• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধৰ মাৰ্গী দশা, তিনি ৰাশিৰ ওপৰত বৰ্ষিত হ’ব ধন, লাভ কৰিব একাধিক সুবিধা

বুধৰ মাৰ্গী দশা, তিনি ৰাশিৰ ওপৰত বৰ্ষিত হ’ব ধন, লাভ কৰিব একাধিক সুবিধা

2 years ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

23 hours ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

23 hours ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

23 hours ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

24 hours ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

1 day ago
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

1 day ago
১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

1 day ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

1 day ago
মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 day ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

1 day ago
শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধৰ মাৰ্গী দশা, তিনি ৰাশিৰ ওপৰত বৰ্ষিত হ’ব ধন, লাভ কৰিব একাধিক সুবিধা

বুধৰ মাৰ্গী দশা, তিনি ৰাশিৰ ওপৰত বৰ্ষিত হ’ব ধন, লাভ কৰিব একাধিক সুবিধা

editor by editor
August 29, 2024
in জীৱনশৈলী
0
বুধৰ মাৰ্গী দশা, তিনি ৰাশিৰ ওপৰত বৰ্ষিত হ’ব ধন, লাভ কৰিব একাধিক সুবিধা
0
SHARES
477
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগষ্ট মাহ শেষ হ’বলৈ মাজত আৰু এটা দিন৷ আহিবলগীয়া ছেপ্টেম্বৰ মাহটো এইবাৰ বহু ৰাশিৰ বাবে অতি শুভ প্ৰমাণিত হ’ব৷ নটা গ্ৰহৰ ভিতৰত অন্যতম শুভ গ্ৰহ বুধ বিগত ৫ আগষ্টৰ পৰা বক্ৰীগতিত আছিল৷ ২৯ আগষ্টত বুধ মাৰ্গী দশাত আছে৷ আজিৰ পৰা বুধে মাৰ্গী দশালৈ যোৱাৰ বাবে কেইবাটাও ৰাশিৰ ওপৰত এই গ্ৰহৰ সুপ্ৰভাৱ পৰিব৷ ৩ৰাশিৰ জাতকৰ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব৷ 

বৃষ ৰাশি

বুধৰ মাৰ্গী দশা বৃষ ৰাশিৰ জাতকৰ বাবে অতি শুভ বুলি প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ব্যক্তিত্বৰ উন্নতি হ’ব। আপোনাৰ কথা-বতৰা দেখি মানুহ আপোনাৰ প্ৰতি আপ্লুত হ’ব। ব্যৱসায়ৰ লগত জড়িত লোকসকল সুখী হ’ব। ভাল প্ৰজেক্ট লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ত অগ্ৰগতি হ’ব। অনলাইন ব্যৱসায়তো লাভৰ হাৰ বৃদ্ধি কৰিব পাৰে। পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷ আপুনি আপোনাৰ পিতৃ-মাতৃৰ পৰা আশীৰ্বাদ লাভ কৰিব। বিবাহিত জীৱনত সুখ বাঢ়িব। জীৱন সংগীৰ সৈতে সম্পৰ্কত মধুৰতা থাকিব।

সিংহ ৰাশি

বুধৰ মাৰ্গী দশাই সিংহ ৰাশিৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। নতুন মানুহৰ সংস্পৰ্শলৈ আহিব, যাৰ আগমনে আপোনাক উপকৃত কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি হ’ব। ছ’চিয়েল মিডিয়াৰ যোগেৰে ব্যৱসায়ক সম্প্ৰসাৰিত কৰিব। অংশীদাৰিত্ব ব্যৱসায়ৰ পৰাও আৰ্থিক লাভ হ’ব। কোনো কাৰ্যালয়ত নিয়োজিত লোকসকলে কাৰ্যালয়ত যথেষ্ট সহযোগিতা লাভ কৰিব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ’ব পাৰে। পাৰিবাৰিক ঐক্য মজবুত হ’ব। প্ৰেম জীৱনো শুভ৷

মকৰ ৰাশি

বুধ গ্ৰহৰ মাৰ্গী দশাই মকৰ ৰাশিৰ লোকে বিশেষ সুবিধা প্ৰদান কৰিব৷ আপোনাৰ নেতৃত্ব লোৱাৰ ক্ষমতা বৃদ্ধি পাব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ’ব। কাৰোবাক দিয়া ঋণ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। এটাতকৈ অধিক উৎসৰ পৰা ধন আহিব পাৰে। কৰ্মত লোকসকলে নিজৰ পছন্দৰ বিভাগলৈ বদলি হ’ব পাৰে৷ আয় বৃদ্ধিৰ সম্ভাৱনাও আছে। অংশীদাৰিত্বৰ দ্বাৰা ব্যৱসায়ীসকল উপকৃত হ’ব। নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগৰ সৃষ্টি হ’ব। প্ৰেমত গভীৰতা থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

April 26, 2026
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?
জীৱনশৈলী

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
Next Post
অৰ্জুন নে কৰ্ণ, বীৰত্বৰে কোন শীৰ্ষত? কুৰুক্ষেত্ৰ যুদ্ধৰ ১৭তম দিনত কি ঘটিছিল, জানিলে আচৰিত হ’ব আপুনি?

অৰ্জুন নে কৰ্ণ, বীৰত্বৰে কোন শীৰ্ষত? কুৰুক্ষেত্ৰ যুদ্ধৰ ১৭তম দিনত কি ঘটিছিল, জানিলে আচৰিত হ’ব আপুনি?

আধাৰ কাৰ্ডত এই খেলিমেলি নকৰিব, কৰিলেই ১০ হাজাৰৰ জৰিমনা আৰু ৩ বছৰৰ কাৰাদণ্ড

আধাৰ কাৰ্ডত এই খেলিমেলি নকৰিব, কৰিলেই ১০ হাজাৰৰ জৰিমনা আৰু ৩ বছৰৰ কাৰাদণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.