• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

6 months ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

23 minutes ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

51 minutes ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

2 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

3 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

4 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

4 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

5 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

6 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

7 hours ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

7 hours ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

8 hours ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

editor by editor
January 30, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত
0
SHARES
987
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এনে কিছু পৰিবৰ্তন ঘটিব পাৰে যিয়ে আপোনাৰ ব্যক্তিত্বক নতুনকৈ গঢ়ি তুলিব৷ ৰাহুৰ সৈতে বিভিন্ন গ্ৰহৰ সংযোগক সকলো সময়তে ৰাশিচক্ৰত বিশেষ প্ৰভাৱ পৰিব৷ ২০২৬ চনত ফেব্ৰুৱাৰী মাহত ঘটিব তেনে ঘটনা৷ একেলগে চাৰিটা গ্ৰহৰ সৈতে বিস্ফোৰক সংযোগ তৈয়াৰ কৰিছে ৰাহুৱে৷ বুধ, শুক্ৰ, সূৰ্য আৰু মঙ্গলে শনিৰ ৰাশি কুম্ভলৈ গমন কৰিব৷ ৰাহুৱে ইতিমধ্যেই কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ ৰাহুৰ সৈতে এই চাৰিটা গুৰুত্বপূৰ্ণ গ্ৰহৰ সংযোগত কেইবাটাও ৰাশিৰ বাবে ডাঙৰ পৰিবৰ্তন আহিব৷

জ্যোতিষশাস্ত্ৰত ৰাহু ছায়া গ্ৰহ বা মায়া গ্ৰহৰূপে পৰিচিত৷ জাতকৰ মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে৷ চাৰিটা গ্ৰহৰ সৈতে ৰাহুৰ সংযোগত কেইবাটাও ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু সম্পৰ্কৰ ক্ষেত্ৰত আমূল পৰিবৰ্তন আহিব৷ প্ৰভাৱিত হ’ব কোন কোন?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ কৰ্মক্ষেত্ৰত হঠাৎ পৰিবৰ্তনৰ ইংগিত আছে৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি থাকিলে হঠাৎ লাভ পাব পাৰে৷ প্ৰেম জীৱনত পৰিবৰ্তন আহিব৷ সম্পৰ্কৰ ক্ষেত্ৰত স্বচ্ছতা বজায় ৰাখিলে ভাল ফল পাব৷ স্বাস্থ্যত প্ৰভাৱ পৰিব৷ ক্লান্তি আৰু বিৰক্তিয়ে দেখা দিব পাৰে৷ জাতকে নিজস্ব চৰ্তত জীৱনযাপন কৰাৰ তীব্ৰ আকাঙ্ক্ষা অনুভৱ কৰিব পাৰে৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকৰ কৰ্মজীৱনত পৰিবৰ্তন আহিব৷ নতুন ধাৰণা আৰু নতুন দক্ষতাত পৰিবৰ্তন আনিবলৈ সক্ষম হব৷ একেলগে বহু কাম কৰাৰ চেষ্টাই বিভ্ৰান্তি বঢ়াই তুলিব পাৰে৷ হাতৰ কাম শেষ কৰি নতুন কামত আগবাঢ়ক৷ প্ৰেমৰ ক্ষেত্ৰত যোগাযোগে আপোনাৰ সম্পৰ্কত মধুৰতা আনিব৷ স্নায়ুতন্ত্ৰ ভালে ৰখাৰ বিষয়ে যত্নশীল হওক৷ টোপনিৰ দিশত মনোযোগ দিয়ক৷ এই সময়ত সম্পৰ্কত পুৰণি চিন্তাচৰ্চা এৰি নতুনধৰণে আগুৱাওক৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ অফিচৰ কামত চাপ বাঢ়িব, ই অগ্ৰগতিৰ পথ খুলি দিব৷ প্ৰেমৰ সম্পৰ্কত এইবাৰ আপুনি প্ৰতিশ্ৰুতি দিয়াৰ দৰেই আগুৱাব৷ সম্পৰ্ক হয়তো দৃঢ় হব অন্যথা ভাঙিও যাব পাৰে৷ হৰমনৰ পৰিবৰ্তনে মানসিক চাপ বঢ়াব পাৰে৷ এই সময়ত আপুনি অন্যৰ সুখতকৈ নিজৰ সুখক অগ্ৰাধিকাৰ দিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ কেৰিয়াৰত বৃহৎ পৰিবৰ্তন সম্ভৱ৷ আপুনি এনে কিছু গুৰুত্বপূৰ্ণ কাম শিকিব যিয়ে আপোনাৰ কেৰিয়াৰত নতুন দিশত পৰিচালিত কৰিব৷ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত চাহিদা বাঢ়িব পাৰে৷ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে৷ পিঠিত বিষ আৰু লিভাৰৰ সমস্যা সম্পৰ্কে সতৰ্ক থকাটো জৰুৰী৷ নিজৰ জীৱনক নতুন দৃষ্টিকোণৰ পৰা চাবলৈ শিকিব৷

কুম্ভ ৰাশি

কেৰিয়াৰ, পৰিচয় আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহ পুননিৰ্ধাৰিত হব পাৰে৷ ই আপোনাৰ বাবে খুবেই প্ৰভাৱশালী সময় হব৷ প্ৰেম জীৱনত হঠাৎ পৰিবৰ্তন আহিব পাৰে৷ কিছু পুৰণি সম্পৰ্ক ভাঙি যাব পাৰে আৰু নতুনকৈ সম্পৰ্ক গঢ়িও উঠিব পাৰে৷ শৰীৰ-স্বাস্থ্য ভালেই থাকিব৷ মানসিকভাৱে অতিৰিক্ত চাপ অনুভৱ কৰিব পাৰে৷ এই সময়ত জীৱনত এনে কিছু ঘটিব যিয়ে আপোনাক নিজকে ভালপাবলৈ শিকাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!
জীৱনশৈলী

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

July 18, 2026
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়
জীৱনশৈলী

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

July 18, 2026
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া
শিক্ষা

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

July 18, 2026
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!
বিনোদন

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

July 18, 2026
Next Post
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.