন্দ্ৰই দিনজুৰি মীন ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ শাওনৰ কৃষ্ণা চতুৰ্থী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ধৃতি যোগ আৰু ধন যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ দিনটো ধৃতি যোগৰ প্ৰভাৱত শুভ ফলদায়ী হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ মনত ভৰপুৰ আনন্দ থাকিব৷ যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে কৰ্মসূত্ৰে কৰোবালৈ ভ্ৰমণলৈ যাব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ ভাল চাকৰিৰ প্ৰস্তাৱ পাব৷

কৰ্কট ৰাশি

কাইলৈ গণপতিৰ আশীৰ্বাদত ভাল কিছু ঘটনা ঘটিব কৰ্কট ৰাশিৰ জীৱনত৷ কোনো সামাজিক অনুষ্ঠানৰ সৈতে আপুনি যুক্ত হব পাৰে৷ সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ চৰকাৰৰ পৰা বিশেষভাৱে সন্মানিত হব পাৰে৷ ধৰ্মীয় কামত আগ্ৰহ বাঢ়িব৷ কাইলৈ কৰ্কট ৰাশিৰ জাতকে মনত শান্তি পাব৷

সিংহ ৰাশি

কাইলৈ বুধবাৰে বেছ মজা কৰি দিনটো কটাব সিংহ ৰাশিৰ জাতকৰ৷ সম্পত্তি সংক্ৰান্তিয় গোচৰত ৰায় আপোনাৰ পক্ষে আহিব পাৰে৷ ইয়াৰ ফলত উত্তৰাধিকাৰ সূত্ৰে বেছ কিছু সম্পত্তি লাভ কৰাৰ যোগ আছে৷ বাহিৰৰ কৰোবালৈ ফুৰিবলৈ যোৱাৰ আলোচনা হব পাৰে৷ কাইলৈ ধন যোগত বেছ কিছু টকা সঞ্চয় কৰিব পাৰে৷

তুলা ৰাশি

কাইলৈ শাওন মাহৰ শেষ বুধবাৰে ধৃতি যোগৰ প্ৰভাৱত মনত সুখ আৰু শান্তি বৰ্তি থাকিব তুলা ৰাশিৰ জাতকৰ৷ পিতৃ মাতৃৰ স্বাস্থ্য পূৰ্বতকৈ বহু বেছি ভাল হব৷ সম্পত্তি সংক্ৰান্তীয় কোনো সমস্যা চলিলে সেয়া দূৰ হব৷ কাইলৈ নতুন সম্পত্তি লাভ কৰিব পাৰে এই ৰাশিৰ জাতকে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ যোগ আছে৷

মকৰ ৰাশি

কাইলৈ বুধবাৰে ৰেৱতী নক্ষত্ৰৰ প্ৰভাৱত সাহস বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় লাভজনক৷ অফিচত গুৰুত্বপূৰ্ণ বিষয়ত চিনিয়ৰ আৰু সহকৰ্মীসকলৰ সহায় পাব৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰাৰ কথা ভাৱিলে সেই বিষয়ে কথাবাৰ্তা আগুৱাব পাৰিব৷ ঘৰলৈ বিশেষ অতিথি আহিব পাৰে৷

বৃষ রাশি

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি কাপোৰ পিন্ধাৰ পূৰ্বে সাৱধান? কঢ়িয়াই আনিব আপোনাৰ দুৰ্ভাগ্য!

June 17, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

আজি ধনেৰে উপচিব আপোনাৰ ঘৰ? কোন ৰাশিৰ ভাগ্য উদয় হ’ব জানক দৈনিক ৰাশিফল

June 17, 2026
কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত দাঁতত পোকে গাঁত কৰে? যন্ত্ৰণাৰ পৰা কিদৰে উপশম পাব জানক

June 15, 2026
নিশা শোৱাৰ পূৰ্বে খাওক দুই ফুটা নহৰু, দেখিব চমৎকাৰ!
জীৱনশৈলী

দুই ফুটা নহৰুৱে কৰিব চমৎকাৰ, সলনি কৰিব আপোনাৰ জীৱন!

June 15, 2026
Next Post
ধন সম্পত্তি উপচি পৰিব! জন্মাষ্টমীত তুলসীৰে কৰক এইকেইটা কাম, সবিশেষ জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক

ধন সম্পত্তি উপচি পৰিব! জন্মাষ্টমীত তুলসীৰে কৰক এইকেইটা কাম, সবিশেষ জানিবলৈ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক

২০২৫ জন্মাষ্টমীৰ পাছত আছে লক্ষ্মীনাৰায়ণ যোগ, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

২০২৫ জন্মাষ্টমীৰ পাছত আছে লক্ষ্মীনাৰায়ণ যোগ, লাকী ৰাশিৰ লিষ্টত কোন কোন আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.