• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপৰাধ নগৰীলৈ ৰূপান্তৰ গুৱাহাটী! দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ’ল ব্যৱসায়ীৰ

অপৰাধ নগৰীলৈ ৰূপান্তৰ গুৱাহাটী! দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ’ল ব্যৱসায়ীৰ

4 years ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

11 minutes ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

48 minutes ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

1 hour ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

2 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

2 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

2 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

3 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

5 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

5 hours ago
জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

জীৱনলৈ আহিব দুৰ্যোগ, যদি কুণ্ডলীৰ এই ৩ টা স্থানত থাকে শনিৰ উপস্থিতি!

6 hours ago
৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

৪ ৰাশিৰ সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অপৰাধ নগৰীলৈ ৰূপান্তৰ গুৱাহাটী! দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ’ল ব্যৱসায়ীৰ

editor by editor
February 22, 2022
in অপৰাধ, অসম
0
অপৰাধ নগৰীলৈ ৰূপান্তৰ গুৱাহাটী! দুৰ্বৃত্তৰ গুলীত প্ৰাণ গ’ল ব্যৱসায়ীৰ
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপৰাধ নিৰ্মূলৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি আৰক্ষীৰ অভিযান চলি থকাৰ সময়তে মহানগীৰত যোৱা দুটা দিনত সংঘটিত হৈছে দুটাকৈ গুলীচালনাৰ ঘটনা৷

দেওবাৰে মহানগীৰৰ বশিষ্ঠৰ পিলিংকটা অঞ্চলত এক দুৰ্বৃত্তই লোকে এজন যুৱকক গুলীয়াই আহত কৰাৰ পিছতে সোমবাৰেও মহানগৰীত সংঘটিত হৈছে অন্য এক গুলীচালনাৰ ঘটনা৷

সোমবাৰে নিশা মহানগৰীৰ মাজ মজিয়াতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছে এগৰাকী ব্যৱসায়ীক৷ ঘটনাৰ বিৱৰণীৰ মতে সোমবাৰে নিশা প্ৰায় ৯ বজাত মহানগৰীৰ ছাত্ৰীবাৰী অঞ্চলত নিজ বাসগৃহৰ সন্মুখতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ওভতি অহি থকা অৱস্থাত ব্যৱসায়ী অৱদেশ যাদৱলৈ কোনো দুৰ্বৃত্তই গুলী চালনা কৰে৷

যাদৱ বুকুত গুলীয়ে আঘাত কৰাৰ পিছতে ততাতৈয়াকৈ সমীপৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে ব্যৱসায়ী যাদৱে মৃত্যুক আকোৱালি লয়৷

ঘটনাৰ পিছতে মহানগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ প্ৰাথমিক তদন্ত আৰম্ভ কৰি ঘটনাস্থলীৰ পৰা কিছু দূৰৈত আৰক্ষীয়ে এটা মোবাইল ফোন আৰু এখন বাজাজ পালচাৰ ১৫০ মটৰ চাইকেল উদ্ধাৰ কৰিছে ৷

আৰক্ষীয়ে উদ্ধাৰ কৰা মটৰ চাইকেলখনৰ নম্বৰ হৈছে এ এছ ১৩ ডি ৪০৩৩৷ উক্ত মটৰ চাইকেলখন দৰঙৰ মহম্মদ মজিবুৰ ৰহমানৰ নামত পঞ্জীয়ন হৈ থকা বুলি প্ৰকাশ পাইছে৷

আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত এইদৰে হত্যা লুণ্ঠন ক্ৰমাৎ বৃদ্ধিয়ে মহানাগৰিকৰ জীৱনৰ নিৰাপত্তা যে নাই তাকেই প্ৰমাণ কৰিছে বুলি এতিয়া চৰ্চা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalguwahati firingguwahati murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
শিক্ষাগত অহৰ্তা বিতৰ্কৰ অৱসান! কেম্ব্ৰিজৰ পৰা ডিগ্ৰী লাভ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

শিক্ষাগত অহৰ্তা বিতৰ্কৰ অৱসান! কেম্ব্ৰিজৰ পৰা ডিগ্ৰী লাভ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ

জঘন্য! যুৱতীক হত্যা কৰি অপ্ৰাকৃতিক যৌন সম্ভোগ : পত্নীয়ে আৰক্ষীক দিলে খবৰ

জঘন্য! যুৱতীক হত্যা কৰি অপ্ৰাকৃতিক যৌন সম্ভোগ : পত্নীয়ে আৰক্ষীক দিলে খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.