• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিটিআৰলৈ আৰু এটা ভালখবৰ! ৪৩ খন বড়ো গাওঁ অন্তৰ্ভূক্ত হ’ব বিটিআৰত…

বিটিআৰলৈ আৰু এটা ভালখবৰ! ৪৩ খন বড়ো গাওঁ অন্তৰ্ভূক্ত হ’ব বিটিআৰত…

4 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

4 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

4 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

5 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

5 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

5 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

8 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

8 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

9 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

9 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিটিআৰলৈ আৰু এটা ভালখবৰ! ৪৩ খন বড়ো গাওঁ অন্তৰ্ভূক্ত হ’ব বিটিআৰত…

editor by editor
January 26, 2023
in অসম, ৰাজনীতি
0
বিটিআৰলৈ আৰু এটা ভালখবৰ! ৪৩ খন বড়ো গাওঁ অন্তৰ্ভূক্ত হ’ব বিটিআৰত…
0
SHARES
16.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
গণৰাজ্য দিৱসৰ দিনাই মুখ্যমন্ত্ৰীৰ ১০ টা বৃহৎ ঘোষণা-
লখিমপুৰত নিৰ্মাণ হোৱা মাধৱদেৱ কলাক্ষেত্ৰই পূৰ্ণতা পাব ২০২৩ বৰ্ষতেই৷
বহাগ বিহুত গঢ়া হ’ব বিশ্ব ৰেকৰ্ড৷ ১০ ৰ পৰা ১৫ হাজাৰ ঢুলীয়াই ঢোল বজাই গঢ়িব বিশ্ব ৰেকৰ্ড৷ অনুষ্ঠিত কৰা হ’ব বৃহৎ সামাজিক অনুষ্ঠান৷
২০২৩ ত দৰিদ্ৰতা নিৰ্মূলৰ বাবে চৰকাৰে গ্ৰহণ কৰিব কেইবাখনো আঁচনি৷
পুনৰ ৮ লাখ মহিলা অন্তৰ্ভূক্ত হ’ব অৰুণোদয় আঁচনিত৷
দৰিদ্ৰতা নিৰ্মূলৰ বাবে নতুনকৈ ৪০ লাখ লোকলৈ চৰকাৰে আগবঢ়াব ৰেচন কাৰ্ড৷
ফেব্ৰুৱাৰীৰ ভিতৰত ২ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰিব ৰাজ্য চৰকাৰে৷
২০২৩ তে ৰাজ্যত অনুষ্ঠিত কৰিব ক্ৰীড়া সমাৰোহ৷
দেশমাতৃৰ স্বাৰ্থত ত্যাগ স্বীকাৰ কৰা আৰক্ষীৰ পৰিয়াললৈ সংস্থাপন৷
চুক্তি অনুসৰিয়েই বিটিআৰত ৪৩ খন বড়ো গাওঁ আৰু ১৭ খন বন গাওঁ অন্তৰ্ভুক্ত হ’ব৷
গুণোৎসৱৰ আৰ্হিত এইবাৰৰ পৰা অনুষ্ঠিত হ’ব স্বাস্থ্য সেৱা উৎসৱ৷ গুণগত চিকিৎসা সেৱা দিয়াৰ বাবে এই ব্যৱস্থা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং
অসম

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

September 29, 2026
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?
অপৰাধ

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
Next Post
ভালপোৱাৰ কথাবোৰ এনেকুৱাই! সঞ্জু বাবালৈ অনুৰাগীয়ে উইল কৰিলে ৭২ কোটি টকাৰ সম্পত্তি

ভালপোৱাৰ কথাবোৰ এনেকুৱাই! সঞ্জু বাবালৈ অনুৰাগীয়ে উইল কৰিলে ৭২ কোটি টকাৰ সম্পত্তি

কথাবোৰ গোপনেই আগবঢ়াইছিল দুয়ো! কে এল ৰাহুলৰ পাছতেই বিবাহপাশত আৱদ্ধ হ’ল ক্ৰিকেটাৰ অক্ষৰ পেটেলো…

কথাবোৰ গোপনেই আগবঢ়াইছিল দুয়ো! কে এল ৰাহুলৰ পাছতেই বিবাহপাশত আৱদ্ধ হ’ল ক্ৰিকেটাৰ অক্ষৰ পেটেলো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.