• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যজুৰি শোকৰ বন্যা, বায়েকক দৰা ঘৰত থৈ নিজে ঘৰ নাপালেগৈ ভাতৃ

ৰাজ্যজুৰি শোকৰ বন্যা, বায়েকক দৰা ঘৰত থৈ নিজে ঘৰ নাপালেগৈ ভাতৃ

2 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

12 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

13 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

13 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

14 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

15 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

15 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

16 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

16 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

17 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

17 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

18 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যজুৰি শোকৰ বন্যা, বায়েকক দৰা ঘৰত থৈ নিজে ঘৰ নাপালেগৈ ভাতৃ

editor by editor
December 16, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
ৰাজ্যজুৰি শোকৰ বন্যা, বায়েকক দৰা ঘৰত থৈ নিজে ঘৰ নাপালেগৈ ভাতৃ
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজ্যজুৰি শোকৰ বন্যা, বায়েকক দৰা ঘৰত থৈ নিজে ঘৰ নাপালেগৈ ভাতৃ

ঘৰত বহু দিনৰে পৰা উলহ-মালহ পৰিৱেশ। ঘৰ খনৰ কন্যাৰ বিয়া। নতুন এঘৰলৈ বিয়া দি উলিয়াই দিব ঘৰ খনৰকন্যাক। সকলো ঠিকমতে হৈ যায়। বিয়াৰ শেষত বায়েকক থবলৈ বুলি ভায়েকো ওলায়। লগত আৰু বন্ধু সহ পৰিয়ালৰে আন আন লোক।

কিন্তু ঘৰখনৰ লগতে সেই কইনাৰ ভাতৃৰ ভাগ্যত নিয়তিয়ে লিখি থৈছিল অন্যহে। সকলো ফুৰ্তি মুহুৰ্ততে শেষ হৈ কান্দোনলৈ পৰিণত হয়। কইনা তথা বায়েকক দৰা ঘৰত থৈ পুৱতি নিশা নিজ ঘৰলৈ উভতি আহি থকাৰ সময়কে ভাতৃৰ শেষ হৈ যায় সকলো। এক শোকাৱহ পথ দুৰ্ঘটনাত অকাল মৃত্যুক আঁকোৱালি লয় ভাতৃয়ে।

পুৱতি নিশা আন চাৰিগৰাকী বন্ধু- বান্ধৱৰ স’তে এখন বাহনত ঘৰলৈ উভতি গৈছিল ডিব্ৰুগড় জিলাৰ টেঙাখাত তামূলীখাতৰ যুৱক ঈশান গগৈ ৷ একেখন জিলাৰে লাহোৱালৰ বকুলত বৰদেউতাৰ ছোৱালী অৰ্থাৎ বায়েকক কইনা হিচাপে এৰি ঘৰলৈ উভতাৰ পথতে চেঁচা নদীৰ দলঙৰ সমীপত বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই নদীৰ বুকুত সোমাই পৰে ৷

ডিব্ৰুগড়-দুলীয়াজান, জয়পুৰ, নাহৰকটীয়া পথত সংঘটিত এই ঘটনাত নিহত হয় কইনাৰ ভাতৃ ঈশান গগৈ৷ আন চাৰিজনক উদ্ধাৰ কৰি সংকট জনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । আহত আন চাৰিজন হৈছে – অখিৰাজ গগৈ (২৮), ত্ৰিদীপ গগৈ (৩০), লাটু গগৈ (২৬), আৰু বিপ্লৱ গগৈ (২৮)।

নদীৰ বুকুত বাহন খনতে আবদ্ধ হৈ থকা ঈশান গগৈক NDRF -এ উদ্ধাৰ কৰে যদিও ইতিমধ্যে শোকাৱহ ভাৱে মৃত্যুক আঁকোৱালী লয় ইশানে। পুৱতি নিশা ঘন কুঁৱলীৰ বাবেই এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে শোকৰ বন্যা বোৱাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentDibrugarahroad accidentSesa River
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা
অসম

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

October 1, 2026
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…
উত্তৰ-পূব

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

October 1, 2026
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ
অসম

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

October 1, 2026
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ
অসম

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

October 1, 2026
Next Post
অৱশেষত যোগ্য শক্তিমান বিচাৰি পালে মুকেশ খান্নাই- ‘অল্লু অৰ্জুনৰ আছে যোগ্যতা’

অৱশেষত যোগ্য শক্তিমান বিচাৰি পালে মুকেশ খান্নাই- 'অল্লু অৰ্জুনৰ আছে যোগ্যতা'

চিৰ বিদায় ওস্তাদ তবলাবাদকৰ, পাছে জানেনে পত্নীৰো বিশ্বজুৰি সুনাম আছে সাংস্কৃতিক জগতত

চিৰ বিদায় ওস্তাদ তবলাবাদকৰ, পাছে জানেনে পত্নীৰো বিশ্বজুৰি সুনাম আছে সাংস্কৃতিক জগতত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.