• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ন্যায় যাত্ৰা আধাতে পৰিব নেকি ইতিঃ গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী!

ন্যায় যাত্ৰা আধাতে পৰিব নেকি ইতিঃ গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী!

3 years ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

2 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

2 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

3 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

4 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

5 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

6 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

6 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

7 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

8 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

8 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

9 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ন্যায় যাত্ৰা আধাতে পৰিব নেকি ইতিঃ গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী!

editor by editor
January 23, 2024
in Uncategorized
0
ন্যায় যাত্ৰা আধাতে পৰিব নেকি ইতিঃ গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী!
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ ভাৰত জোডো় ন্যায় যাত্ৰা আধাতে সামৰি লকআপত সোমাব পাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। অতি সোনকালে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, খানাপাৰাত আৰক্ষীৰ বেৰিকেড ভাঙি একাংশ কংগ্ৰেছ কৰ্মী সংঘাতত লিপ্ত হৈছিল। এই সংঘাতত এগৰাকী আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিও আঘাতপ্ৰাপ্ত হৈছিল। এই সমগ্ৰ দৃশ্য যুৱ কংগ্ৰেছেৰ ৰাষ্ট্ৰীয় সভাপতি  শ্ৰীনিৱাসন বি ভিয়ে মুখ্যমন্ত্ৰীৰ টেগ কৰি টুইট কৰিছিল।

এই টুইটৰ ৰিটুইট কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাহুল গান্ধীৰ এনে অনৈতিক ব্যৱহাৰে অসমৰ দৰে এখন শান্ত ৰাজ্যক অশান্ত কৰি তুলিছে। নক্সালৰ আৰ্হিত এনে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই টুইটত উল্লেখ কৰি কয় যে, ৰাহুলৰ অনৈতিক ব্যৱহাৰ, হিংসাই ব্যাপক যানযটঁৰ সৃষ্টি কৰিছে। এইবোৰ অসমীয়া সংস্কৃতি নহয়, অসমীয়া জাতিৰ বাবে এইবোৰ এলিয়েনৰ দৰে কাৰবাৰ।

হিমন্ত বিশ্ব শৰ্মাই লগতে ৰাহুল গান্ধীৰ বিৰুদ্ধে সামাজিক পৰিৱেশ বিনষ্ট আৰু জনতাক উত্তেজিত কৰি হিংসাত্মক কাৰ্যকলাপৰ বাবে প্ৰৰোচনা কৰা বুলি অভিযোগ আনে। এই হিংসাত্মক পৰিৱেশৰ বাবে জি পি সিঙক অচিৰেই গোচৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই।

ইফালে কংগ্ৰেছে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অসম চৰকাৰক হিটলাৰৰ সৈতে তুলনা কৰি কটাক্ষ কৰিছে। এই বাধা কংগ্ৰেছে কেতিয়াও মানি নলয় বুলি ইতিমধ্যে নিজৰ মত প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
অযোধ্যাত কিয় ৰামৰ ক’লা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ল? ৰামৰ মূৰ্তিক লৈ অব্যাহত চৰ্চা

অযোধ্যাত কিয় ৰামৰ ক’লা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ল? ৰামৰ মূৰ্তিক লৈ অব্যাহত চৰ্চা

কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…

কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.