• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কণ্টেণ্ট ক্ৰিয়েটৰসকলক ট্ৰেনিং দিব মোদী চৰকাৰে, স্কুল আৰু কলেজত খুলিব ১৫,৫০০ লেব

কণ্টেণ্ট ক্ৰিয়েটৰসকলক ট্ৰেনিং দিব মোদী চৰকাৰে, স্কুল আৰু কলেজত খুলিব ১৫,৫০০ লেব

1 month ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

4 minutes ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

37 minutes ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

59 minutes ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

2 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

2 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

3 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

3 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

5 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

5 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

6 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কণ্টেণ্ট ক্ৰিয়েটৰসকলক ট্ৰেনিং দিব মোদী চৰকাৰে, স্কুল আৰু কলেজত খুলিব ১৫,৫০০ লেব

কণ্টেণ্ট ক্ৰিয়েটৰসকলক ট্ৰেনিং দিব মোদী চৰকাৰে, স্কুল আৰু কলেজত খুলিব ১৫,৫০০ লেব

editor by editor
February 1, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কণ্টেণ্ট ক্ৰিয়েটৰসকলক ট্ৰেনিং দিব মোদী চৰকাৰে, স্কুল আৰু কলেজত খুলিব ১৫,৫০০ লেব
0
SHARES
87
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংসদত নৱমবাৰৰ বাবে বাজেট উত্থাপন কৰি ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে৷ টেকনোলজি আৰু উদ্ভাৱনক বিকশিত ভাৰতৰ সকলোতকৈ ডাঙৰ ইঞ্জিন হিচাপে দাবী কৰিছে নিৰ্মলাই৷ তেওঁ জনাইছে যে ভাৰতে এতিয়া আৰু কেৱল প্ৰযুক্তিয়েই ব্যৱহাৰ কৰি থাকিব তেনে নহয়৷ এই ক্ষেত্ৰত নেতৃত্বও দিব৷ সেয়ে এই বিষয়ক গুৰুত্ব দিয়েই কণ্টেণ্ট ক্ৰিয়েটৰ আৰু গেমিং ছেক্টৰৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে৷

গেমিং চেক্টৰত মুকলি হ’ব চাকৰি

গেমিং চেক্টৰত ১০ লাখতকৈ বেছি পেছাদাৰ ব্যক্তি নিয়োগ কৰা হব৷ কণ্টেণ্ট তৈয়াৰ কেনেকৈ কৰে সেয়া শিকাবৰ বাবে নতুন কণ্টেণ্ট ক্ৰিয়েটৰ লেবো তৈয়াৰ কৰিব৷ ক্ৰিয়েটৰ ইকোনমি ক্ৰমশ সমৃদ্ধ হৈছে৷ ডিজাইনাৰ ইডুকেচন প্ৰচাৰৰ বাবে নেশ্ব্যনেল ডিজাইল স্কুল প্ৰতিষ্ঠা কৰা হব৷ বাজেটত এই ঘোষণা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷

কণ্টেণ্ট ক্ৰিয়েটৰ লেব তৈয়াৰ কৰা হ’ব

এনিমেছন ভিজুৱেল এফেক্টছ, গেমিং আৰু কমিক্স ছেক্টৰক উৎসাহিত কৰাৰ বাবে বিত্তমন্ত্ৰীয়ে সমগ্ৰ দেশত ১৫০০০ মাধ্যমিক বিদ্যালয় আৰু ৫০০ খন কলেজ কণ্টেণ্ট ক্ৰিয়েটৰ লেব তৈয়াৰৰ কথা ঘোষণা কৰিছে৷

২০২৬ চনৰ বাজেটত গেমাৰ, কণ্টেণ্ট ক্ৰিয়েটৰসকলৰ বাবে কি ঘোষণা কৰা হৈছে?

ABGC কণ্টেণ্ট ক্ৰিয়েটৰ লেবছঃ চৰকাৰ এনিমেছন, ভিজুয়েল এফেক্টছ, গেমিং, কমিক্সৰ বাবে ডেডিকেটেড কণ্টেণ্ট ক্ৰিয়েটৰ লেবছ তৈয়াৰ কৰাৰ সিদ্ধান্ত লৈছে৷ কণ্টেণ্ট ক্ৰিয়েটৰসকলক উৎসাহিত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে৷

AI- এইবাৰৰ বাজেটত AI-ক অৰ্থনীতিৰ বাবে এক পাৱাৰ হাউছ হিচাপে তুলি ধৰা হৈছে৷ এই AI কণ্টেণ্ট তৈয়াৰৰ উন্নতি ঘটিব৷

উন্নত ইণ্টাৰনেটঃ চৰকাৰে উন্নত ইণ্টাৰনেটৰ বাবে ১২.৩ লাখ কোটি টকা বাজেটত ৰাখিছে৷ ইয়াৰ ফলত দেশৰ ইণ্টাৰনেট কানেকছন আৰু ডিজিটেল নেটৱৰ্ক আৰু শক্তিশালী হব৷

 স্কিলৰ আপডেট কৰাঃ তৰুণসকলে নতুন প্ৰযুক্তি শিকোৱা আৰু ভৱিষ্যতৰ চাকৰিৰ বাবে তেওঁলোকক প্ৰস্তুত কৰাৰ ওপৰত জোৰ দিয়া হ’ব৷

উৎপাদন উৎসাহঃ নানান ক্ৰীড়া সামগ্ৰী আৰু অন্য ৭টা ক্ষেত্ৰত উৎপাদনক উৎসাহিত কৰা হব৷ ফলত প্ৰয়োজনীয় সামগ্ৰীসমূহ আৰু কম দামত গ্ৰাহকে পাব৷

ষ্টাৰ্টআপৰ বাবে টকাঃ গেমিং ষ্টাৰ্টআপ আৰু সৰু কোম্পানীসমূহক সহায় কৰাৰ বাবে ১০,০০০ কোটি টকাৰ এটা ফাণ্ড তৈয়াৰ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

March 16, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
জীৱনশৈলী

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 16, 2026
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?
জীৱনশৈলী

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

March 16, 2026
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ
জীৱনশৈলী

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

March 16, 2026
Next Post
বাজেটত কি কি সামগ্ৰীৰ দাম কমাৰ ঘোষণা, দামী হ’ল কি কি সামগ্ৰী?

বাজেটত কি কি সামগ্ৰীৰ দাম কমাৰ ঘোষণা, দামী হ’ল কি কি সামগ্ৰী?

ফেব্ৰুৱাৰীত ৩ বাৰ স্থান সলনি কৰিব বুধে, ধনৰ গাদীত বহিব এই ৩ৰাশিৰ জাতক

ফেব্ৰুৱাৰীত ৩ বাৰ স্থান সলনি কৰিব বুধে, ধনৰ গাদীত বহিব এই ৩ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.