• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশ্চিন্তমনে ল’ব পাৰে এই সেৱা! একেবাৰেই কম দাম BSNLৰ এইকেইটা ৰিচাৰ্ছ প্লেনৰ

নিশ্চিন্তমনে ল’ব পাৰে এই সেৱা! একেবাৰেই কম দাম BSNLৰ এইকেইটা ৰিচাৰ্ছ প্লেনৰ

2 years ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

2 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

3 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

4 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

5 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

5 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

6 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

7 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

7 hours ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

8 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

8 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নিশ্চিন্তমনে ল’ব পাৰে এই সেৱা! একেবাৰেই কম দাম BSNLৰ এইকেইটা ৰিচাৰ্ছ প্লেনৰ

নিশ্চিন্তমনে ল’ব পাৰে এই সেৱা! একেবাৰেই কম দাম BSNLৰ এইকেইটা ৰিচাৰ্ছ প্লেনৰ

editor by editor
August 14, 2024
in অসম, জীৱনশৈলী, ভাৰত
0
নিশ্চিন্তমনে ল’ব পাৰে এই সেৱা! একেবাৰেই কম দাম BSNLৰ এইকেইটা ৰিচাৰ্ছ প্লেনৰ
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেচৰকাৰী টেলিকম সংস্থাসমূহৰ এটা সিদ্ধান্ততেই সুদিন ঘূৰি আহিছে BSNLৰ৷ জিঅ’, এয়াৰটেল আৰু ভোডাফোন আইডিয়া ৰিচাৰ্জ প্লেনৰ দাম বাঢ়িলেও সমস্ত প্ৰিপেইড আৰু পোষ্টপেইড প্লেনৰ দাম অপৰিবৰ্তিত ৰাখিছে ভাৰত সঞ্চাৰ নিগম লিমিটেডে৷ যাৰ বাবে এই ছিমক লৈ আগ্ৰহ বাঢ়িছে গ্ৰাহকৰ৷ কিন্তু আপুনি জানেনে এনে ১০টা প্ৰিপেইড প্লেন আছে যি জিঅ’, এয়াৰটেলৰ প্লেনৰ তুলনাত বেছ সস্তা৷ আপুনিও যদি BSNL লৈ পোৰ্ট কৰাৰ চিন্তাভাৱনা কৰিছে তেন্তে BSNLৰ ৰিচাৰ্জ প্লেনসমূহৰ সম্পৰ্কে জানি থওক সবিশেষ৷

BSNLৰ ৰিচাৰ্জ প্লেন আনলিমিটেড কল আৰু ডাটা প্ৰিপেইড প্লেন

১০৮ টকাঃ গ্ৰাহকৰ বাবে আহিছে BSNLৰ বিশেষ প্লেন৷ ১০৮ টকাৰ এই বিশেষ ৰিচাৰ্জ এটা এফ আৰ ছি প্লেন৷ ইয়াত পাব আনলিমিটেড ভয়েছ কলিং, দৈনিক ১ জি বি ডাটা আৰু ২৪ দিনৰ ভেলিডিটি৷

১৯৯ টকাঃ  এই প্লেনত পাব ৩০ দিনৰ ভেলিডিটি৷ আছে আনলিমিটেড ভয়েছ কলিং, দৈনিক ২ জিবি ডাটা আৰু প্ৰতিদিনে ১০০টা SMSৰ সুবিধা৷

২২৯ টকাঃ এই প্লেন সস্তীয়াই নহয় লাভজনকো৷ ভেলিডিটি আছে এমাহৰ৷ লাভ কৰিব দৈনিক ২GB ডাটা৷ প্ৰতিদিনে ১০০ টা SMS আৰু আনলিমিটেড ভয়েছ কলিঙৰ সুবিধা৷

২৪৯টকাঃ এই ৰিচাৰ্জত আনলিমিটেড ভয়েছ কলিং, দৈনিক ২GB ডাটা আৰু প্ৰতিদিনে ১০০ টা SMS আৰু ৪৫ দিনৰ ভেলিডিটি৷

৩৪৭ টকাঃ প্ৰিপেইড প্লেসমূহৰ ক্ষেত্ৰত আৰু এটি ভাল বিকল্প এই প্লেন৷ ইয়াত আছে দৈনিক ২GB ডাটা, প্ৰতিদিনে ১০০টা SMS আৰু আনলিমিটেড কলিং৷ ভেলিডিটি পাব ৫৪ দিনৰ৷

৫৯৯ টকাঃ এই ৰিচাৰ্জ আনলিমিটেড ভয়েছ কলিঙৰ উপৰিও পাব দৈনিক ৩GB ডাটা আৰু প্ৰতিদিনে ১০০টা SMS৷ প্লেনৰ ভেলি়ডিটি ৮৪ দিন৷

৬৬৬ টকাঃ ইয়াত পাব দৈনিক ২GB ডাটা৷ ইয়াৰ সৈতে থাকিব আনলিমিটেড কলিং আৰু প্ৰতিদিনে ১০০ SMS সুবিধা৷ প্লেনৰ ভেলিডিটি হ’ব ১০৫ দিন৷

৬৯৯ টকাঃ এই ৰিচাৰ্জ কৰিলে ১৩০ দিনলৈ থাকিব ভেলিডিটি৷ পাব দৈনিক ০.৫ জিবি ডাটা, প্ৰতিদিনে ১০০ টা মেছেজ আৰু আনলিমিটেড ভয়েছ কল৷

৯৯৭ টকাঃ এই ৰিচাৰ্জত দৈনিক ২GB ডাটা, প্ৰতিদিনে ১০০ টা SMS আৰু আনলিমি়টেড ভয়েছ কল পোৱা যাব৷ ভেলিডিটি আছে ১৬০ দিনৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?
বিশ্ব

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

March 18, 2026
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!
জীৱনশৈলী

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

March 18, 2026
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…
জীৱনশৈলী

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

March 18, 2026
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

March 18, 2026
Next Post
আহি আছে গণেশ পুজা, ৰাশি অনুযায়ী কি ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব?

আহি আছে গণেশ পুজা, ৰাশি অনুযায়ী কি ৰঙৰ গণেশ মূৰ্তি পুজা কৰিব?

তিনি ৰাশিক প্ৰৱল সমস্যাত পেলাব বক্ৰী বুধে, দেখা দিব আৰ্থিক সংকটে

তিনি ৰাশিক প্ৰৱল সমস্যাত পেলাব বক্ৰী বুধে, দেখা দিব আৰ্থিক সংকটে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.