১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব চালক-হেণ্ডিমেনসকলক। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে ক্ষোভিত ড্ৰাইভাৰ-হেণ্ডিমেন।