• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাতি প্ৰেমিকাই লগ কৰিবলৈ মাতিছিল! ঘৰৰ মানুহে গম পাই প্ৰেমিকক দিলে ৰামপিটন, তাৰপিছত…

ৰাতি প্ৰেমিকাই লগ কৰিবলৈ মাতিছিল! ঘৰৰ মানুহে গম পাই প্ৰেমিকক দিলে ৰামপিটন, তাৰপিছত…

2 years ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

17 minutes ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

33 minutes ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

1 hour ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

2 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

2 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

3 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

4 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

4 hours ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

5 hours ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

6 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

7 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ৰাতি প্ৰেমিকাই লগ কৰিবলৈ মাতিছিল! ঘৰৰ মানুহে গম পাই প্ৰেমিকক দিলে ৰামপিটন, তাৰপিছত…

editor by editor
January 23, 2024
in Uncategorized
0
ৰাতি প্ৰেমিকাই লগ কৰিবলৈ মাতিছিল! ঘৰৰ মানুহে গম পাই প্ৰেমিকক দিলে ৰামপিটন, তাৰপিছত…
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ প্ৰেমিকলৈ হঠাতে এটা ফোন আহিল। বিপৰীতফালৰ পৰা ক’লে- ”আজি ৰাতি মোক লগ কৰিবলৈ আহিবা। ঘৰৰ কোনোৱে যাতে গম নাপায় মই তাৰ ব্যৱস্থা কৰি থম। তুমি মাত্ৰ আহিবা।” প্ৰেমিকাৰ কাতৰ আবেদন আৰু অভয়বাণী শুনি প্ৰেমিক নিশা গৈ উপস্থিত হৈছিল প্ৰেমিকাৰ ঘৰত। কিন্তু কপাল বেয়া আছিল। প্ৰেমিকাৰ ঘৰৰ মানুহে হাটে-লুটে ধৰিলে প্ৰেমিকক। প্ৰেমিকাৰ ঘৰৰ মানুহে ইমান বেয়াকৈ প্ৰহাৰ কৰে যে প্ৰেমিকে হস্পাতালত পোৱাৰ আগতেই প্ৰাণ হেৰুৱায়।

ঘটনাটো সংঘটিত হৈছে ৰাজস্থানত। ৰাজস্থানত বুদ্দী জিলাত সংঘটিত হৈছে এই ঘটনা। যোৱা সোমবাৰৰ নিশা সংঘটিত হৈছে এই ঘটনা। প্ৰেমিকাৰ ঘৰৰ লোকে প্ৰেমিক আৰু প্ৰেমিকৰ সৈতে যোৱা এজন বন্ধুক এনেদৰে মাৰপিট কৰে যে, এজনে তাতে প্ৰাণ হেৰুৱাৰ লগতে বন্ধুজনৰ অৱস্থা এতিয়া সংকটজনক। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, প্ৰেমিকৰ সৈতে যোৱা বন্ধুজনৰ দুয়োখন ভৰিয়েই এতিয়া প্ৰায় বিকল।

আৰক্ষীয়ে সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰা তথ্য অনসুৰি, ৰাজস্থানৰ ৰেণ গাঁৱত সংঘটিত হোৱা এই ঘটনাত মৃত্য়ু হোৱা প্ৰেমিকজনৰ নাম নৰেন্দ্ৰ। প্ৰেমিকাৰ কাষৰ গাঁৱৰে নিৱাসী নৰেন্দ্ৰ বন্ধুৰ সৈতে নিশা প্ৰেমিকাৰ ঘৰত সোমোৱাৰ পাছতে পৰিয়ালৰ লোকে গম পায় আৰু পৰিয়ালৰ লোকে ওচৰ চুবুৰীয়াক খবৰ দিয়ে। তাৰ পাছতে দুয়োগৰাকীৰ ওচৰত অকথ্য নিৰ্যাতন চলায় পৰিয়ালৰ সদস্যসকলে।

আৰক্ষীয়ে এতিয়ালৈকে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে পুৱাই নৰেন্দ্ৰৰ মৃতদেহ চমজাই দিয়া হৈছে পৰিয়ালৰ লোকক। আৰক্ষীয়ে সদৰি কৰা মতে, প্ৰহাৰ কৰাৰ পাচত নৰেন্দ্ৰ ৰাস্তাৰ কাষত পেলাই দিছিল প্ৰেমিকাৰ পৰিয়ালৰ লোকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
Next Post
ন্যায় যাত্ৰা আধাতে পৰিব নেকি ইতিঃ গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী!

ন্যায় যাত্ৰা আধাতে পৰিব নেকি ইতিঃ গ্ৰেপ্তাৰ হ'ব ৰাহুল গান্ধী!

অযোধ্যাত কিয় ৰামৰ ক’লা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ল? ৰামৰ মূৰ্তিক লৈ অব্যাহত চৰ্চা

অযোধ্যাত কিয় ৰামৰ ক’লা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ল? ৰামৰ মূৰ্তিক লৈ অব্যাহত চৰ্চা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.