• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৌলৰ দিনাই খেল আৰম্ভ, নক্ষত্ৰ সলনি হ’ব শুক্ৰৰ, ব্যাপক অৰ্থলাভ এই ৫ৰাশিৰ জাতকৰ

দৌলৰ দিনাই খেল আৰম্ভ, নক্ষত্ৰ সলনি হ’ব শুক্ৰৰ, ব্যাপক অৰ্থলাভ এই ৫ৰাশিৰ জাতকৰ

7 months ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

30 minutes ago
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

1 hour ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

2 hours ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

3 hours ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

3 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

4 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

5 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

6 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

6 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

6 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

7 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৌলৰ দিনাই খেল আৰম্ভ, নক্ষত্ৰ সলনি হ’ব শুক্ৰৰ, ব্যাপক অৰ্থলাভ এই ৫ৰাশিৰ জাতকৰ

দৌলৰ দিনাই খেল আৰম্ভ, নক্ষত্ৰ সলনি হ’ব শুক্ৰৰ, ব্যাপক অৰ্থলাভ এই ৫ৰাশিৰ জাতকৰ

editor by editor
February 1, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
দৌলৰ দিনাই খেল আৰম্ভ, নক্ষত্ৰ সলনি হ’ব শুক্ৰৰ, ব্যাপক অৰ্থলাভ এই ৫ৰাশিৰ জাতকৰ
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি সম্পদৰ গ্ৰহ শুক্ৰ আগন্তুক ৪মাৰ্চ ২০২৬ উত্তৰা ভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ এই নক্ষত্ৰৰ অধিপতি গ্ৰহ শনিদেৱ৷ জ্যোতিষশাস্ত্ৰত আকৌ শুক্ৰৰ বন্ধু গ্ৰহ হিচাপে পৰিচিত শনি৷ উত্তৰা ভাদ্ৰপদ নক্ষত্ৰত শুক্ৰৰ এই গোচৰে পাঁচ ৰাশিৰ জাতকৰ বাবে সৌভাগ্যৰ দুৱাৰ খুলিব পাৰে৷

কাৰ কাৰ ভাগ্য খুলিব?

বৃষ ৰাশি

বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ নিজেই৷ উত্তৰা ভাদ্ৰপদ নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশে আপোনাৰ জীৱনত বিলাসিতা বৃদ্ধি কৰিব৷ দীৰ্ঘদিন ধৰি বাহন বা নতুন কোনো সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা কৰিলে এই সময় অনুকূল সময়৷ কৰ্মক্ষেত্ৰত আপোনাৰ আৰাম বৃদ্ধি পাব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ বাবে এই শুক্ৰৰ গোচৰে কেৰিয়াৰৰ বাবে বৃহৎ সাফল্য কঢ়িয়াই আনিব পাৰে৷ ব্যৱসায়ীয়ে বিদেশী যোগাযোগৰ পৰা উপকৃত হ’ব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকে পদোন্নতি পাব পাৰে৷ অথৱা আপোনাৰ কাঙ্খিত কোনো পৰিবৰ্তন হব পাৰে৷ আপোনাৰ কমিউনিকেছন স্কিল উন্নত হব৷ কঠিন কাম সহজে সমাধান কৰিব পাৰিব৷

কন্যা ৰাশি

এই সময় কন্যা ৰাশিৰ জাতকৰ আৰ্থিক ক্ষেত্ৰত স্থিতিশীলতা কঢ়িয়াই আনিব৷ শনিৰ ৰাশিত শুক্ৰৰ অৱস্থান আপোনাৰ সঞ্চিত সম্পদ বৃদ্ধি কৰিব৷ পুৰণি বিনিয়োগসমূহৰ পৰা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে৷ যিকোনো বিচাৰাধীন গোচৰত ৰায় আপোনাৰ পক্ষত আহিব৷ পাৰিবাৰিক জীৱনত সুখ বৰ্তি থাকিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে শুক্ৰৰ ৰাশি পৰিবৰ্তন প্ৰেম আৰু সম্পৰ্কৰ বাবে আশীৰ্বাদস্বৰূপ প্ৰমাণিত হব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাব পাব পাৰে৷ জাতকে সন্তানৰ পৰা কিছু সুসংবাদ পাব পাৰে৷ বিলাসবহুৰ সামগ্ৰীৰ বাবে ব্যয় হলেও অৰ্থৰ প্ৰবাহ বাঢ়িব৷

কুম্ভ ৰাশি

যিহেতু শনি উত্তৰা ভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি আৰু কুম্ভ ৰাশিৰ অধিপতি৷ সেয়ে এই গোচৰ কুম্ভ ৰাশিৰ জাতকৰ বাবে অত্যন্ত প্ৰভাৱশালী হব৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে৷ সামাজিক পৰিসৰত মৰ্যাদা বৃদ্ধি পাব৷ কোনো ডাঙৰ প্ৰকল্প আৰম্ভ কৰিব পাৰে৷ ভাগ্য আপোনাৰ পক্ষত থাকিলে ৰৈ থকা কাম শেষ কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?
অসম

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

August 19, 2026
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ
বিশ্ব

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

August 19, 2026
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

August 19, 2026
Next Post
মই মাৰ সৈতে কথা পাতিব খোজো বুলি কৈয়েই কেবিনত সোমাইছিল, তাৰপিছতেই অভাৱনীয় ঘটনা, কি ঘটিছিল বাংগালুৰুখ্যাত ব্যৱসায়ী চি জে ৰয়ৰ সৈতে?

মই মাৰ সৈতে কথা পাতিব খোজো বুলি কৈয়েই কেবিনত সোমাইছিল, তাৰপিছতেই অভাৱনীয় ঘটনা, কি ঘটিছিল বাংগালুৰুখ্যাত ব্যৱসায়ী চি জে ৰয়ৰ সৈতে?

ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আদিত্য মঙ্গল যোগ, ভাগ্যৰ সংগ পাব এই ৫ৰাশিয়ে

ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত আদিত্য মঙ্গল যোগ, ভাগ্যৰ সংগ পাব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.