• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিজৰ ঘৰলৈ আহিব বুধ, ভাদ ৰাজযোগত উন্নতিয়েই উন্নতি ৫ ৰাশিৰ জাতকৰ

নিজৰ ঘৰলৈ আহিব বুধ, ভাদ ৰাজযোগত উন্নতিয়েই উন্নতি ৫ ৰাশিৰ জাতকৰ

2 years ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

29 minutes ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

48 minutes ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

1 hour ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

1 hour ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

3 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

3 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

4 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

4 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

5 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

6 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

6 hours ago
পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিজৰ ঘৰলৈ আহিব বুধ, ভাদ ৰাজযোগত উন্নতিয়েই উন্নতি ৫ ৰাশিৰ জাতকৰ

নিজৰ ঘৰলৈ আহিব বুধ, ভাদ ৰাজযোগত উন্নতিয়েই উন্নতি ৫ ৰাশিৰ জাতকৰ

editor by editor
September 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নিজৰ ঘৰলৈ আহিব বুধ, ভাদ ৰাজযোগত উন্নতিয়েই উন্নতি ৫ ৰাশিৰ জাতকৰ
0
SHARES
275
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান বুধে অৱস্থান কৰিছে সিংহ ৰাশিত৷ তাতেই সূৰ্যৰ সৈতে মিলি গঠন কৰিছে বুধাদিত্য ৰাজযোগ৷ আগন্তুক ২৩ ছেপ্টেম্বৰৰ পুৱা ৯ বাজি ৩০ মিনিটত বুধে সিংহ এৰি কন্যাত গোচৰ কৰিব৷ কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ নিজেই৷ অৰ্থাৎ বুধে নিজৰ ঘৰতেই প্ৰৱেশ কৰিছে৷ ইয়াৰ ফলত জ্ঞান বুদ্ধিৰ কাৰক গ্ৰহ বুধৰ শক্তি আৰু ক্ষমতা বৃদ্ধি পাব৷ বুধে কন্যা ৰাশিত গোচৰ কৰিলে গঠিত হ’ব ভাদ ৰাজযোগ৷ জ্যোতিষ গণনাই কৈছে যে এই ৰাজযোগৰ ফলত কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুত উন্নতি হ’ব৷ জানি থওক কন্যাত বুধৰ গোচৰৰ ফলত কেৰিয়াৰৰ গ্ৰাফ কোন কোন ৰাশিৰ ওপৰলৈ যাব৷

বৃষ ৰাশি

বুধৰ গোচৰৰ প্ৰভাৱৰ শুভ ফলাফল পাব বৃষ ৰাশিৰ জাতকে৷ বিশেষকৈ সাংবাদিকতাৰ কামৰ সৈতে যুক্তসকলে তেওঁলোকৰ জীৱনত বৃহৎ উন্নতিৰ সুযোগ পাব৷ প্ৰেম আৰু দাম্পত্য সম্পৰ্কৰ বাবে অনুকূল সময় আপোনাৰ সন্মুখত৷ আৰ্থিকভাৱেও উন্নতি কৰিব বৃষ ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব৷ আপোনাৰ প্ৰমোছনৰ কথা ভাৱিব মেনেজমেণ্টে৷

মিথুন ৰাশি

​ভাদ ৰাজযোগৰ প্ৰভাৱত দুৰ্দান্ত সময় আহিব মিথুন ৰাশিৰ জাতকৰ জীৱনত৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব আপুনি৷ কোনো নতুন দায়িত্ব আৰু পদ পাব পাৰে৷ আপোনাক লৈ চিনিয়ৰসকলৰ ধাৰণা উন্নত হ’ব৷ অন্য চাকৰিৰো প্ৰস্তাৱ আপুনি পাব পাৰে৷

কন্যা ৰাশি

কন্যা ৰাশিতেই গোচৰ কৰিব বুধে৷ অধিপতি গ্ৰহ বুধে কন্যাত অহাৰ ফলত জীৱনত নানান দিশৰ পৰা উন্নতি কৰিব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আপুনি উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি পাব পাৰে৷ পেছাগত জীৱনত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ এই সময়ত আপোনাৰ ব্যৱসায় উন্নত হ’ব৷ স্বাস্থ্য ভালে থাকিব৷ ফিটনেছৰ প্ৰতি নজৰ দিয়ক৷ চৰকাৰী ফাণ্ডৰ পৰা ধন পাব পাৰে৷

বৃশ্চিক ৰাশি

বুধৰ গোচৰৰ শুভ প্ৰভাৱত প্ৰচুৰ টকা পইচা লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ ব্যক্তিগত জীৱনত এই সময়ত ভায়েক ভনীয়েকক কাষত পাব আপুনি৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ নিজৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব বৃশ্চিক ৰাশিৰ জাতকে৷ পৰিয়ালৰ সকলোৰে সৈতে ভাল সম্পৰ্ক থাকিব৷

মকৰ ৰাশি

ভাদ ৰাজযোগ গঠিত হ’লে ২৩ ছেপ্টেম্বৰৰ পৰা উন্নতিৰ সুযোগ পাব মকৰ ৰাশিৰ জাতকে৷ পেছাগত জীৱনত আপুনি এনে কিছু সুযোগ পাব৷ যিয়ে আপোনাৰ কেৰিয়াৰত বহুক্ষেত্ৰত আগুৱাই যাব৷ এই সুযোগৰ বাবে আপুনি বহু দিন ধৰি অপেক্ষা কৰি আছিল৷ ব্যক্তিগত জীৱনত পিতৃ আৰু শিক্ষকৰ সাহায্য পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?
জীৱনশৈলী

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

April 1, 2026
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ
জীৱনশৈলী

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

April 1, 2026
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?
জীৱনশৈলী

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

April 1, 2026
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

April 1, 2026
Next Post
বিচ্ছেদতেই নতুনত্ব! ডুবাইৰ ৰাজকুমাৰীয়ে বজাৰলৈ আনিছে ‘ডিভোৰ্ছ’ পাৰফিউম

বিচ্ছেদতেই নতুনত্ব! ডুবাইৰ ৰাজকুমাৰীয়ে বজাৰলৈ আনিছে ‘ডিভোৰ্ছ’ পাৰফিউম

এইবাৰ অন্ত/ৰ্বাস তৈয়াৰ কৰিব ৰিলায়েন্সে, বৃহৎ প্লেন সম্পৰ্কে কি ক’লে মুকেশ আম্বানীয়ে?

এইবাৰ অন্ত/ৰ্বাস তৈয়াৰ কৰিব ৰিলায়েন্সে, বৃহৎ প্লেন সম্পৰ্কে কি ক’লে মুকেশ আম্বানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.