• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

2 hours ago
নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

5 minutes ago
গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

20 minutes ago
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

1 hour ago
খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

2 hours ago
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

ভোজ ভাত খাবলৈ যোৱাটোৱেই কাল হ’ল! বিবাহৰ ভোজ খাই অসুস্থ ৪০০তকৈয়ো অধিক অতিথি, ক’ত এই ঘটনা?

3 hours ago
পশ্চিমী দুনীয়াৰ ষ্টাইলেৰে বিবাহৰ প্ৰস্তাব দিব বুলি প্ৰেমিকক বান্ধি লৈছিল প্ৰেয়সীয়ে, তাৰপিছতেই কেৰোচিন ঢালি জুইশলা কাঠি মাৰিলে প্ৰেয়সীয়ে, পঢ়ক আঁৰৰ কাহিনী

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

ডিজিটেল পেমেণ্টক লৈ RBI ৰ ডাঙৰ ঘোষণা, SIP ত পৰিব প্ৰভাৱ!

4 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

Free মাদক দ্ৰৱ্য সেৱনৰ বাবে অভিনেতাৰ ঘৰ পালে নীনা গুপ্তা! তাৰ পিছত…

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?

editor by editor
April 22, 2026
in জীৱনশৈলী
0
কেইটামান দিনৰ পিছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব কোনে কোনে?
0
SHARES
748
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত বুধক কোৱা হয় যুৱৰাজ গ্ৰহ৷ এই গ্ৰহ জাতকৰ বুদ্ধি, বাচন ক্ষমতা, যোগাযোগ ক্ষমতা আৰু ব্যৱসায় বুদ্ধিৰ ওপৰত প্ৰভাৱ পেলায়৷ সূৰ্যৰ কাষলৈ আহিলে বুধ অস্ত যায়৷ আগন্তুক ১ মেত এই গ্ৰহ মেষ ৰাশিত অস্ত যাব৷ জ্যোতিষ গণনাই কৈছে ইয়াৰ ফলত ১২ ৰাশিৰ মাজত ৪ ৰাশিৰ জাতক লাভৱান হব৷ এই ৪ৰাশি হৈছে কৰ্কট, সিংহ, কন্যা আৰু মকৰ৷ জানি থওক কোন কোন দিশত সৌভাগ্যৰ উদয় হব এই ৪ৰাশিৰ?

কৰ্কট ৰাশি

১ মেৰ পৰা আৰ্থিকভাৱে ভাল সময় পৰিছে কৰ্কট ৰাশিৰ জাতকৰ৷ ৰৈ থকা ধন উদ্ধাৰ হব পাৰে৷ বিনিয়োগৰ পৰা মুনাফা লাভ হব৷ অফিচত আপোনাৰ পৰিকল্পনাই প্ৰশংসা লাভ কৰিব৷ প্ৰমোছন লাভৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত বৃহৎ লাভ হোৱাৰ সম্ভাৱনা আছে৷

সিংহ ৰাশি

বুধ অস্ত গলে আত্মবিশ্বাস তুংগত উঠিব সিংহ ৰাশিৰ জাতকৰ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিলে এই সময় ভাল সময়৷ আপোনাৰ পৰিকল্পনা এই সময়ত কাৰ্যকৰী হব আৰু সাফল্য পাব৷ ঘৰত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷ ভায়েক ভনীয়েকৰ পৰা প্ৰয়োজনীয় সাহায্য পাব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ বুধ অস্ত গলে সেয়া লাভজনক হব কন্যা ৰাশিৰ জাতকৰ বাবে৷ আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা মজবুত হব৷ মনোযোগ বাঢ়িব৷ ছাত্ৰছাত্ৰীসকৰ পঢ়াশুনাত উন্নতি হব৷ মনৰ ওপৰৰ পৰা চাপ কমিব৷ সকলো কামতে এনাৰ্জি পাব৷ আৰ্থিক উন্নতিৰ যোগ আছে৷

মকৰ ৰাশি

১ মেৰ পৰা ভাল সময় আৰম্ভ হব মকৰ ৰাশিৰ জাতকৰ বাবে৷ কেৰিয়াৰত উন্নতি হব৷ পেছাগত জীৱনত দীৰ্ঘদিনৰ কাঙ্খিত সাফল্য পাব৷ ব্যৱসায়িক সমস্যা দূৰ হব৷ এই সময়ত পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব৷ যুক্তি বুদ্ধিৰে আপুনি সকলো বিচাৰ কৰিব৷ আপোনাৰ কথাত অন্যসকল প্ৰভাৱিত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি
জীৱনশৈলী

নিশাটো পাৰ হ’লেই গংগা সপ্তমী, এই দিনটোতেই গজকেশৰী যোগো, অন্ধকাৰ ভেদি জিলিকি উঠিব এই ৪ৰাশি

April 22, 2026
গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?
জীৱনশৈলী

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

April 22, 2026
খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য
জীৱনশৈলী

খোলা হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ, জানক এই মন্দিৰৰ ৫ ৰহস্য

April 22, 2026
মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিত শনিৰ উদয়, শনিৰ টোপনি ভঙাত ভাগ্য চমকিব ৩ৰাশিৰ

April 22, 2026
Next Post
বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

বালেন্দ্ৰ শ্বাহ চৰকাৰৰ ২৬দিন নৌহওঁতেই দুগৰাকীকৈ মন্ত্ৰীয়ে এৰিলে মন্ত্ৰীসভা, কিয় পদত্যাগ কৰিলে গৃহমন্ত্ৰী ছুডান গুৰুঙে?

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

গুৰুবাৰে দেৱী লক্ষ্মীৰ কৃপা আছে ৫ৰাশিত, বৃহৎ লাভৰ যোগ কাৰ কাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন