• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

8 months ago
নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

10 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

10 hours ago
বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

বিশ্বৰ আটাইতকৈ ভয়ংকৰ হিমবাহ স্খলন, যিয়ে প্ৰাণ কাঢ়িছিল বহুজনৰ

11 hours ago
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

11 hours ago
আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

আকৌ সতৰ্কবাণী! কি হ’ব এতিয়া নেপালৰ ভৱিষ্যৎ?

12 hours ago
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

12 hours ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

13 hours ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

13 hours ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

15 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

15 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

17 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

editor by editor
January 2, 2026
in জীৱনশৈলী
0
ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঔষধ আমাৰ সাধাৰণ মানুহৰ জীৱনৰ এৰাব নোৱৰা অংগ৷ এতিয়াৰ সময়ত ঔষধৰ ব্যৱসায়ত ভাল মুনাফা লাভ কৰা সম্ভৱ৷ আৰু সেই কাৰণেই ঔষধৰ ব্যৱসায়ৰ প্ৰতি সাধাৰণ ব্যৱসায়ীয়েই নহয় ডাঙৰ ডাঙৰ সংস্থাসমূহৰো আগ্ৰহ বাঢ়িছে৷ কিন্তু ইয়াতেই সমস্যা যে কেনেকৈ ঔষধৰ দোকানৰ ব্যৱসায় আৰম্ভ কেনেকৈ কৰিব পাৰি সেই সম্পৰ্কে বহুতেই নাজানে৷

ঔষধৰ দোকান খুলিবলৈ গ’লে আপোনাৰ কি ডিগ্ৰীৰ প্ৰয়োজন?

চিকিৎসক হোৱাৰ বাবে যেনেকৈ এম বিবিএছ, বিডিএছ বা বিএএমএছৰ দৰে কোৰ্চ কৰা আৱশ্যক তেনেকৈ মেডিকেল শ্বপ খোলাৰ বাবেও ডিপ্লমা, ডিগ্ৰী বা স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিব লাগে৷ এখন মেডিকেল দোকান খোলাৰ বাবে আপোনাৰ ফাৰ্মাছীৰ এক ডিগ্ৰী বা ডিপ্লমা থাকিব লাগিব যেনে বি ফাৰ্মা বা ডি ফাৰ্মা৷ যদি আপুনি ফাৰ্মাচী খোলাৰ প্লেন কৰিছে তেন্তে প্ৰথমেই এই কোৰ্চ সম্পন্ন কৰক৷

এই কোৰ্ছৰ ফি কিমান হ’ব পাৰে?

বেচেলৰ অফ ফাৰ্মাচী মুঠ চাৰি বছৰীয়া কোৰ্চ৷ ডি ফাৰ্মা কোৰ্চটো দুবছৰীয়া৷ এই কোৰ্ছসমূহৰ ফি প্ৰতিষ্ঠানভেদে ভিন্ন হয়৷ এক চৰকাৰী কলেজৰ বাবে বি ফাৰ্মা কোৰ্চৰ মুঠ খৰচ প্ৰতি বছৰে প্ৰায় ৪০,০০০ টকাৰ পৰা ১০০,০০০ টকা৷ বেচৰকাৰী কলেজৰ বাবে বাৰ্ষিক ফি ১০০,০০০ৰ পৰা ৩০০,০০০ টকা পৰ্যন্ত হ’ব পাৰে৷

চৰকাৰী প্ৰতিষ্ঠানত কোৰ্চৰ ফি কিমান?

এক চৰকাৰী প্ৰতিষ্ঠানত ডি ফাৰ্মা কোৰ্চৰ মুঠ খৰচ বছৰি ১০,০০০ টকাৰ পৰা ১ লাখ টকা পৰ্যন্ত হ’ব পাৰে৷ যত এটা বেচৰকাৰী প্ৰতিষ্ঠানত এই কোৰ্চ পঢ়াৰ খৰচ ৫০,০০০ ৰ পৰা ১.৫ লাখ পৰ্যন্ত হব পাৰে৷

দেশত বাঢ়িছে জনঔষধি কেন্দ্ৰৰ সংখ্যা

দেশত চৰকাৰী সহায়তাৰে প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ খুলিব পৰাৰ সুবিধা আছে৷ চৰকাৰী তথ্য অনুসৰি ৩০ জুন, ২০২৫ পৰ্যন্ত প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ অধীনত সমগ্ৰ দেশত মুঠ ১৬,৯১২ জনঔষধি কেন্দ্ৰ খোলা হৈছে৷ এই কেন্দ্ৰসমূহত ২১১০ধৰণৰ ঔষধ আৰু ৩১৫ ধৰণৰ চিকিৎসা সৰঞ্জাম মজুত আছে৷

মাত্ৰ ৫০০০ টকাত আবেদন কৰিব পাৰে

মাত্ৰ ৫০০০ টকাৰে প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ খোলাৰ বাবে আবেদন কৰিব পাৰে৷ মনত ৰাখিব যে জন ঔষধি কেন্দ্ৰ খোলাৰ বাবে আবেদনকাৰীয়ে অৱশ্যেই ডি ফাৰ্মা বা বি ফাৰ্মা চাৰ্টিফিকেটৰ কপি দেখুৱাব লাগিব৷ অন্যান্য প্ৰয়োজনীয়তাৰ মাজত আছে জন ঔষধি কেন্দ্ৰ পৰিচালনাৰ বাবে আনুমানিক ১২০ বৰ্গফুটৰ স্থানো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনি নাহে নেকি? হ’ব পাৰে কোনো গুৰুতৰ ৰোগ!
জীৱনশৈলী

টোপনিৰ পৰা উঠি ভাগৰুৱা অনুভৱ? জানক কোনো ৰোগৰ সংকেত নেকি

August 28, 2026
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…
জীৱনশৈলী

জীৱনত এই চাৰিটা স্থানত কেতিয়াও নকৰিব লাজ, হেৰাব সকলো!

August 28, 2026
বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

বিবাহিত পুৰুষে কিয় আকৰ্ষণ কৰে যুৱতীক? জানি হ’ব আচৰিত!

August 28, 2026
জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?
জীৱনশৈলী

জন্মদিনত কেক কাটিলে মমবাতি কিয় নুমুৱাই দিয়া হয়?

August 28, 2026
Next Post
পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.