• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৬ চনৰ ছুটীৰ তালিকা,  ২০২৬ চনৰ ছুটীৰ লিষ্ট আজিয়েই জানি থওক

২০২৬ চনৰ ছুটীৰ তালিকা, ২০২৬ চনৰ ছুটীৰ লিষ্ট আজিয়েই জানি থওক

8 months ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

14 minutes ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

49 minutes ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

2 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

3 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

3 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

4 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

4 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

6 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

7 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

8 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৬ চনৰ ছুটীৰ তালিকা, ২০২৬ চনৰ ছুটীৰ লিষ্ট আজিয়েই জানি থওক

২০২৬ চনৰ ছুটীৰ তালিকা, ২০২৬ চনৰ ছুটীৰ লিষ্ট আজিয়েই জানি থওক

editor by editor
January 1, 2026
in জীৱনশৈলী, ভাৰত, লেখা
0
২০২৬ চনৰ ছুটীৰ তালিকা,  ২০২৬ চনৰ ছুটীৰ লিষ্ট আজিয়েই জানি থওক
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি বছৰৰ প্ৰথম দিন৷ এই দিনটোত প্ৰায়সকল লোকেই ছুটী উদযাপন কৰিছে৷ বহুতে পৰিয়ালৰ সৈতে সময় কটাইছে৷ বছৰৰ প্ৰথম দিনটোতেই জানি থওক এই বছৰ কিমান ছুটী পাব কৰ্মচাৰীসকলে? কেনেকৈ ভেকেশ্ব্যন প্লেন কৰিব আপুনি?

১. ২০২৬ৰ প্ৰথম ৰাজ্যিক ছুটী আপুনি লাভ কৰিব মাঘৰ বিহুত৷ অৰ্থাৎ ১৪ জানুৱাৰীত প্ৰথম ছুটী পাব ৰাজ্য চৰকাৰৰ অধীনৰ প্ৰতিজন কৰ্মচাৰীয়ে৷ তাৰপিছতেই জাতীয় ছুটি আছে ২৬ জানুৱাৰীত৷ ২৬ জানুৱাৰী এইবাৰ সোমবাৰ পৰিছে৷

২. ইয়াৰপাছতেই আছে হোলিৰ ছুটি৷ এই উৎসৱ বুধবাৰ ৪মাৰ্চত পালিত হ’ব৷

৩. কিছু ৰাজ্যত ৰাম নৱমীত ছুটি থাকিব৷ এইবাৰ ৰাম নৱমী পৰিছে মাৰ্চৰ ২৬ তাৰিখে৷ ২৬ তাৰিখ বৃহস্পতিবাৰ পৰিছে৷ সেই মতে ছুটি প্লেন কৰিব পাৰে৷

৪. মাৰ্চৰ ৩১ তাৰিখে আছে মহাবীৰ জয়ন্তী৷ মহাবীৰ জয়ন্তী এইবাৰ মঙ্গলবাৰ পৰিছে৷

৫. এপ্ৰিলৰ ৩তাৰিখ হৈছে গুড ফ্ৰাই ডে৷

৬. তাৰপিছতেই পৰিছে অসমীয়াৰ জাতীয় উৎসৱ বিহু৷ বিহুৰ বাবে ১৪- ১৫ তাৰিখে ছুটী পাব ৰাজ্যৰ কৰ্মচাৰীসকলে৷

৭. ১মেত আছে বুদ্ধপূৰ্ণিমা৷

৯. ১৫ আগষ্ট পৰিছে শনিবাৰে৷ স্বাধীনতা দিৱস উপলক্ষে ছুটী লাভ কৰিব কৰ্মচাৰীসকলে৷

১০. গান্ধী জয়ন্তী আছে ২ অক্টোবৰত৷ ২ অক্টোবৰ এইবাৰ শুকুৰবাৰ পৰিছে৷

১১. ১৭ অক্টোবৰৰ পৰা দূৰ্গাপূজা৷ ২১ অক্টোবৰলৈ বন্ধ লাভ কৰিব কৰ্মচাৰীসকলে৷

১২. ৮ নৱেম্বৰত পৰিছে দীপাৱলি বা কালীপুজা৷ এই দিনটো দেওবাৰ পৰিব৷

১৩. ২৪ নৱেম্বৰত পালিত হ’ব গুৰু নানক জয়ন্তী৷ গুৰু নানক জয়ন্তী পৰিছে মঙলবাৰে৷

এইসমূহৰ ওপৰিও অন্যান্য কিছু হলিডেও লাভ কৰিব পাৰে কৰ্মচাৰীসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?
বিবিধ

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

September 2, 2026
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ
জীৱনশৈলী

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

September 2, 2026
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো
বিনোদন

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

September 2, 2026
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
Next Post
বছৰ জুৰি সূৰ্যই ৰাজ কৰিব, সোণৰ দৰে উজলি থাকিব এইকেইটা দিনত জন্ম হোৱা ব্যক্তি

বছৰ জুৰি সূৰ্যই ৰাজ কৰিব, সোণৰ দৰে উজলি থাকিব এইকেইটা দিনত জন্ম হোৱা ব্যক্তি

নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

নৱবৰ্ষত ৰূপৰ দামত পতন, বহু পৰিমাণে কমিল সোণৰো দাম, জানি থওক আজিৰ ৰেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.