• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফেব্ৰুৱাৰীত ৩ বাৰ স্থান সলনি কৰিব বুধে, ধনৰ গাদীত বহিব এই ৩ৰাশিৰ জাতক

ফেব্ৰুৱাৰীত ৩ বাৰ স্থান সলনি কৰিব বুধে, ধনৰ গাদীত বহিব এই ৩ৰাশিৰ জাতক

7 months ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

31 minutes ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

1 hour ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

2 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

3 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

3 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

4 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

5 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

6 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

6 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

6 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

7 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফেব্ৰুৱাৰীত ৩ বাৰ স্থান সলনি কৰিব বুধে, ধনৰ গাদীত বহিব এই ৩ৰাশিৰ জাতক

ফেব্ৰুৱাৰীত ৩ বাৰ স্থান সলনি কৰিব বুধে, ধনৰ গাদীত বহিব এই ৩ৰাশিৰ জাতক

editor by editor
February 1, 2026
in জীৱনশৈলী, ভাৰত
0
ফেব্ৰুৱাৰীত ৩ বাৰ স্থান সলনি কৰিব বুধে, ধনৰ গাদীত বহিব এই ৩ৰাশিৰ জাতক
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ফেব্ৰুৱাৰী মাহত তিনিবাৰ গোচৰ কৰিব বুধে৷ এই গোচৰে কিছু ৰাশিৰ জাতকৰ ব্যৱসায়, কথাবৰ্তা আৰু বুদ্ধিমত্তাৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব৷ জ্যোতিষশাস্ত্ৰত বুধক ব্যৱসায়, বক্তৃতা, সম্পদ, বুদ্ধি, যুক্তি আৰু যোগাযোগৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ ৩ ফেব্ৰুৱাৰী ২০২৬ত বুধে কুম্ভ ৰাশিত গমন কৰিব৷ ইয়াৰ পাছতেই ৭ ফেব্ৰুৱাৰী ২০২৬ শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰিব৷  তাৰপিছতেই ১৫ ফেব্ৰুৱাৰী ২০২৬ বুধে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত গমন কৰিব৷ মাহৰ প্ৰথমাৰ্ধত বুধৰ এই গোচৰে ৰাশিচক্ৰৰ বিশেষ ৩ ৰাশিক প্ৰভাৱিত কৰিব৷

কোন ৩ ৰাশিৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হ’ব?

বৃষ ৰাশি

ফেব্ৰুৱাৰী মাহত বুধৰ গতিপথ পৰিবৰ্তন বৃষ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হব৷ ব্যৱসায়ত উল্লেখযোগ্য লাভ পাব৷ সুচিন্তিত কৌশল অৱলম্বন কৰি ব্যৱসায় পৰিচালনা কৰিলে লাভ আৰু বাঢ়িব৷ আপোনাৰ নেতৃত্বৰ দক্ষতা উন্নত হব৷ চাকৰিয়ালে উচ্চ পদ পাব পাৰে৷ সম্পদ বৃদ্ধি পাব৷

ধনু ৰাশি

২০২৬ চনৰ ফেব্ৰুৱাৰীত বুধৰ গোচৰে ধনু ৰাশিৰ ভাগ্য উজ্জ্বল কৰিব৷ আৰ্থিক অগ্ৰগতি সম্ভৱ হব৷ জাতকৰ দীৰ্ঘদিনৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ প্ৰতিদিনৰ অভ্যাস পৰিবৰ্তন কৰিলে আপোনাৰ স্বাস্থ্যৰো উন্নতি হব৷ পূৰ্ব অসমাপ্ত কামসমূহ এইসময়ত শেষ কৰিব পাৰিব৷

মকৰ ৰাশি

বুধৰ গোচৰ ফেব্ৰুৱাৰীত মকৰ ৰাশিৰ ভাগ্যক আৰু উন্নত কৰিব৷ দীৰ্ঘদিনৰ কঠোৰ পৰিশ্ৰম সফল হব পাৰে৷ গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিব৷ আৰ্থিক অৱস্থা ভালে থাকিব৷ বকেয়া টকা লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ প্ৰেম জীৱনত ভালপোৱা প্ৰস্ফুটিত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!
জীৱনশৈলী

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

August 19, 2026
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
Next Post
দৌলৰ দিনাই খেল আৰম্ভ, নক্ষত্ৰ সলনি হ’ব শুক্ৰৰ, ব্যাপক অৰ্থলাভ এই ৫ৰাশিৰ জাতকৰ

দৌলৰ দিনাই খেল আৰম্ভ, নক্ষত্ৰ সলনি হ’ব শুক্ৰৰ, ব্যাপক অৰ্থলাভ এই ৫ৰাশিৰ জাতকৰ

মই মাৰ সৈতে কথা পাতিব খোজো বুলি কৈয়েই কেবিনত সোমাইছিল, তাৰপিছতেই অভাৱনীয় ঘটনা, কি ঘটিছিল বাংগালুৰুখ্যাত ব্যৱসায়ী চি জে ৰয়ৰ সৈতে?

মই মাৰ সৈতে কথা পাতিব খোজো বুলি কৈয়েই কেবিনত সোমাইছিল, তাৰপিছতেই অভাৱনীয় ঘটনা, কি ঘটিছিল বাংগালুৰুখ্যাত ব্যৱসায়ী চি জে ৰয়ৰ সৈতে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.