• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধানসভাত বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিলে ৭৭৪.৪৭ কোটিৰ ঘাটি বাজেট, চাকৰি, অৰুণোদয়কে ধৰি কেইবাটাও বিভাগত কোটি কোটিৰ অনুমোদন

বিধানসভাত বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিলে ৭৭৪.৪৭ কোটিৰ ঘাটি বাজেট, চাকৰি, অৰুণোদয়কে ধৰি কেইবাটাও বিভাগত কোটি কোটিৰ অনুমোদন

2 years ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

7 minutes ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

40 minutes ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

1 hour ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

2 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

3 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

4 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

5 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

15 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

15 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিধানসভাত বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিলে ৭৭৪.৪৭ কোটিৰ ঘাটি বাজেট, চাকৰি, অৰুণোদয়কে ধৰি কেইবাটাও বিভাগত কোটি কোটিৰ অনুমোদন

editor by editor
February 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
বিধানসভাত বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিলে ৭৭৪.৪৭ কোটিৰ ঘাটি বাজেট, চাকৰি, অৰুণোদয়কে ধৰি কেইবাটাও বিভাগত কোটি কোটিৰ অনুমোদন
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰিয়ালত এজনো চৰকাৰী চাকৰিয়াল নথকাসকলৰ বাবে ভাল খবৰ
প্ৰাপ্ত নম্বৰতকৈ ৫শতাংশ অতিৰিক্ত নম্বৰ দিয়া হ’ব
১০ লাখ ছাত্ৰীৰ বাবে ১ নিযুত মইনা আঁচনি ঘোষণা
একাদশ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ১০ হাজাৰ টকা
স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ১২৫০০ টকা
স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তিৰ বাবে ১৫০০০টকা
১০লাখ ছাত্ৰীৰ বাবে ২৪০ কোটি ধাৰ্য্য বাজেটত
মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে বাজেটত ধন ধাৰ্য্য
প্ৰায় ৪০লাখ মহিলাক গাইপতি দিব ১০,০০০কৈ টকা
৪০লাখ মহিলাক নুন্যতম ২৫০০০টকাৰ বেংক ঋণ প্ৰদান কৰা হ’ব
ঋণৰ সদব্যৱহাৰ কৰি পৰিশোধ কৰিলে ৰাজসাহায্য লাভ কৰিব
প্ৰতিগৰাকী হিতাধীকাৰীয়ে ১২,৫০০টকাকৈ মুলধনী ৰাজসাহায্য পাব
অনুদান, ৰাজসাহায্য আৰু ঋণকে ধৰি ৪৭,৫০০টকা
এইবাৰ নগৰ অঞ্চলতো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰম্ভ হ’ব
আত্মসহায়ক গোটৰ আঢ়ৈ লাখ মহিলাক সামৰি ল’ব এই আঁচনিয়ে
অৰুণোদয় ২.০ৰ পৰিসৰ বৃদ্ধিৰ সিদ্ধান্ত
বাওনা, চেৰিব্ৰেইলৰ পালচি, থেলাচেমিয়া ৰোগীক অৰুণোদয়ে সামৰি ল’ব
হেমোফেলিয়া, কুষ্ঠ, অটিজিম ৰোগীৰ পৰিয়ালকো অৰুণোদয়ে সামৰি ল’ব
২৭লাখ লোকক সামৰি ল’ব অৰুণোদয় আঁচনিয়ে
প্ৰতিমাহৰ ১০তাৰিখে লাভ কৰিব ১২৫০টকা
চলিত বৰ্ষত আঢ়ৈলাখ অতিৰিক্ত হিতাধিকাৰীক সামৰি লোৱাৰ সিদ্ধান্ত লোৱা হৈছে
অৰুণোদয় লাভ কৰা পৰিয়ালৰ সংখ্যা ৩০লাখ পাৰ হ’ব
ৰেচন কাৰ্ড থকা লোকসকলক অৰুণোদয় আঁচনিৰ অন্তৰ্ভূক্ত কৰা হ’ব
অৰুণোদয়ৰ হিতাধিকাৰীক বীমা প্ৰদানৰ ব্যৱস্থা কৰিব
অৰুণোদয়ৰ বাবে ৩৮০০ কোটি টকা ধাৰ্য্য বাজেটত
মাইক্ৰফাইনেন্সৰ মহিলাৰ বাবেও সুখবৰ আনিছে বাজেটে
এই পৰ্যন্ত ২০৮১কোটি টকাৰ ঋণ মাফ কৰা হৈছে
এই বৰ্ষত পুনৰ ৫৫০ কোটি টকাৰ মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰা হ’ব
মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে ১০১০ টকা ব্যয় কৰা হ’ব
নতুনকৈ ৩৫৯১০টা চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে
এতিয়ালৈকে ৯৪,৫০৬গৰাকীক চৰকাৰী নিযুক্তি দিয়া হৈছে
এই বছৰৰ ভিতৰত মুঠ ১লাখ ৩০ হাজাৰ ৪১৬টা চৰকাৰী নিযুক্তি দিয়া হ’ব
৪৯৮কোটি ব্যয়েৰে মা কামাখ্যাৰ প্ৰাংগন নতুনকৈ সজাই-পৰাই তোলা হ’ব
৩১১ কোটি টকাৰে ৰাজ্যিক চিৰিয়াখানৰ আধুনিকিকৰণ কৰা হ’ব
১০০কোটি টকাৰে দীপৰবিলক পুনৰ উজ্জীৱিত কৰা হ’ব
বিগত দুটা বছৰত অসমত ৫০হাজাৰ কিঃমিঃ পথ নিৰ্মাণ কৰা হৈছে
প্ৰতিদিনেই গড়ে ১২ কিঃমিঃ পথ নিৰ্মাণ কৰিছে ৰাজ্য চৰকাৰে
অহা মাৰ্চ মাহৰ পৰা অসম মালা ২.০ৰ ৰূপায়ণ আৰম্ভ হ’ব
অসম মালাৰ বাবে বাজেটত ৩৫০০ কোটি ধাৰ্য্য
অসম চৰকাৰে সকলোৰে বাবে ‘গৃহ কাৰ্যসূচী’ হাতত লৈছে
প্রধানমন্ত্ৰী আৱাস যোজনাৰ আৰ্হিৰ মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ
প্রথম পৰ্যায়ত ১লাখ ৩০ হাজাৰ অতিৰিক্ত ঘৰ নিৰ্মাণ কৰিব চৰকাৰে
প্ৰতিটো ঘৰৰ মুল্য নিৰ্ধাৰণ কৰা হৈছে ১লাখ ৩০হাজাৰ টকা
এই ঘৰসমূহত ১০শতাংশ চাহ জনগোষ্ঠীয় লোকক প্ৰদান কৰা হ’ব
মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ বাবে ৬০০ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ
আৰক্ষী আৰু কৰ্মচাৰীৰ বাবেও বাসগৃহৰ ব্যৱস্থা কৰিব চৰকাৰে
১০০০ বৰ্গফুটৰ ২টা শোৱনি কোঠাযুক্ত ১০ হাজাৰ ঘৰ নিৰ্মাণ
বানপানীৰ দিশ সলনিৰ বাবে জলাশয় সমূহৰ সংলগ্নকৰণৰ পদক্ষেপ
সৰ্বমুঠ ২৭১টা জলাশয়লৈ বোৱাই নিয়া হ’ব বানপানী
ব্ৰহ্মপুত্ৰৰ সৈতে জলাশয় বা হ্ৰদসমূহ সংৰক্ষণ কৰা হ’ব
১০০০ কিঃমিঃ মথাউৰিক পথ-মথাউৰীলৈ ৰূপান্তৰৰ ব্যৱস্থা
চলিত বৰ্ষত ৩কোটি গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে
গছপুলি ৰোপণৰ বাবে ৪০কোটি টকা আৱণ্টন
নামৰূপত ২৫মেগাৱটৰ সৌৰশক্তি প্ৰকল্প স্থাপনৰ বুজাবুজি চুক্তি
৪০৯১ কোটি টকাৰে স্থাপন কৰা হ’ব এই সৌৰশক্তি প্ৰকল্প
ইয়াৰোপৰি ভাৰত চৰকাৰে ১০০০ মেগাৱট সৌৰশক্তি প্ৰকল্প স্থাপনতো অনুমোদন দিছে
বৈদ্যুতিক বাহনৰ পঞ্জীয়ন মাচুলত ৰেহাইৰ ব্যৱস্থা
মটৰগাড়ী কৰ ২শতাংশ হ্ৰাসৰ সিদ্ধান্ত
চৰকাৰী চাকৰিত চাহ জনগোষ্ঠীয় লোকৰ বাবে ৩শতাংশ সংৰক্ষণৰ সিদ্ধান্ত
চাহবাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপুৰণ আঁচনি
মিছন বসুন্ধৰা ৩.০ ৰ অধীনত চাহ জনজাতি আৰু খিলঞ্জীয়াক ভূমিৰ অধিকাৰ
ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, বিষ্ণুৰাভাৰ সোঁৱৰণত নৈশ সাংস্কৃতিক অনুষ্ঠান
পূৰ্ণদৈৰ্ঘ্য চিনেমাৰ বাবে ১০লাখ টকাৰ অনুদান
ছবি আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পীক সাহায্য প্ৰদান
৫বছৰৰ বাবে তেওঁলোকে পাবলগীয়া ধনৰ ৫০শতাংশ আগবঢ়োৱা হ’ব
৫০টা নতুন চলচ্চিত্ৰ গৃহলৈ চৰকাৰৰ ২৫কোটিৰ অনুদান
প্ৰতিখন ভাওনা সমিতিলৈ ২৫হাজাৰ টকাৰ এককালীন সাহায্য
ৰাম-বিজয় অংকীয়া নাট পৰিবেশন কৰিলে অতিৰিক্ত ৫হাজাৰ টকা
৫৪কোটি ব্যয়েৰে বটদ্ৰৱা থানৰ সৌন্দৰ্যবৰ্ধনৰ কাম আৰম্ভ হ’ব
পাটবাউসী সত্ৰ উন্নয়নৰ বাবে ১৫কোটি টকা ধাৰ্য্য
কমলাবাৰী সত্ৰ সংৰক্ষণৰ বাবে ৫কোটি টকা
শ্ৰীমন্ত্ৰ শংকৰদেৱ সত্ৰৰ বাবে ২কোটি টকাৰ আৱণ্টন দিয়াৰ কথা উল্লেখ বাজেটত
নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেলৰ বাবে ৩কোটিকৈ দিব অসম চৰকাৰে
২৫হাজাৰ গৰাকী তীৰ্থযাত্ৰীক ৰাম মন্দিৰ দৰ্শন কৰাবলৈ নিব অসম চৰকাৰে
পুৰ্ণতীৰ্থ যোজনাৰ বাবে ২৫কোটি টকা ধাৰ্য্য
ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ বাবে জলপানিৰ ব্যৱস্থা
১০০ কোটি টকা খৰচ কৰি অত্যাধুনিক ৰূপ দিয়া হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ত
কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ বাবে ২০কোটিৰ অনুমোদন
অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষীত ১০শতাংশ পদ সংৰক্ষণৰ ব্যৱস্থা
দুগ্ধ ব্যৱসায়ীসকলৰ বাবে ২৫ কোটি টকা ধাৰ্য্য
ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎকৰ্ষ সাধনৰ বাবে ১৫কোটি
কৃষকৰ মাজত ২০০০ পাৱাৰ টিলাৰ আৰু ৭০খন ট্ৰেক্টৰ বিতৰণ কৰিব
২০০ টা থ্ৰেচাৰ, ২০০ টা ৰিপাৰ, ১০টা পেডী ট্ৰেছলেটৰ
গুৱাহাটীক অমৃত গিগ চিটি হিচাপে গঢ়ি তোলা হ’ব
নতুন দিল্লীৰ দ্বাৰকাত তৃতীয়টো অসম ভৱন নিৰ্মাণৰ বাবে মাটিৰ আৱণ্টন লাভ
আপোন ঘৰ, আপোন বাহন আঁচনিৰ বাবে ১২কোটি টকা ধাৰ্য্য
জীৱিকা সখী এক্সপ্ৰেছৰ অধীনত স্কুটি প্ৰদানৰ বাবে ৫২ কোটি আৱণ্টন
সীমান্ত অঞ্চলৰ গাওঁপ্রধানৰ পাৰিতোষিকৰ বাবে ৬কোটি টকা আৱণ্টন
কৃষি বিভাগৰ বাবে ২৪৫০কোটি টকা আৱণ্টন
পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বাবে ৬১৮কোটি আৱণ্টন
সীমা সুৰক্ষা আৰু উন্নয়নৰ বাবে ৫২ কোটি আৱণ্টন
সমবায় বিভাগৰ বাবে ২১১ কোটি আৱণ্টন
সাংস্কৃতিক বিভাগৰ বাবে ২৮৬কোটি আৱণ্টন
পৰিবেশ আৰু বনবিভাগৰ বাবে ১২০৭ কোটি টকা আৱণ্টন
পৰিবেশ আৰু বনবিভাগত ৩০০০ চাকৰিৰ বিজ্ঞাপন দিয়া হ’ব
আৱকাৰী বিভাগৰ বাবে ১১২ কোটি টকা আৱণ্টন
নতুনকৈ সুৰা বিক্ৰিৰ অনুজ্ঞাপত্ৰৰ বাবে ট্ৰেক এণ্ড ট্ৰেছ ব্যৱস্থাৰ ৰূপায়ণ
মীন বিভাগৰ বাবে ১৬৬ কোটি আৱণ্টন
খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক সুৰক্ষাৰ বাবে ৭৭৬ কোটিৰ আৱণ্টন
এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আচনিৰ ৰূপায়ণত গুৰুত্ব
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বাবে ৫৩৫৪ কোটি আৱণ্টন
পাৰ্বত্য এলেকা বিভাগৰ বাবে ৩২৪৮ কোটি আৱণ্টনৰ প্ৰস্তাৱ
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদলৈ ৩৪৫ কোটি
গৃহবিভাগৰ বাবে ৮১৪৩ কোটি আৱণ্টন
গৃহনিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বাবে ৩০৮৪ কোটি
উদ্যোগ আৰু বাণিজ্য বিভাগলৈ ১৬৬৮ কোটি আৱণ্টন
তথ্য আৰু জনসংযোগ বিভাগলৈ ১৭৯কোটি টকা আৱণ্টন
তথ্য আৰু প্ৰযুক্তি বিভাগলৈ ১০৬ কোটি টকা
জলসিঞ্চন বিভাগলৈ ১১৬৩কোটি টকা
ডিব্ৰুগড়, শিলচৰ চিকিৎসা মহাবিদ্যালয়ত আই ভি এফ কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত

শক্তি বিভাগৰ বাবে ২৬২০ কোটি টকা আৱণ্টন
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাবে ২১৮১ কোটি
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘৰে ঘৰে পানী যোগানৰ সিদ্ধান্ত
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বাবে ২৬৭৮ কোটি টকা
অসম ভূমি ৰাজহ অধিনিয়ম ১৯৮৬ৰ বিধি(২৬)ৰ সংশোধন
পৰিবহন বিভাগৰ বাবে ৬৬২৩ কোটি টকা
মহিলা আৰু শিশু বিভাগৰ বাবে ৩৮৩৮ কোটি অনুমোদন

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা
স্বাস্থ্য

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

April 7, 2026
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
Next Post
কৃষক একলগ! হাৰিয়ানা চৰকাৰে সাজি উলিয়াইছে দুটাকৈ বৃহৎ অস্থায়ী কাৰাগাৰ, দিল্লীত এমাহলৈ জাৰি ১৪৪ধাৰা

কৃষক একলগ! হাৰিয়ানা চৰকাৰে সাজি উলিয়াইছে দুটাকৈ বৃহৎ অস্থায়ী কাৰাগাৰ, দিল্লীত এমাহলৈ জাৰি ১৪৪ধাৰা

মঙলবাৰে সাধ্য যোগত কুম্ভত গোচৰ কৰিব সূৰ্যই, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য খুলিব ৫ৰাশিৰ

মঙলবাৰে সাধ্য যোগত কুম্ভত গোচৰ কৰিব সূৰ্যই, বজৰংবলীৰ আশীৰ্বাদত ভাগ্য খুলিব ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.