• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টকাৰ গাদীত বহিব, কাষত পাব মনৰ মানুহকো, ১৪ দিনৰ পাছত ভাগ্য সলনি হ’ব এই ৪ ৰাশিৰ জাতকৰ

টকাৰ গাদীত বহিব, কাষত পাব মনৰ মানুহকো, ১৪ দিনৰ পাছত ভাগ্য সলনি হ’ব এই ৪ ৰাশিৰ জাতকৰ

8 months ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

6 minutes ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

1 hour ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

2 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

3 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

3 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

4 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

6 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

6 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

7 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

8 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টকাৰ গাদীত বহিব, কাষত পাব মনৰ মানুহকো, ১৪ দিনৰ পাছত ভাগ্য সলনি হ’ব এই ৪ ৰাশিৰ জাতকৰ

টকাৰ গাদীত বহিব, কাষত মনৰ মানুহকো, ১৪ দিনৰ পাছত ভাগ্য সলনি হ’ব এই ৪ ৰাশিৰ জাতকৰ

editor by editor
January 1, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
টকাৰ গাদীত বহিব, কাষত পাব মনৰ মানুহকো, ১৪ দিনৰ পাছত ভাগ্য সলনি হ’ব এই ৪ ৰাশিৰ জাতকৰ
0
SHARES
16.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জানুৱাৰী মাহৰ মাজভাগত সূৰ্যৰ নক্ষত্ৰলৈ গমন কৰিব বুধে৷ বুধৰ এই গমনে কেইবাটাও ৰাশিৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব৷ আৰ্থিকভাৱে লাভৱান হোৱাৰ লগে লগেই বাঢ়িব ব্যক্তিৰ সন্মানো৷ বুদ্ধিমত্তাৰ প্ৰতীক গ্ৰহ হৈছে বুধ৷ ১৫ জানুৱাৰী, ২০২৬ বৃহস্পতিবাৰে পুৱা ৯.২৩ মিনিটত সূৰ্যৰ নক্ষত্ৰ উত্তৰাষাঢ় নক্ষত্ৰত প্ৰৱেশ কৰিব বুধে৷ যাৰ প্ৰভাৱত আৰ্থিক লাভৰ পৰা আৰম্ভ কৰি প্ৰেমৰ সম্পৰ্কতো উন্নতি হব এই ৪ ৰাশিৰ জাতকৰ৷ বছৰৰ প্ৰথম মাহত জীৱনত ইতিবাচক পৰিবৰ্তন আহিব কেইটামান ৰাশিৰ জাতকৰ৷

বৃষ ৰাশি

সূৰ্যৰ নক্ষত্ৰত বুধৰ গোচৰে বৃষ ৰাশিৰ জাতকৰ বাবে ইতিবাচক ফল কঢ়িয়াই আনিব পাৰে৷ জীৱনত সকলো ক্ষেত্ৰতে সাফল্য পাব পাৰে৷ সম্পৰ্কৰ ক্ষেত্ৰত বুজাপৰা আৰু ভালপোৱা বাঢ়িব৷ কৰ্মক্ষেত্ৰত দীৰ্ঘদিনৰ পৰিশ্ৰমৰ ইতিবাচক ফল পাব৷ বুধৰ এই গোচৰে স্বাস্থ্যৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব৷ ধীৰে ধীৰে পুৰণি অসুস্থতা দূৰ হৈ স্বাস্থ্যৰ উন্নতি হব৷ বিবাহিত ব্যক্তিয়ে জীৱনত ইতিবাচক পৰিবৰ্তন অনুভৱ কৰিব৷

মিথুন ৰাশি

সূৰ্যৰ নক্ষত্ৰত বুধৰ গোচৰে মিথুন ৰাশিৰ বাবে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ সামাজিক পৰিসৰ আৰু সন্মান বৃদ্ধি পাব৷ স্বাস্থ্যগত সমস্যাৰ সমাধান হব৷ দাম্পত্যত সমস্যাৰ অৱসান হব৷ প্ৰেম বাঢ়িব৷ চিংগলসকলেও প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে৷ পুৰণি পৰিকল্পনা অনুসৰি কাম শেষ কৰিব পাৰিব৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে বুধৰ উত্তৰাষাঢ় নক্ষত্ৰত প্ৰৱেশ অনুকূল হব৷ এই সময়ত আৱেগত বশত কোনো সিদ্ধান্ত নোলোৱাই ভাল৷ প্ৰেমৰ ক্ষেত্ৰত ইতিবাচক ফল পাব৷ নতুন সম্পৰ্ক আৰম্ভ কৰাৰ বাবে এই সময় ভাল৷ ভাৱিচিন্তি সিদ্ধান্ত ল’লে শুভ ফল পাব পাৰে৷ পৰিয়ালত আপোনাৰ সন্মান বৃদ্ধি পাব৷ আপোনাৰ মতামতক অগ্ৰাধিকাৰ দিয়া হ’ব৷

মীন ৰাশি

বুধৰ সূৰ্যৰ ৰাশিত প্ৰৱেশ মীন ৰাশিৰ বাবেও শুভ প্ৰমাণিত হব পাৰে৷ সতৰ্ক আৰু সজাগ হৈ সিদ্ধান্ত ল’লে ভৱিষ্যতে তাৰ শুভ ফল পাব পাৰে৷ ব্যৱসায়ত লাভ বাঢ়িব৷ ব্যৱসায় বঢ়োৱাৰ সুযোগ হাতলৈ আহিব পাৰে৷ ভাল সময় কটাব৷ পৰিয়ালৰ সদস্যসকলৰ মাজত অশান্তি কমিব৷ মানসিক চাপৰ অৱসান হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ
জীৱনশৈলী

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

September 2, 2026
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো
বিনোদন

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ
অপৰাধ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

September 2, 2026
Next Post
২০২৬ চনৰ ছুটীৰ তালিকা,  ২০২৬ চনৰ ছুটীৰ লিষ্ট আজিয়েই জানি থওক

২০২৬ চনৰ ছুটীৰ তালিকা, ২০২৬ চনৰ ছুটীৰ লিষ্ট আজিয়েই জানি থওক

বছৰ জুৰি সূৰ্যই ৰাজ কৰিব, সোণৰ দৰে উজলি থাকিব এইকেইটা দিনত জন্ম হোৱা ব্যক্তি

বছৰ জুৰি সূৰ্যই ৰাজ কৰিব, সোণৰ দৰে উজলি থাকিব এইকেইটা দিনত জন্ম হোৱা ব্যক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.