• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

2 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

3 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

4 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

5 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

6 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

7 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

8 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

9 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

9 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

10 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

10 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

editor by editor
May 22, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ
0
SHARES
293
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উচ্চ ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, ২০১০ৰ পাছৰ সকলো অবিচি প্ৰমাণ পত্ৰ খাৰিজ

২০১০ৰ পাছৰ অ বি চি প্ৰমাণ পত্ৰ বনোৱা সকললৈ এক মোক্ষম আঘাত উচ্চতম ন্যায়ালয়ৰ। খাৰিজ হ’ব লাখ লাখ প্ৰমাণপত্ৰ। কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰিব এই জাতিগত প্ৰমাণপত্ৰ। অৱশ্যে এই মোক্ষম আঘাত হানিছে পশ্চিম বংগত। ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ে আজি ২২ মে’ বুধবাৰে সদৰি কৰে এই জাননি।

পশ্চিম বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছে বুধবাৰে কলিকতা উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰে এই আঘাত। তৃণমূল চৰকাৰে প্ৰদান কৰা ৰাজ্যৰ সকলো অ’বিচি প্ৰমাণ পত্ৰ উচ্চ ন্যায়ালয়ে বাতিল কৰিছে। বুধবাৰে কলিকতা উচ্চ ন্যায়ালয়ে কয় যে ৰায়দানৰ পিছত বাতিল কৰা প্ৰমাণ পত্ৰ কোনো নিয়োগ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰিব।

উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশৰ ফলত প্ৰায় পাঁচ লাখ অ’বিচিৰ প্ৰমাণ পত্ৰ বাতিল কৰা হয়। অৱশ্যে উচ্চ ন্যায়ালয়ে লগতে কয় যে এই প্ৰমাণ পত্ৰৰ ব্যৱহাৰকাৰীসকল যিসকলে ইতিমধ্যে সুযোগ পাইছে, তেওঁলোকৰ এই সিদ্ধান্তৰ কোনো প্ৰভাৱ নপৰে।

ন্যায়ালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি, ২০১০ চনৰ পিছত প্ৰদান কৰা সকলো অ’বিচি প্ৰমাণপত্ৰ বাতিল কৰা হ’ব। উল্লেখ্য যে, ২০১১ চনৰ পৰাই ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ ক্ষমতা আছে। ফলত আদালতৰ নিৰ্দেশ কেৱল তৃণমূলৰ সময়ত জাৰি কৰা অ’বিচি প্ৰমাণপত্ৰৰ ওপৰতহে কাৰ্যকৰী হ’ব।

বুধবাৰৰ শুনানিৰ শেষত কলিকতা উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিলে যে তৃণমূল কংগ্ৰেছৰ শাসনকালত জাৰি কৰা সকলো অ’বিচিৰ তালিকা বাতিল কৰা হৈছে। অ’বিচি পশ্চিম বংগ পিছপৰা শ্ৰেণী আয়োগ আইন ১৯৯৩ অনুসৰি এখন নতুন তালিকা প্ৰস্তুত কৰিব লাগিব। তাৰ পিছত তালিকাখন চূড়ান্ত অনুমোদনৰ বাবে বিধানসভাৰ ওচৰত দাখিল কৰা হয়। তেতিয়াহে এই তালিকাখন চূড়ান্ত বুলি গণ্য কৰা হ’ব।

কলিকতা উচ্চ ন্যায়ালয়ে কয় যে ২০১০ চনৰ পিছত বনোৱা সকলো অ’বিচি প্ৰমাণপত্ৰ আইন অনুসৰি সঠিকভাৱে নিৰ্মাণ কৰা হোৱা নাই। গতিকে সেই প্ৰমাণ পত্ৰ বাতিল কৰিব লাগে, কিন্তু একে সময়তে উচ্চ ন্যায়ালয়ে কৈছে যে যিসকল লোকে ইতিমধ্যে এই প্ৰমাণ পত্ৰৰ জৰিয়তে চাকৰি পাইছে বা চাকৰি লাভৰ প্ৰক্ৰিয়াত আছে তেওঁলোকৰ ওপৰত এই নিৰ্দেশৰ কোনো প্ৰভাৱ নপৰে। আন মানুহে আৰু সেই প্ৰমাণপত্ৰ নিয়োগ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব নোৱাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Cast CertificateHChigh courtOBCOBC Cast Certificatewest bengalWest Bengal HC
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই
জীৱনশৈলী

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

January 17, 2026
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে
জীৱনশৈলী

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

January 17, 2026
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
জীৱনশৈলী

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

January 17, 2026
Next Post
কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ

কাইলৈ বুদ্ধ পূৰ্ণিমা, ঘৰৰ এই দিশত ৰাখক কাছৰ ফটো অথবা মূৰ্তি, কোনোদিনে অভাৱ নহব ধনৰ

পুণৰ আহিছে কৰ’ণা, শতাধিক সংক্ৰমণ, অধিক ভয় কৰাৰ কাৰণ নাই কিন্তু…

পুণৰ আহিছে কৰ'ণা, শতাধিক সংক্ৰমণ, অধিক ভয় কৰাৰ কাৰণ নাই কিন্তু...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.