• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২লাখ পৰ্যন্ত আয়ত টেক্স শূন্য, ৮ৰ পৰা ১২ লাখত ১০শতাংশ টেক্স তেন্তে কি?

১২লাখ পৰ্যন্ত আয়ত টেক্স শূন্য, ৮ৰ পৰা ১২ লাখত ১০শতাংশ টেক্স তেন্তে কি?

2 years ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

8 minutes ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

32 minutes ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

2 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

2 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

4 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

5 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

5 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

13 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

14 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

14 hours ago
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

15 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২লাখ পৰ্যন্ত আয়ত টেক্স শূন্য, ৮ৰ পৰা ১২ লাখত ১০শতাংশ টেক্স তেন্তে কি?

১২লাখ পৰ্যন্ত আয়ত টেক্স শূন্য, ৮ৰ পৰা ১২ লাখত ১০শতাংশ টেক্স তেন্তে কি?

editor by editor
February 3, 2025
in জীৱনশৈলী
0
১২লাখ পৰ্যন্ত আয়ত টেক্স শূন্য, ৮ৰ পৰা ১২ লাখত ১০শতাংশ টেক্স তেন্তে কি?
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাজেটত বিত্তমন্ত্ৰীয়ে নতুন আয়কৰ ব্যৱস্থা (New Income Tax Slab)ক লৈ কৰা কেইটামান ঘোষণাত স্বাস্তি পাইছে মধ্যবিত্তই৷ ১২ লাখ টকা পৰ্যন্ত আয়ত শূন্য টেক্সৰ সিদ্ধান্ত লৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ বিত্তমন্ত্ৰীয়ে লোৱা এই সিদ্ধান্তই দেশৰ মধ্যবিত্ত আৰু বেতনভূগি প্ৰায়সংখ্যকেই উপকৃত কৰিব৷ মাহিলী ১ লাখৰ ভিতৰত ইনকাম কৰা প্ৰতিজন ব্যক্তিয়েই ইয়াৰ পৰা উপকৃত হ’ব৷ কিন্তু ১২ লাখলৈকে আয়কৰ শূন্য হ’লেও ৮-১২ লাখৰ ভিতৰত আয় কৰা ব্যক্তিৰ বাবে ১০শতাংশ টেক্সৰ কথা উল্লেখ আছে বাজেটত৷ কি এই ১০শতাংশ টেক্স?

বাজেটত কি এই ১০ শতাংশ টেক্স?

নতুন আয়কৰ ব্যৱস্থাত বাৰ্ষিক ১২লাখৰ ভিতৰত আয় কৰা লোকৰ ভিতৰত যিসকলে মাহিলী ৭৫ হাজাৰ টকাৰ ষ্টেণ্ডাৰ্ড ডিডাকছন হিচাপত আয়ৰ ওপৰত কোনো কৰ দিব নালাগে৷ যদিও চৰকাৰৰ ছচিয়েল মিডিয়াত দিয়া পৰিসংখ্যাত কোৱা হৈছে যে ৪লাখ টকা পৰ্যন্ত ০শতাংশ টেক্স, ৪লাখৰ পৰা ৮লাখ টকাৰ ভিতৰত ইনকাম কৰা লোকৰ বাবে ৫শতাংশ টেক্স আৰু ৮লাখৰ পৰা ১২ লাখৰ ভিতৰত ইনকাম কৰা লোকৰ বাবে ১০শতাংশ টেক্স৷ ১২লাখৰ পৰা ১৬লাখ বাৰ্ষিক ইনকামৰ ওপৰত ১৫শতাংশ টেক্স ১৬ লাখৰ পৰা ২০লাখৰ ভিতৰত ইনকাম কৰাসকলৰ বাবে ২০শতাংশ টেক্স, ২০ৰ পৰা ২৪লাখৰ ভিতৰত ইনকাম কৰাসকলৰ বাবে ২৫শতাংশ কৰ ধ্যাৰ্য কৰা হৈছে ২০২৫-২০২৬ৰ বাজেটত৷

এই হিচাপ দেখিয়েই সামাজিক মাধ্যমত বহুজনেই প্ৰশ্ন কৰিছে, বাৰ্ষিক ১২ লাখৰ ভিতৰত ইনকাম কৰাসকলৰ বাবে টেক্স নাথাকিলে এই ১০শতাংশ টেক্সৰ কথা আকৌ কিয় লিখা হৈছে? চৰকাৰৰ আয়কৰ আইনৰ ধাৰা 87A আওঁতাত টেক্স ৰেহাই দিয়া হৈছে৷ যাৰ অৰ্থ হৈছে আপোনাৰ আয়ৰ মুঠ টেক্স যদি কোনো শ্লেব অনুসৰি গণনা কৰা হয় তেন্তে আপুনি কিছু ৰেহাই পাব৷

এটা উদাহৰণ দাঙি ধৰিলে এই কথা বুজাত আপোনাৰো সহায় হ’ব৷ ধৰা হ’ল আপোনাৰ বাৰ্ষিক আয় ৪লাখৰ পৰা ৫লাখৰ ভিতৰত তেন্তে আপোনাৰ টেক্স হ’ব ২০০০০ টকা৷ অন্যহাতে আপুনি যদি বাৰ্ষিক ৪ৰ পৰা ১২ লাখ আয় কৰে তেন্তে আপোনাৰ টেক্স হ’ব ৪০০০০ টকা৷ এইধৰণে মুঠ কৰ দিব লাগিব ৬০,০০০ টকা৷ অৰ্থাৎ আপুনি বাৰ্ষিক ৪ৰ পৰা ৮লাখ বাৰ্ষিক আয়ত আৰু ৮ৰ পৰা ১২ লাখ বাৰ্ষিক আয়ত আপুনি এক টকাও টেক্স দিব নালাগে৷

টেক্স ৰিবেট প্ৰকৃততে কি?

টেক্স ৰিবেট হৈছে এটি গুৰুত্বপূৰ্ণ আৰ্থিক আইন৷ যিয়ে কৰদাতাসকলক আয়ৰ ওপৰত দিব লগা কৰৰ পৰা পৰিত্ৰাণ দিয়ে৷ এই বিধান বিশেষভাৱে সেই ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰযোজ্য যিসকলৰ বাৰ্ষিক আয় এটা নিৰ্দিষ্ট সীমাৰ তলত৷ ভাৰতৰ এই বিধানখন আয়কৰ আইনৰ ধাৰা 87A অধীনত আছে৷

টেক্স এক্সেমছন আৰু টেক্স ৰিবেটৰ মাজত পাৰ্থক্য আছে

টেক্স ৰিবেট

এটা আপোনাৰ আয়ৰ ক্ষেত্ৰত প্ৰযোজ্য আৰু নিৰ্দিষ্ট আয়ৰ স্তৰ পৰ্যন্ত আপোনাক সম্পূৰ্ণভাৱে টেক্সৰ পৰা অব্যাহতি দিয়ে৷

টেক্স এক্সেমছন

যেতিয়া আপোনাৰ আয় এক নিৰ্দিষ্ট সীমাৰ ওপৰত যায় তেতিয়া আপুনি কিছু পৰিমাণে ৰেহাই পাব পাৰে৷ সেই হিচাপতেই আপুনি ১২ লাখ পৰ্যন্ত আয়ত টেক্স এক্সেমছন পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

September 28, 2026
Next Post
মিলনৰ সময়তে শেষ কৰি পুৰুষসংগীক, নিজেই জনালে কিয়, কেনেকৈ চৰম মুহূৰ্তত শেষ কৰিলে পুৰুষসংগীক?

মিলনৰ সময়তে শেষ কৰি পুৰুষসংগীক, নিজেই জনালে কিয়, কেনেকৈ চৰম মুহূৰ্তত শেষ কৰিলে পুৰুষসংগীক?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.